Gen Z & Gen Alpha will lead India to the goal of a Viksit Bharat: PM Modi
December 26th, 01:30 pm
While addressing the national programme marking ‘Veer Baal Diwas’ in New Delhi, PM Modi stated that the Sahibzades broke the boundaries of age and stage and stood like a rock against the cruel Mughal empire. The PM highlighted that the courage and ideals of Mata Gujri, Shri Guru Gobind Singh Ji, and the four Sahibzades continue to give strength to every Indian. He added that India will demonstrate complete liberation from the colonial mindset by 2035.নতুন দিল্লীত বীৰ বাল দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
December 26th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বীৰ বাল দিৱস’ উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আদৰণি জনাই উপস্থিত শিশুসকলক সম্বোধন কৰি মন্তব্য কৰে যে আজি দেশত বীৰ বাল দিৱস উদযাপন কৰা হৈছে। তেওঁ বন্দে মাতৰমৰ সুন্দৰ উপস্থাপনৰ ওপৰত আলোকপাত কৰি অভিনয় কৰা সকলৰ নিষ্ঠা আৰু প্ৰচেষ্টা স্পষ্টভাৱে দেখা পোৱা বুলি উল্লেখ কৰে।২৫ নৱেম্বৰত কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 24th, 12:44 pm
প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৪ বজাত ভগৱান কৃষ্ণৰ পবিত্ৰ শঙ্খৰ সন্মানাৰ্থে নিৰ্মাণ কৰা নৱনিৰ্মিত 'পাঞ্চজন্য' উদ্বোধন কৰিব। ইয়াৰ পাছত, তেওঁ মহাভাৰত অনুভৱ কেন্দ্ৰ ভ্ৰমণ কৰিব। এয়া হৈছে এক জীৱন্ত পৰীক্ষামূলক কেন্দ্ৰ য'ত মহাভাৰতৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহ বৰ্ণনা কৰি ইয়াৰ স্থায়ী সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্বৰ ওপৰত আলোকপাত কৰা বিভিন্ন বিষয় সংলগ্ন কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে ২৫ নৱেম্বৰত অযোধ্যাৰ শ্ৰী ৰাম জনমভূমি মন্দিৰ দৰ্শন কৰিব
November 24th, 12:01 pm
ৰাষ্ট্ৰৰ সমাজ-সাংস্কৃতিক আৰু আধ্যাত্মিক বাতাবৰণৰ এক গুৰুত্বপূৰ্ণ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ নৱেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাৰ শ্ৰী ৰাম জনমভূমি মন্দিৰ দৰ্শন কৰিব।PM Modi interacts with Rashtriya Bal Puraskar awardees
December 26th, 09:54 pm
PM Modi interacted with the 17 awardees of Rashtriya Bal Puraskar in New Delhi. During the candid interaction, the PM heard the life stories of the children and encouraged them to strive harder in their lives. He congratulated all the youngsters and wished them the very best for their future endeavours.Our constitution embodies the Gurus’ message of Sarbat da Bhala—the welfare of all: PM Modi
December 26th, 12:05 pm
The Prime Minister, Shri Narendra Modi participated in Veer Baal Diwas today at Bharat Mandapam, New Delhi.Addressing the gathering on the occasion of the 3rd Veer Baal Diwas, he said their Government had started the Veer Baal diwas in memory of the unparalleled bravery and sacrifice of the Sahibzades.PM Modi participates in Veer Baal Diwas programme in New Delhi
December 26th, 12:00 pm
The Prime Minister, Shri Narendra Modi participated in Veer Baal Diwas today at Bharat Mandapam, New Delhi.Addressing the gathering on the occasion of the 3rd Veer Baal Diwas, he said their Government had started the Veer Baal diwas in memory of the unparalleled bravery and sacrifice of the Sahibzades.প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু টেগ বাহাদুৰজীৰ প্ৰকাশ পূৰব উপলক্ষে সেৱা জনাইছে
April 11th, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু টেগ বাহাদুৰজীক তেওঁৰ প্ৰকাশ পূৰব উপলক্ষে সেৱা জনাইছে।লালকিল্লাত শ্ৰী গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০ সংখ্যক ‘প্ৰকাশ পূৰব’ উদযাপন সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 22nd, 10:03 am
মঞ্চত উপৱিষ্ট মহানুভৱসকল, কাৰ্যক্ৰমত উপস্থিত থকা আইসকল, সজ্জনসকল আৰু ‘ভাৰচুৱেলী’ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা মহানুভৱমণ্ডলী!PM participates in the celebrations of 400th Parkash Purab of Sri Guru Tegh Bahadur Ji at Red Fort
April 21st, 09:07 pm
Prime Minister Narendra Modi participated in the celebrations of the 400th Parkash Purab of Sri Guru Tegh Bahadur Ji at Red Fort. Shri Modi said that nearby Gurudwara Sheeshganj Sahib, which is symbol of Guru Tegh Bahadur Ji’s immortal sacrifice, reminds us about the enormity of Guru Tegh Bahadur’s sacrifice.প্ৰধানমন্ত্ৰীয়ে ২১ এপ্ৰিলত লাল কিলাত শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৪০০তম প্ৰকাশ পৰ্ব সমাৰোহত ভাগ ল'ব
April 20th, 10:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ এপ্ৰিল ২০২২ত নিশা প্ৰায় ৯:১৫ বজাত নতুন দিল্লীৰ লাল কিলাত শ্ৰী গুৰু তেগ বাহাদুৰ জীৰ ৪০০তম প্ৰকাশ পৰ্ব সমাৰোহত ভাগ ল'ব। এই উপলক্ষে, প্ৰধানমন্ত্ৰীয়ে উপস্থিত জনসমাবেশক সম্বোধন কৰিব আৰু এটা স্মাৰক মুদ্ৰা তথা ডাক টিকটো জাৰি কৰিব।প্ৰত্যেকে টীকা ল’ব লাগিব আৰু নিজৰ সম্পূৰ্ণ যতন ল’ব লাগিব : মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 25th, 11:30 am
বন্ধুসকল, শেহতীয়াকৈ এই সংকটৰ মোকাবিলা কৰিবলৈ মই বিভিন্ন খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে দীঘলীয়া আলোচনা কৰিছো। আমাৰ ফাৰ্মা-উদ্যোগৰ লোক, প্ৰতিষেধক নিৰ্মাতা বা অক্সিজেন উৎপাদনৰ সৈতে সম্পৰ্কিত লোক হওক বা চিকিৎসা ক্ষেত্ৰৰ বিষয়ে বিজ্ঞ লোক হওক, তেওঁলোকে নিজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ চৰকাৰক প্ৰদান কৰিছে। এই সময়ত, আমি এই যুঁজত জয়ী হ'বলৈ বিশেষজ্ঞ আৰু বৈজ্ঞানিক পৰামৰ্শক অগ্ৰাধিকাৰ দিব লাগিব। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আগবঢ়াই নিয়াৰ বাবে সকলো শক্তিৰে কাম কৰি আছে। ৰাজ্য চৰকাৰসমূহেও তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ যথাসাধ্য ধৰণে চেষ্টা কৰি আছে।শ্ৰী গুৰু টেগ বাহাদুৰজীৰ ৪০০তম জন্মবাৰ্ষিকী (প্ৰকাশ পৰ্ব) পালনৰ বাবে উচ্চস্তৰীয় সমিতিত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবা
April 08th, 01:31 pm
সমিতিৰ সকলো সন্মানীয় সদস্য, আৰু সহকৰ্মীসকল! গুৰু টেগ বাহাদুৰজীৰ ৪০০ তম প্ৰকাশ পৰ্বৰ এই উপলক্ষটো এক আধ্যাত্মিক সৌভাগ্য আৰু এক ৰাষ্ট্ৰীয় কৰ্তব্যও। আমি ইয়াত কিবা অৰিহণা যোগাব পাৰো, এই গুৰু অনুগ্ৰহ আমাৰ সকলোৰে ওপৰত আছে। মই সুখী যে আমি সকলোৱে দেশৰ সকলো নাগৰিকক সমবেত কৰি এই প্ৰচেষ্টাবোৰ আগবঢ়াই নিছো।গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক জয়ন্তী(প্ৰকাশ পূৰব) উদযাপন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিৰ সভাত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়
April 08th, 01:30 pm
গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০সংখ্যক জয়ন্তী(প্ৰকাশ পূৰব) উদযাপন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিৰ এক সভাত প্ৰধানমন্ত্ৰী শ্ৰা নৰেন্দ্ৰ মোডীয়ে আজি পৌৰহিত্য কৰে। সভাখন ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত কৰা হৈছিল।PM pays tributes to Sri Guru Tegh Bahadur Ji on his Shaheedi Diwas
December 19th, 12:05 pm
The Prime Minister, Shri Narendra Modi has paid tributes to Sri Guru Tegh Bahadur Ji on his Shaheedi Diwas.