ইণ্ডোনেচিয়াৰ ৰাজনৈতিক, আইনী আৰু সুৰক্ষা পৰিক্ৰমাৰ সহযোগিতাকাৰী মন্ত্ৰী ড০ এইচ ৱিৰান্টোৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

January 09th, 07:11 pm

আজি ইণ্ডোনেচিয়াৰ ৰাজনৈতিক, আইনী আৰু সুৰক্ষা পৰিক্ৰমাৰ সহযোগিতাকাৰী মন্ত্ৰী ড০ এইচ ৱিৰান্টোৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে।