কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 25th, 04:40 pm

আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। ৰাতিপুৱা মই ৰামায়ণৰ নগৰ অযোধ্যাত আছিলো আৰু এতিয়া মই গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছো। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছো। মই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 25th, 04:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। তেওঁ কয় যে ৰাতিপুৱা তেওঁ ৰামায়ণৰ নগৰ অযোধ্যাত আছিল আৰু এতিয়া তেওঁ গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছে। তেওঁ উল্লেখ কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনায়।

অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

May 02nd, 03:45 pm

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।

PM Modi lays foundation stone, inaugurates development works worth over Rs 58,000 crore in Amaravati, Andhra Pradesh

May 02nd, 03:30 pm

PM Modi launched multiple development projects in Amaravati, Andhra Pradesh. He remarked that the Central Government is fully supporting the State Government to rapidly develop Amaravati. Underlining the state's pivotal role in establishing India as a space power, the PM emphasized that the Navdurga Testing Range in Nagayalanka will serve as a force multiplier for India's defense capabilities.

“তিনি নতুন অপৰাধমূলক আইন”ৰ সফল ৰূপায়ণৰ উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

December 03rd, 12:15 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰীমান অমিত শ্বাহ, চণ্ডীগড়ৰ প্ৰশাসক শ্ৰী গুলাবচন্দ কটাৰিয়া জী, মোৰ সতীৰ্থ ৰাজ্যসভাৰ সাংসদ সতনাম সিং সন্ধু জী, উপস্থিত থকা অন্যান্য জনপ্ৰতিনিধিসকল আৰু ভদ্ৰমহিলাসকল। চণ্ডীগড়লৈ আহি মোৰ নিজৰ মানুহৰ মাজলৈ অহা যেন লাগে। চণ্ডীগড়ৰ পৰিচয় শক্তি-স্বৰূপ মা চণ্ডিকা নামৰ সৈতে জড়িত। মা চণ্ডী মানে সেই ক্ষমতাৰ ৰূপ যিয়ে সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰে। এই আৱেগেই ভাৰতীয় ন্যায় সংহিতা আৰু অসামৰিক প্ৰতিৰক্ষা সংহিতাৰ সমগ্ৰ খচৰাৰো আধাৰ। যি সময়ত দেশখন উন্নত ভাৰতৰ সংকল্প লৈ আগবাঢ়িছে, যেতিয়া সংবিধানৰ ৭৫ বছৰ হ’ল...তেতিয়া, সংবিধানৰ মনোভাৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতীয় ন্যায়িক সংহিতাৰ আৰম্ভণি, ইয়াৰ কাৰ্যকৰী হোৱা এটা ডাঙৰ আৰম্ভণি। দেশৰ নাগৰিকৰ বাবে আমাৰ সংবিধানে কল্পনা কৰা আদৰ্শ পূৰণৰ দিশত এয়া এক সুনিৰ্দিষ্ট প্ৰচেষ্টা।মই মাত্ৰ এই আইনবোৰ কেনেকৈ কাৰ্যকৰী হ’ব তাৰ লাইভ ডেমো চাই আছিলো।আৰু ইয়াত থকা সকলোকে সময় উলিয়াই এই Live Demo চাবলৈও আহ্বান জনাইছো। আইনৰ ছাত্ৰ-ছাত্ৰীয়ে চাব লাগে, বাৰ (Bar) বন্ধুসকলে চাব লাগে, ন্যায়পালিকাৰ বন্ধুসকলেও সুবিধা উলিয়াই চাব লাগে। এই উপলক্ষে ভাৰতীয় ন্যায়িক সংহিতা আৰু দেৱানী সংহিতা ৰূপায়ণৰ বাবে সমূহ দেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু চণ্ডীগড় প্ৰশাসনৰ লগত জড়িত সকলোকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন নতুন অপৰাধমূলক আইন সফল ৰূপায়ণৰ বাবে দেশক উৎসৰ্গা কৰিছে

December 03rd, 11:47 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত তিনিখন পৰিৱৰ্তনশীল নতুন অপৰাধ আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ামৰ সফল ৰূপায়ণৰ বাবে দেশক উৎসৰ্গা কৰে। সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে চণ্ডীগড়ৰ পৰিচয় দেৱী মা চণ্ডীৰ সৈতে জড়িত, যিটো শক্তিৰ এক ৰূপ, যিয়ে সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰে। তেওঁ লগতে কয় যে একেটা দৰ্শনেই ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ সমগ্ৰ গাঁথনিটোৰ আধাৰ আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় সংবিধানৰ মনোভাৱেৰে অনুপ্ৰাণিত ভাৰতীয় ন্যায় সংহিতাৰ কাৰ্যকৰী হোৱাটো এক প্ৰসাৰিত মুহূৰ্ত, কিয়নো দেশখন বিকশিত ভাৰতৰ সংকল্পৰ সৈতে অগ্ৰসৰ হৈছে, ইয়াৰ সমান্তৰালকৈ ভাৰতীয় সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে। তেওঁ লগতে কয় যে আমাৰ সংবিধানে দেশৰ নাগৰিকৰ বাবে যি আদৰ্শ কল্পনা কৰিছিল, সেই আদৰ্শ পূৰণৰ দিশত ই এক সুনিৰ্দিষ্ট প্ৰচেষ্টা। শ্ৰী মোদীয়ে কয় যে আনকেইখন কেনেদৰে বলবৎ হ’ব ইয়াৰ এটা লাইভ প্ৰদৰ্শনেৰে তেওঁ মাত্ৰ তাৰ আভাস পাইছে। প্ৰধানমন্ত্ৰীয়ে ৰাইজক আইনসমূহৰ লাইভ ডেমো চাবলৈ আহ্বান জনায়। তিনিখন নতুন ফৌজদাৰী আইন সফল ৰূপায়ণ উপলক্ষে সকলো নাগৰিকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। লগতে চণ্ডীগড় প্ৰশাসনৰ সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে।

জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী পাঠ

August 31st, 10:30 am

কাৰ্যসূচীত উপস্থিত থাকে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ জী, ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্না জী, ন্যায়াধীশ বি আৰ গাৱৈ জী, দেশৰ আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, এটৰ্নী জেনেৰেল আৰ ভেংকট ৰমণি জী, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত। কপিল ছিবাল জী, ভাৰতীয় বাৰ কাউন্সিলৰ সভাপতি ভাই মনন কুমাৰ মিশ্ৰ, উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, জিলা ন্যায়াধীশ, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ মহিলাসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে

August 31st, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ৭৫ বছৰ পূৰ্তিৰ স্মৃতিত ডাকটিকট আৰু মুদ্ৰাও মুকলি কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত আয়োজিত এই দুদিনীয়া সন্মিলনত জিলা ন্যায়পালিকাৰে সম্পৰ্কীয় বিষয়সমূহ যেনেঃ আন্তঃগাঁথনি আৰু মানৱ সম্পদ, সকলোৰে বাবে অন্তৰ্ভুক্ত আদালত কক্ষ, ন্যায়িক সুৰক্ষা আৰু ন্যায়িক কল্যাণ, গোচৰ ব্যৱস্থাপনা আৰু ন্যায়িক প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা আৰু বিচাৰ-বিবেচনাৰ বাবে পাঁচ কৰ্ম অধিৱেশন অনুষ্ঠিত হ’ব।

যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জুবিলী উদযাপনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

August 25th, 05:00 pm

অনুষ্ঠানত উপস্থিত ৰাজস্থানৰ ৰাজ্যপাল শ্ৰীযুত হৰিভাও কৃষ্ণৰাও বাগড়ে জী, ৰাজস্থানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্না জী, দেশৰ আইন মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল জী, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীযুত মনিন্দ্ৰ মোহন শ্ৰীবাস্তৱ জী, আন সকলো সন্মানীয় বিচাৰক, ন্যায় জগতৰ সকলো গণ্যমান্য ব্যক্তি, উপস্থিত থকা ভদ্ৰমহিলা আৰু সুধীসকল!

ৰাজস্থানৰ যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 25th, 04:30 pm

আজি ৰাজস্থানৰ যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। তেওঁ লগতে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ সংগ্ৰহালয়ো উদ্বোধন কৰে।

অসম উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 14th, 03:00 pm

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীমান হিমন্ত বিশ্ব শৰ্মা জী, মোৰ সতীৰ্থ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমান কিৰেন ৰিজিজু জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু জী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰায় জী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা জী, অন্যান্য সন্মানীয় ন্যায়াধীশসকল, বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল,

গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

April 14th, 02:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন উপলক্ষে আয়োজন কৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অসম আৰক্ষীৰ দ্বাৰা ডিজাইন কৰা এটা মোবাইল এপ্লিকেচন 'Assam Cop' মুকলি কৰে। এই এপ্পটোৱে ক্ৰাইম এণ্ড ক্ৰিমিনেল নেটৱৰ্ক ট্ৰেকিং চিষ্টেম (CCTNS) আৰু VAHAN ৰাষ্ট্ৰীয় পঞ্জীৰ ডাটাবেচৰ যোগেদি অভিযুক্ত আৰু বাহনৰ অনুসন্ধানত সহায় কৰিব।

১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 12th, 09:45 am

দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইমছ গুৱাহাটীত উপস্থিত হ'ব আৰু ইয়াৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা অনুষ্ঠানত এইমছ গুৱাহাটী আৰু আন তিনিখন চিকিৎসা মহাবিদ্যালয় দেশবাসীলৈ উৎসৰ্গা কৰিব। ইয়াৰ লগতে তেওঁ ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউটৰ (AAHII) আধাৰশিলা মুকলি কৰিব আৰু যোগ্য হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) কাৰ্ড বিতৰণ কৰি 'আপকে দ্বাৰ আয়ুষ্মান' অভিযান আৰম্ভ কৰিব।

Technology in the judicial system an essential part of Digital India mission: PM

April 30th, 01:55 pm

PM Modi participated in inaugural session of Joint Conference of Chief Ministers of States and Chief Justices of High Courts. He reiterated his vision of use of technology in governance in judiciary. He said that the Government of India considers the possibilities of technology in the judicial system as an essential part of the Digital India mission.

PM inaugurates the Joint Conference of CM of the States & Chief Justices of High Courts

April 30th, 10:00 am

PM Modi participated in inaugural session of Joint Conference of Chief Ministers of States and Chief Justices of High Courts. He reiterated his vision of use of technology in governance in judiciary. He said that the Government of India considers the possibilities of technology in the judicial system as an essential part of the Digital India mission.

PM to address the inaugural session of Joint Conference of Chief Ministers and Chief Justices of High Courts on 30th April

April 29th, 07:02 pm

Prime Minister Narendra Modi will participate in the inaugural session of the Joint Conference of Chief Ministers of States and Chief Justices of High Courts at Vigyan Bhawan, New Delhi on 30th April, 2022 at 10 AM.

Rule of Law has been the basis of our civilization and social fabric: PM

February 06th, 11:06 am

PM Modi addressed Diamond Jubilee celebrations of Gujarat High Court. PM Modi said, Our judiciary has always interpreted the Constitution positively and strengthened it. Be it safeguarding the rights of people or any instance of national interest needed to be prioritised, judiciary has always performed its duty.

প্ৰধানমন্ত্ৰীয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভাষণ দিয়

February 06th, 11:05 am

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ভাষণ দিয়ে। তেওঁ উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ষাঠী বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা স্মাৰক ডাক টিকটো জাৰি কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী, উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু ল ফ্ৰেটাৰনিটিৰ সদস্যসকল এই উপলক্ষে উপস্থিত থাকে।

৬ ফেব্ৰুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়

February 04th, 08:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাট উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী সমাৰোহ সম্বোধন কৰিব। তেখেতে তদুপৰি উচ্চ ন্যায়ালয়খনিৰ প্ৰতিষ্ঠাৰ ষাঠি বছৰ পূৰ্তি উপলক্ষে এটি স্মাৰক ডাক টিকট উন্মোচন কৰিব।

Need of the hour is to focus on application of science and technology: PM Modi

May 10th, 12:05 pm

At an event to mark introduction of digital filing as a step towards paperless Supreme Court, PM Narendra Modi emphasized the role of technology. PM urged to put to use latest technologies to provide legal aid to the poor. He added that need of the hour was to focus on application of science and technology.