
শ্ৰী হৰিশভাই নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
April 12th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক শ্ৰী হৰিশভাই নায়কৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে সেৱামূলক কাৰ্যকলাপ আৰু সাংগঠনিক কামত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।