অষ্ট্ৰেলিয়াত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

December 14th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ বণ্ডি বিচত ইহুদীসকলৰ হানুক্কা উৎসৱৰ প্ৰথমটো দিন উদযাপনত অংশগ্ৰহণ কৰা লোকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ।

প্ৰধানমন্ত্ৰীয়ে বেঞ্জামিন নেতানিয়াহুক হানুকাৰ শুভেচ্ছা জ্ঞাপন কৰে

December 25th, 06:27 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু সমগ্ৰ বিশ্বৰ এই উৎসৱ উদযাপন কৰা সকলো ৰাইজলৈ হানুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছে:

PM extends Hanukkah greetings

December 07th, 07:55 pm

The Prime Minister, Shri Narendra Modi has extended Hanukkah greetings to Jewish people in India and around the world. He tagged the post to Benjamin Netanyahu, Prime Minister of Israel.