কাটাৰৰ ফাদাৰ আমিৰ মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
July 12th, 03:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ ফাদাৰ আমিৰ মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।ফাদাৰ আমিৰক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
February 15th, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দোহাত ফাদাৰ আমিৰ, মহামহিম হামাদ বিন খলিফা আল থানীক সাক্ষাৎ কৰে।