Prime Minister congratulates Sarvesh Kushare on winning Silver in Men’s High Jump at Commonwealth Games 2026
July 28th, 02:10 pm
The Prime Minister, Shri Narendra Modi, has congratulated Sarvesh Kushare on winning the Silver medal in the Men’s High Jump event at the Glasgow Commonwealth Games 2026.প্রধানমন্ত্রীয়ে তেওঁৰ বাসভৱনত ভাৰতীয় পেৰালিম্পিক প্রতিনিধিদলক সংবর্ধনা জনায়
September 09th, 02:41 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি তেওঁৰ বাসভৱনত টকিঅ' ২০২০ পেৰালিম্পিক প্রতিযোগিতাত অংশ গ্ৰহণ কৰা ভাৰতীয় প্রতিনিধিদলক সংবর্ধনা জনাইছে। এই প্রতিনিধিদলত পেৰা এথলিটসকলৰ উপৰিও প্রশিক্ষকসকল উপস্থিত আছিল।বিশেষ আলোকচিত্ৰঃ পেৰাঅলিম্পিক চেম্পিয়নৰ সৈতে স্মৰণীয় কথোপকথন !
September 09th, 10:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ টকিঅ’ পেৰাঅলিম্পিকত অংশগ্ৰহণ কৰা আৰু বিশ্ব দৰবাৰত দেশক সন্মানিত কৰা ভাৰতীয় পেৰাঅলিম্পিকৰ চেম্পিয়নসকলক সাক্ষাৎ কৰেপ্রধানমন্ত্রীয়ে পেৰালিম্পিক্স গেম্সত হাই জাম্পত ব্র'ঞ্জ পদকজয়ী শাৰদ কুমাৰক অভিনন্দন জনাইছে
August 31st, 06:21 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে টকিঅ'ত অনুষ্ঠিত পেৰালিম্পিক গেম্সত হাই জাম্পত ব্র'ঞ্জ পদক জয়ী শাৰদ কুমাৰক অভিনন্দন জনাইছে।PM congratulates Mariyappan Thangavelu for winning Silver Medal in High Jump at Paralympics Games
August 31st, 06:18 pm
The Prime Minister, Shri Narendra Modi has congratulated Mariyappan Thangavelu for winning the Silver Medal in High Jump at the Paralympics Games in Tokyo.