TMC has created a system of “cut money” and commissions: PM Modi in Haldia, West Bengal
April 09th, 11:35 am
Prime Minister Narendra Modi delivered a high-energy address in Haldia, galvanising BJP supporters and setting the tone for the upcoming West Bengal Assembly elections. Addressing a massive gathering, PM Modi invoked the spirit of past political transformation and projected a similar wave sweeping across the state.PM Modi’s Haldia, Asansol & Birbhum rallies build massive momentum ahead of West Bengal polls
April 09th, 11:30 am
Prime Minister Narendra Modi delivered a high-energy address in Haldia, galvanising BJP supporters and setting the tone for the upcoming West Bengal Assembly elections. Addressing a massive gathering, PM Modi invoked the spirit of past political transformation and projected a similar wave sweeping across the state.পশ্চিম বংগৰ কলকাতাত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 14th, 02:15 pm
ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শান্তনু ঠাকুৰ জী, সুকান্ত মজুমদাৰ জী, পশ্চিম বংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, মোৰ সতীৰ্থ সংসদ সদস্য শমিক ভট্টাচাৰ্য জী, অন্যান্য জনপ্ৰতিনিধি, ভদ্ৰলোক-ভদ্ৰ মহিলাসকল,পশ্চিমবংগৰ কলকাতাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে
March 14th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ কলকাতাত ১৮ হাজাৰ কোটিতকৈ অধিক টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, আজি কলকাতাৰ ভূমিৰ পৰা পশ্চিম বংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে।প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অনুষ্ঠানত পথ, ৰে’লৱে, আৰু বন্দৰৰ আন্তঃগাঁথনিৰ সৈতে জড়িত ১৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা হৈছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগ আৰু পূব ভাৰতক নতুন গতি প্ৰদান কৰিব, বাণিজ্য আৰু উদ্যোগক উন্নীত কৰিব, আৰু লাখ লাখ লোকক নতুন সুযোগ প্ৰদান কৰি তেওঁলোকৰ জীৱন সহজ কৰি তুলিব। কিছুমান মূল প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খড়গপুৰ–মৰেগ্ৰাম এক্সপ্ৰেছৱে’ৰ কাম সম্পূৰ্ণ হ’লে পশ্চিম বংগৰ বহু ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব। তেওঁ দুবৰাজপুৰ বাইপাছ আৰু কংসাবতী আৰু শিলাবটি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰধান দলংসমূহৰ কথাও উল্লেখ কৰে, যাৰ ফলত সংযোগ আৰু অধিক উন্নত হ’ব। শ্ৰী মোদীয়ে মন্তব্য কয়- এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে পশ্চিম বংগৰ জনসাধাৰণ আৰু সমগ্ৰ পূব ভাৰতক অভিনন্দন জনাইছো।১৪ মাৰ্চত পশ্চিম বংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 12th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ মাৰ্চত পশ্চিম বংগ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে কলকাতাত প্ৰায় ১৮,৬৮০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।Within 4 years, 11 crore new families across the country have got tap water facilities: PM Modi in Arambagh
March 01st, 06:36 pm
Prime Minister Narendra Modi addressed an overjoyed crowd in Arambagh, West Bengal. The PM remarked, “Today when I have come to Bengal, I can say that today's India is fulfilling his dream.” The PM went on to reminisce about the excellent heights achieved by India in the past 10 years and said, “India has risen from the 11th ranked economy to the 5th ranked economic power. We all have seen how India was cheered in the G20.”PM Modi addresses at an aspirational public gathering in Arambagh, West Bengal
March 01st, 03:45 pm
Prime Minister Narendra Modi addressed an overjoyed crowd in Arambagh, West Bengal. The PM remarked, “Today when I have come to Bengal, I can say that today's India is fulfilling his dream.” The PM went on to reminisce about the excellent heights achieved by India in the past 10 years and said, “India has risen from the 11th ranked economy to the 5th ranked economic power. We all have seen how India was cheered in the G20.”পশ্চিমবংগৰ আৰামবাগত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 01st, 03:15 pm
পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসেজী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ শান্তনু ঠাকুৰজী, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী, সাংসদ অপৰূপা পোদ্দাৰজী, সুকান্ত মজুমদাৰজী, সৌমিত্ৰ খান জী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু সুধীবৃন্দ।পশ্চিম বংগৰ হুগলীৰ আৰামবাগত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
March 01st, 03:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হুগলীৰ আৰামবাগত ৭,২০০ কোটি টকা ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প ৰাষ্ট্ৰ নামত উচৰ্গা কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহ ৰে'ল, বন্দৰ, তেল পাইপলাইন, ‘এলপিজি’ যোগান আৰু বৰ্জনীয় পানী শোধনৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।ভাৰতৰ প্ৰথম আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম কৰিডৰ উদ্বোধন আৰু নমো ভাৰত ৰেলৰ ফ্লেগিং অফ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
October 20th, 04:35 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল, উত্তৰ প্ৰদেশৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী ভাই যোগী আদিত্যনাথ জী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী হৰদীপ সিং পুৰী জী, ভি কে সিং জী, কৌশল কিশোৰ জী, আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰতৰ প্ৰথম আঞ্চলিক দ্ৰুত পৰিবহন ব্যৱস্থা (আৰআৰটিএছ)ৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
October 20th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ চাহিবাবাদ ৰেপিডএক্স ষ্টেচনত দিল্লী-গাজিয়াবাদ-মীৰাট আঞ্চলিক দ্ৰুত পৰিবহন (আৰআৰটিএছ) কৰিডৰৰ মূল শাখাউদ্বোধন কৰে। তেওঁ চাহিবাবাদক দুহাই ডিপোলৈ সংযোগ কৰা নমো ভাৰত ৰেপিডএক্স ৰে'লৰ শুভাৰম্ভ কৰে, যাৰ দ্বাৰা ভাৰতত আৰআৰটিএছ মুকলি কৰা হয়। শ্ৰী মোদীয়ে বেংগালুৰু মেট্ৰ'ৰ পূব-পশ্চিম কৰিডৰৰ দুটা অংশ দেশবাসীক উৎসৰ্গিত কৰে।Didi talking about 'Duare Sarkar' but she will be shown door on May 2: PM Modi in Kanthi, West Bengal
March 24th, 11:03 am
Ahead of the first phase of polling in West Bengal assembly election, PM Modi addressed public meeting at Kanthi, West Bengal today. PM Modi said, “This is a very crucial time for first time voters and youth aged around 25 in Bengal. They have the responsibility to build the future of Bengal and thus, 'Ashol Poriborton' is the need of the hour.PM Modi addresses public meeting at Kanthi, West Bengal
March 24th, 11:00 am
Ahead of the first phase of polling in West Bengal assembly election, PM Modi addressed public meeting at Kanthi, West Bengal today. PM Modi said, “This is a very crucial time for first time voters and youth aged around 25 in Bengal. They have the responsibility to build the future of Bengal and thus, 'Ashol Poriborton' is the need of the hour.পশ্চিম বংগৰ হালডিয়াত গুৰুত্বপূৰ্ণ আন্তঃগাথনিমূলক প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
February 07th, 05:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হালদিয়া ভ্ৰমণ কৰে আৰু প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে ৩৪৮ কিলোমিটাৰ ডোভি–দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন শাখাৰ এলপিজি আমদানি টাৰ্মিনেল দেশৰ বাবে উৎসৰ্গা কৰে। তেওঁ হালদিয়া শোধনাগাৰৰ দ্বিতীয় কেটালাইটিক-ইচোডেৱাক্সিং ইউনিটৰ আধাৰশিলা স্থাপন কৰে আৰু ৪১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালদিয়াৰ ৰাণীচকত ৪ লেনযুক্ত ফ্লাইঅভাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ মুখ্য আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে
February 07th, 05:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হালদিয়া ভ্ৰমণ কৰে আৰু প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে ৩৪৮ কিলোমিটাৰ ডোভি–দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন শাখাৰ এলপিজি আমদানি টাৰ্মিনেল দেশৰ বাবে উৎসৰ্গা কৰে। তেওঁ হালদিয়া শোধনাগাৰৰ দ্বিতীয় কেটালাইটিক-ইচোডেৱাক্সিং ইউনিটৰ আধাৰশিলা স্থাপন কৰে আৰু ৪১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালদিয়াৰ ৰাণীচকত ৪ লেনযুক্ত ফ্লাইঅভাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশগ্ৰহণ কৰে।TMC govt rebirth of erstwhile Left rule, rebirth of corruption, crime, violence and attack on democracy: PM Modi in Haldia
February 07th, 04:23 pm
Speaking at a public meeting in Haldia, West Bengal, PM Narendra Modi talked about several key infrastructure projects being carried out by the Central government in the state. He also launched attack on the TMC government in the state for not implementing Centre's schemes like the Fasal Bima Yojana and Ayushman Bharat Yojana.PM Modi addresses a public meeting in Haldia, West Bengal
February 07th, 04:22 pm
Speaking at a public meeting in Haldia, West Bengal, PM Narendra Modi talked about several key infrastructure projects being carried out by the Central government in the state. He also launched attack on the TMC government in the state for not implementing Centre's schemes like the Fasal Bima Yojana and Ayushman Bharat Yojana.কলকাটা বন্দৰ ন্যাসৰ ডেৰশবছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
January 12th, 11:18 am
নমস্কাৰ। আমাৰ প্ৰিয়বাংলাৰ ভাই-ভনীসকল! ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰ লগতে সমাগত মকৰ সংক্ৰান্তি উপলক্ষে আপোনালোক আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত উপস্থিত প্ৰধানমন্ত্ৰী, মুকলি কৰিলে কলকাতা প’ৰ্টৰ বহুমুখী বিকাশ প্ৰকল্প প’ৰ্টৰ বন্দনা গীত মুকলি
January 12th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে৷No Indian citizen will be affected by citizenship law: PM Modi
December 17th, 12:36 pm
Continuing his election campaigning spree, PM Modi addressed a rally in Jharkhand's Barhait district. He said, “Here is only one voice in the state - 'Jharkhad pukara BJP dobara'. This voice has strengthened because Lotus has ensured development in the state. When Lotus blossoms youth, women, old, tribals, the backward areas are benefitted.”