মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ

August 01st, 04:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।

কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

August 01st, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ - বিবেক স্মাৰক উদ্বোধন কৰে। অনুষ্ঠানত সমবেত গণ্যমান্য ব্যক্তিসকলৰ লগতে বিশাল জনসমাগমক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে দেৱী চামুণ্ডেশ্বৰী দেৱীক শ্ৰদ্ধা জনায়।

Prime Minister shares Sanskrit Subhashitam highlighting the role of teachers on Guru Purnima

July 29th, 08:20 am

PM Modi extends Guru Purnima greetings and shares a Sanskrit Subhashitam highlighting the invaluable role of teachers in shaping lives. He reflects on how Gurus inspire, guide, educate and awaken wisdom, encouraging everyone to make their ideals a guiding force in life.

‘মন কী বাত’ত ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য, উদ্ভাৱন আৰু সামূহিক প্ৰচেষ্টা প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

July 26th, 11:30 am

Prime Minister Narendra Modi addressed the nation through Mann Ki Baat. In his speech, he highlighted important topics such as Kargil Vijay Diwas, Catch the Rain campaign, India's space sector prowess, Science Olympiads, Environmental conservation, Khadi and more. He called upon the citizens to share their ideas and suggestions for Independence Day through MyGov.

গুৰু পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে

July 10th, 09:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে সকলোলৈ শুভেচ্ছা জনাইছে।

India's heritage is not just a history. India's heritage is also a science: PM Modi

July 21st, 07:45 pm

PM Modi inaugurated the 46th session of the World Heritage Committee at Bharat Mandapam in New Delhi. On this occasion, he remarked that India's history and civilization are far more ancient and expansive than commonly perceived. The Prime Minister emphasized that Development along with Heritage is India's vision, and over the past decade, the government has taken unprecedented steps for the preservation of heritage.

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য কমিটিৰ ৪৬ সংখ্যক অধিৱেশন উদ্বোধন কৰে

July 21st, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য কমিটিৰ ৪৬ সংখ্যক অধিৱেশন উদ্বোধন কৰে। বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক বছৰি অনুষ্ঠিত হয় আৰু কমিটিখনৰ ওপৰত বিশ্ব ঐতিহ্যৰ সকলো বিষয় পৰিচালনা তথা বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া স্থানসমূহৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব ন্যস্ত কৰা হৈছে। ভাৰতত পোন-প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আয়োজিত ভিন্ন প্ৰদৰ্শনীওদৰ্শন কৰে।

গুৰু পূৰ্ণিমা উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

July 21st, 10:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে।

Prime Minister pays tributes to the venerable Pasumpon Muthuramalinga Thevar on his sacred Guru Pooja

October 30th, 08:47 pm

The Prime Minister, Shri Narendra Modi paid tributes to the venerable Pasumpon Muthuramalinga Thevar on his sacred Guru Pooja.

‘গুৰু পূৰ্ণিমা’ উপলক্ষে সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে

July 03rd, 09:31 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘গুৰু পূৰ্ণিমা’ৰ পৱিত্ৰ উপলক্ষত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে গুৰু পূজা উপলক্ষে স্বাধীনতা সংগ্ৰামী পাসুমপোন মুথুৰামলিং থেৱাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

October 30th, 12:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূজা উপলক্ষে স্বাধীনতা সংগ্ৰামীপাসুমপোন মুথুৰামলিং থেৱাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

প্রধানমন্ত্রীয়ে গুৰু পূৰ্ণিমাত জনসাধাৰণক অভিনন্দন জনাইছে

July 13th, 09:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণক অভিনন্দন জনাইছে।

Double Engine government of the Karmayogis is working tirelessly for the progress of Bundelkhand: PM Modi

November 19th, 02:06 pm

Prime Minister Shri Narendra Modi dedicated to the Nation various developmental projects in Mahoba, Uttar Pradesh. These projects will help alleviate the issue of water shortage in the region and bring much needed relief to the farmers. These projects include the Arjun Sahayak Project, Ratauli Weir Project, Bhaoni Dam Project and Majhgaon–Chilli Sprinkler Project.

PM dedicates to the nation various developmental projects in Mahoba, Uttar Pradesh

November 19th, 02:05 pm

Prime Minister Shri Narendra Modi dedicated to the Nation various developmental projects in Mahoba, Uttar Pradesh. These projects will help alleviate the issue of water shortage in the region and bring much needed relief to the farmers. These projects include the Arjun Sahayak Project, Ratauli Weir Project, Bhaoni Dam Project and Majhgaon–Chilli Sprinkler Project.

‘গুৰু পূৰ্ণিমা’ত জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

July 24th, 09:08 am

‘গুৰু পূৰ্ণিমা’ৰ পবিত্ৰ উপলক্ষত জনসাধাৰণলৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

আষাঢ় পূৰ্ণিমা- ধম্ম চক্র দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ পূৰ্ণপাঠ

July 24th, 08:44 am

আপোনালোক সকলোকে ধম্ম চক্ৰ দিৱস আৰু আষাঢ় পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিলো! আজি আমি তদুপৰি গুৰু পূৰ্ণিমা পালন কৰিছো। এই দিনটোতে, ভগৱান বুদ্ধই দিব্যজ্ঞান লাভৰ পাছত বিশ্বখনক তেওঁৰ প্ৰথম বাণী প্ৰদান কৰিছিল। আমাৰ দেশত কোৱা হয় যে য’তেই জ্ঞান থাকে, ত’তেই পৰিপূৰ্ণতা থাকে। আৰু যেতিয়া বুদ্ধ নিজেই প্ৰচাৰক হয়, তেতিয়া এই দৰ্শন বিশ্বখনৰ কল্যাণৰ সৈতে সমাৰ্থক হৈ পৰাটো স্বাভাৱিক। ত্যাগ আৰু সহনশীলতাৰ প্ৰতীক বুদ্ধই যেতিয়া উপদেশ আগবঢ়াই, তেতিয়া সেয়া মাথো শব্দৰ উচ্চাৰণেই হৈ নাথাকে, বৰঞ্চ ধম্মৰ সমগ্ৰ চক্ৰ আৰম্ভ হয়। তেতিয়া তেওঁ মাথো পাঁচজন অনুগামীক উপদেশ প্ৰদান কৰিছিল, কিন্তু আজি বুদ্ধত বিশ্বাসী সমগ্ৰ বিশ্বখনতে এই দৰ্শনৰ অনুগামী আছে।

আহাৰ পূর্ণিমা-ধর্ম চক্র দিৱস উপলক্ষে প্রধানমন্ত্রীৰ বার্তা

July 24th, 08:43 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে ভগৱান বুদ্ধ বর্তমান ক’ৰোনাৰ মহামাৰীৰ সময়ত আৰু অধিক প্রাসংগিক হৈ পৰিছে৷ ভগৱান বুদ্ধৰ পথ অনুসৰণ কৰি কঠিনতম প্ৰত্যাহ্বানসমূহ কিদৰে মুখামুখি হৈছে সেয়া ভাৰতে দেখুৱাই দিছে। সমগ্র বিশ্বই ভগৱান বুদ্ধৰ আদর্শ আৰু বাণী অনুসৰণ কৰি সহমর্মিতাৰ পথত আগুৱাই গৈছে। আহাৰ পূর্ণিমা-ধর্ম চক্র দিৱস উপলক্ষে এক বার্তাত প্রধানমন্ত্রীয়ে কয় যে আন্তর্জাতিক বৌদ্ধ সন্মিলনৰ “কেয়াৰ উইথ প্রেয়াৰ” প্ৰচেষ্টা অতি প্রশংসনীয়।

PM greets people on Guru Purnima

July 05th, 11:01 am

The Prime Minister, Shri Narendra Modi, has greeted the people on the occasion of Guru Purnima.

গুৰু পূৰ্ণিমা উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

July 16th, 02:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে৷

গুৰু পূৰ্ণিমা উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

July 27th, 10:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।