Prime Minister visits Dera Sachkhand Ballan

February 01st, 09:00 pm

During his visit to Dera Sachkhand Ballan in Punjab, PM Modi said that it was a very special feeling to be there on the Jayanti of Shri Guru Ravidass Maharaj Ji. The PM shared pictures of his visit on X.

প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে সন্ত নিৰঞ্জন দাস জীক

February 01st, 07:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ জয়ন্তী উপলক্ষ্যে ডেৰা সচখণ্ড বাল্লানত সন্ত নিৰঞ্জন দাস জীক সাক্ষাৎ কৰে।শেহতীয়াকৈ তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে, সমাজৰ প্ৰতি তেওঁৰ প্ৰেৰণাদায়ক সেৱাৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে, শ্ৰী মোদীয়ে কয়।

আদমপুৰ বিমানবন্দৰৰ পুনৰ নামকৰণ কৰি শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ হিচাবে ৰখাটো শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলিঃ প্ৰধানমন্ত্ৰী

February 01st, 06:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় কৰে যে আজি সন্ত ৰবিদাস জয়ন্তীৰ শুভ ক্ষণত আদমপুৰ বিমানবন্দৰ এতিয়াৰে পৰা শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ নামেৰে পৰিচিত কৰিবলৈ লোৱা সিদ্ধান্ত অপৰিসীম সন্মান আৰু গৌৰৱৰ বিষয়। শ্ৰী মোদীয়ে লগতে কয় যে শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি ই এক উপযুক্ত শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ সমতা, কৰুণা আৰু সেৱাৰ বাৰ্তাই আমাক সকলোকে যথেষ্ট প্ৰেৰণা যোগাই আহিছে।