Prime Minister attends exhibition in Hazira, Gujarat

June 05th, 10:08 pm

PM Modi attended an exhibition in Hazira, Gujarat, showcasing India’s growing defence manufacturing capabilities under the Make in India initiative. He highlighted the exhibition as a reflection of the country’s efforts to promote indigenization and strengthen self-reliance in the defence sector, reinforcing the vision of Aatmanirbhar Bharat.

গুজৰাটৰ হাজিৰাত থকা এল এণ্ড টি প্ৰাংগণত উপস্থিত প্ৰধানমন্ত্ৰী

June 05th, 08:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ হাজিৰাৰ লাৰ্চেন এণ্ড টৌব্ৰ’ (এল এণ্ড টি) কেম্পাছত উপস্থিত হৈ কোম্পানীটোৱে বিভিন্ন খণ্ডত গ্ৰহণ কৰা যুগান্তৰকাৰী উদ্ভাৱনৰ সাক্ষী হয়।

গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

June 05th, 04:30 pm

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

June 05th, 04:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।

৫ জুনত চুৰাট আৰু দমন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

June 04th, 10:03 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৫ জুনত গুজৰাট আৰু ডমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় দুই বাজি ত্ৰিশ মিনিটত চুৰাট জিলাৰ হাজিৰা ভ্ৰমণ কৰি চলি থকা ঔদ্যোগিক কাৰ্য্যকলাপ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব। সন্ধিয়া প্ৰায় ৪ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।

Prime Minister performs Bhoomi-Poojan of Ahmedabad Metro Rail Project Phase-II and Surat Metro Rail

January 18th, 10:30 am

PM Modi performed ‘bhoomi pujan’ of Ahmedabad Metro’s Phase-II and Surat Metro. “Ahmedabad and Surat are receiving very important gifts today. Metro will further strengthen the connectivity in what are two major business centres of the country,” the Prime Minister said in his remarks. He further added that the rapid expansion of metro network in India in recent years showed the gulf between the work done by our government and the previous ones.

আহমেদাবাদৰ মেট্ৰ’ প্ৰকল্প পৰ্যায় ২ আৰু চুৰাট মেট্ৰ’ প্ৰকল্পৰ ভূমি পুজন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

January 18th, 10:30 am

উত্তৰায়ণৰ আৰম্ভণিতে আজি আহমেদাবাদ আৰু চুৰাটে এক গুৰুত্বপূৰ্ণ উপহাৰ লাভ কৰিছে৷ দেশৰ দুখন বৃহৎ ব্যৱসায়িক কেন্দ্ৰ আহমেদাবাদ আৰু চুৰাটক মেট্ৰ’ই এই চহৰ দুখনত যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ কাম কৰিব৷ কালি কেৱড়িয়াৰ বাবে নতুন ৰে’লপথ আৰু নতুন ৰে’লৰ শুভাৰম্ভ হৈছে৷ আহমেদাবাদতকৈও আধুনিক জন শতাব্দী এক্সপ্ৰেছ এতিয়া কেৱড়িয়ালৈ যাব৷ এই শুভাৰম্ভৰ বাবে মই গুজৰাটৰ জনসাধাৰণক অশেষ শুভকামনা জনাইছো৷

হাজিৰাত ৰ’-পেক্স টার্মিনেলৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা

November 08th, 10:51 am

যি কোনো প্ৰকল্পৰ কাম আৰম্ভ হ’লে কিদৰে ‘ইজ অফ ডুয়িং বিজনেছ’ৰ লগতে ‘ইজ অফ লিভিঙো’ বৃদ্ধি পাই ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল এই প্ৰকল্পটো৷ ইয়াত আহি যি ৪–৫গৰাকী ভাই–ভনীৰ সৈতে কথা কোৱাৰ সুযোগ পাইছো, তেওঁলোকে যিদৰে নিজৰ অভিজ্ঞতাৰ কথা ক’লে, তীর্থযাত্রাৰ পৰা আৰম্ভ কৰি যান–বাহনৰ ন্যূনতম লোকচান, সময় ৰাহি অথবা কৃষি উৎপাদন বৃদ্ধি, অপচয় হ্রাস, সতেজ ফল আৰু শাক–পাছলি সৰবৰাহ দ্রুতগতিত ছুৰাটৰ দৰে ডাঙৰ বজাৰলৈ নিয়াৰ ইমান ভাল ব্যৱস্থা এই সকলো বন্ধুসকলৰ জীৱনত এক নতুন মাত্রা যোগ হোৱাত তেওঁলোক অতিশয় আনন্দিত হৈছে৷ তেওঁলোকে মোক জনায় যে এই প্ৰকল্পৰ ফলত কিদৰে তেওঁলোকৰ ব্যৱসায়–বাণিজ্যৰ কাম সুগম হ’ব, গতি বৃদ্ধি পাব৷ মই ভাৱো সেইবাবেই আজি আপোনালোক ইমান আনন্দিত হৈছে৷ আজি এই আনন্দময় পৰিৱেশত ব্যৱসায়ী, শ্ৰমিক, কর্মচাৰী, কৃষক, ছাত্ৰ–ছাত্রী প্ৰত্যেকৰ জীৱনত এই অভূতপূর্ব যোগাযোগ ব্যৱস্থাই ইতিবাচক প্ৰভাৱ পেলাব৷ যেতিয়া নিজৰ মাজত দূৰত্ব কমে, তেতিয়া মনটোও আনন্দৰে ভৰি পৰে৷

হাজিৰাত ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়

November 08th, 10:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ হাজিৰাত এটা ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰাৰ লগতে হাজিৰা আৰু ঘোঘাৰ মাজত পতাকা জোকাৰি ফেৰী সেৱাৰো শুভাৰম্ভ কৰে। তেওঁ স্থানীয় ব্যৱহাৰকাৰীসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। ইফালে, তেওঁ কেন্দ্ৰীয় ‘জাহাজ পৰিবহণ মন্ত্ৰালয়’ক ‘বন্দৰ, জাহজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ হিচাপে পুনৰ-নামকৰণ কৰাৰ সিদ্ধান্তৰ কথাও জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে ৮ নবেম্বৰত হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স ফেৰী সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰি

November 06th, 03:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নবেম্বৰ, ২০২০ত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰিব। এয়া জলপথৰ ব্যৱহাৰ আৰু তাক দেশৰ অৰ্থনৈতিক বিকাশৰ সৈতে একত্ৰিত কৰিবৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিজ্যনৰ দিশত এক বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত এই সেৱা ব্যৱহাৰ কৰা স্থানীয় মানুহৰ সৈতে বাৰ্তালাপো কৰিব। এই উপলক্ষে শ্বিপিং ৰাজ্য মন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০১৯ ৰ বাবে কাইলৈ গুজৰাটত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী

January 16th, 08:03 pm

১৭ জানুৱাৰী, ২০১৯ অৰ্থাৎ কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰ, আহমেদাবাদ আৰু হাজিৰাতো উপস্থিত হ’ব।