শিবু চোৰেনক শ্ৰদ্ধাঞ্জলি জনাবলৈ ছাৰ গংগা ৰাম হাস্পতালত উপস্থিত প্ৰধানমন্ত্ৰী
August 04th, 02:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ছাৰ গংগা ৰাম হাস্পতালত উপস্থিত হৈ শিবু চোৰেনক শ্ৰদ্ধাঞ্জলি জনায়।শ্ৰী শিবু চোৰেনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
August 04th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিবু চোৰেনৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে জনজাতীয় সমাজ, দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সবলীকৰণৰ প্ৰতি তেওঁৰ আগ্ৰহক প্ৰশংসা কৰে।ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী হেমন্ত সোৰেনক অভিনন্দন জনায়
November 28th, 07:27 pm
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী হেমন্ত সোৰেণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জ্ঞাপন কৰে।ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 26th, 05:21 pm
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত ছোৰেণ আৰু নিৰ্বাচিত বিধায়ক শ্ৰীমতী কল্পনা ছোৰেণে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ঝাৰখণ্ডৰ মু্খ্যমন্ত্ৰীৰ
July 15th, 12:12 pm
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত ছোৰেনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।