এআই ইম্পেক্ট সন্মিলন ২০২৬ উপলক্ষে ছুইছ কনফেডাৰেশ্যনৰ অধ্যক্ষ গাই পাৰমেলিনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 19th, 06:29 pm
দুয়োগৰাকী নেতাই ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজৰ বন্ধুত্বপূৰ্ণ আৰু বহুমুখী সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। নেতা দুগৰাকীয়ে বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্ভাৱন, দক্ষতা বিকাশ, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ পৰিসৰৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী আঞ্চলিক আৰু বৈশ্বিক বিভিন্ন বিষয়ত মত বিনিময় কৰে।প্রধানমন্ত্রীয়ে ১৯ নৱেম্বৰ, ২০২০ তাৰিখে বেঙ্গালুৰু টেক ছামিট উদ্বোধন কৰি
November 17th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংৰ মাধ্যমেৰে ১৯ নৱেম্বৰৰ দিনৰ ১২ বজাত ২০২০ বৰ্ষৰ বেঙ্গালুৰু টেক ছামিট উদ্বোধন কৰিব।