Honouring the Sikh community’s faith and progress is our responsibility and privilege: PM on the 350th Shaheedi Samagam of Sri Guru Tegh Bahadur Ji
March 01st, 06:28 pm
PM Modi addressed the 350th Martyrdom Year (Shaheedi Samagam) of ‘Hind di Chadar’ Sri Guru Teg Bahadur Sahib Ji. Paying his respects, the PM stated that today we all remember the great Guru on this significant anniversary and expressed that it is a matter of great fortune to be part of such a historic and sacred event.PM Modi addresses 350th Shaheedi Samagam of Sri Guru Teg Bahadur Ji; highlights initiatives for the Sikh community and social unity
March 01st, 06:00 pm
PM Modi addressed the 350th Martyrdom Year (Shaheedi Samagam) of ‘Hind di Chadar’ Sri Guru Teg Bahadur Sahib Ji. Paying his respects, the PM stated that today we all remember the great Guru on this significant anniversary and expressed that it is a matter of great fortune to be part of such a historic and sacred event.প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।শ্ৰীগুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
November 05th, 10:26 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষে আজি সকলোকে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী গুৰু নানক দেৱজীৰ জীৱন আৰু বাৰ্তাই কালজয়ী প্ৰজ্ঞাৰে মানৱতাক পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ মমতা, সমতা, নম্ৰতা আৰু সেৱাৰ শিক্ষা অতি প্ৰেৰণাদায়ক, শ্ৰী মোদীয়ে লগতে কয়।Our Jawans have proved their mettle on every challenging occasion: PM Modi in Kutch
October 31st, 07:05 pm
PM Modi celebrated Diwali with the personnel of the BSF, Army, Navy and Air Force near the Indo-Pak border, at Lakki Nala in Sir Creek area in Gujarat's Kutch. The Prime Minister conveyed his deep appreciation for the soldiers' service to the nation, acknowledging the sacrifices they make in challenging environments.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কচ্ছত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰে
October 31st, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কচ্ছৰ ছাৰ ক্ৰিক অঞ্চলৰ লক্কি নালাত ভাৰত-পাক সীমান্তৰ সমীপস্থ সীমান্ত সুৰক্ষা বাহিনী (BSF), সেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলৰ সৈতে দীপান্বিতা উদযাপন কৰে। এইদৰে ভাৰতৰ সশস্ত্ৰ বাহিনীসমূহৰ সৈতে পোহৰৰ উৎসৱটি উদযাপনৰ পৰম্পৰা অব্যাহত ৰাখে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰিক অঞ্চলৰ এটা বিঅ’পিও পৰিদৰ্শনেৰে সাহসী নিৰাপত্তাৰক্ষীসকলৰ মাজত মিঠাই বিতৰণ কৰে।Congress, with its Emergency-era mentality, has lost faith in democracy: PM Modi in Rudrapur
April 02nd, 12:30 pm
Ahead of the Lok Sabha election 2024, Prime Minister Narendra Modi spoke to a large audience in Rudrapur, Uttarakhand today. Beginning his speech, PM Modi remarked, This marks my inaugural electoral rally in the 'Devbhumi,' Uttarakhand. Moreover, this rally unfolds in an area frequently labeled as Mini India. You all have come here to bless us in such large numbers. We are deeply grateful to all of you.PM Modi delivers a powerful speech at a public meeting in Rudrapur, Uttarakhand
April 02nd, 12:00 pm
Ahead of the Lok Sabha election 2024, Prime Minister Narendra Modi spoke to a large audience in Rudrapur, Uttarakhand today. Beginning his speech, PM Modi remarked, This marks my inaugural electoral rally in the 'Devbhumi,' Uttarakhand. Moreover, this rally unfolds in an area frequently labeled as Mini India. You all have come here to bless us in such large numbers. We are deeply grateful to all of you.‘Now farmers feel assured of support’, Punjab farmer tells PM
January 08th, 03:21 pm
The Prime Minister, Shri Narendra Modi interacted with beneficiaries of the Viksit Bharat Sankalp Yatra today via video conferencing. Thousands of Viksit Bharat Sankalp Yatra beneficiaries from across the country along with Union Ministers, MPs, MLAs and local-level representatives joined the event.PM greets on the auspicious occasion of the Parkash Purab of Sri Guru Nanak Dev Ji
November 27th, 09:53 am
The Prime Minister, Shri Narendra Modi has greeted the nation on the auspicious occasion of the Parkash Purab of Sri Guru Nanak Dev Ji. Shri Modi said that Sri Guru Nanak Dev Ji’s emphasis on serving others and furthering brotherhood give strength to millions around the world.মথুৰাত সন্ত মীৰাবাঈৰ ৫২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 23rd, 07:00 pm
প্ৰথমতে, ৰাজস্থানত নিৰ্বাচনী সভাত ব্যস্ত হৈ থকাৰ বাবে ইয়ালৈ অহাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষমা বিচাৰিছো। তাৰ পৰাই পোনে-পোনে আহিছোঁ এই ভক্তিময় পৰিবেশলৈ। মোৰ ব্ৰজধামলৈ অহাৰ সৌভাগ্য হৈছে, আজি ব্ৰজধামবাসীক লগ পাইছো, এইখনেই সেই ভূমি য’ত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ আশীৰ্বাদ থাকিলেহে ভ্ৰমণ কৰিব পাৰি। এয়া কোনো সাধাৰণ ভূমি নহয়। ব্ৰজধাম হৈছে সেই ঠাই, যাৰ সত্তাক বিশ্বজুৰি পূজা কৰা হয়। ব্ৰজৰ প্ৰতিটো উপাদানতে ৰাধা ৰাণীয়ে বাস কৰে আৰু ইয়াত প্ৰতিটো উপাদান কৃষ্ণময়। কেৱল মথুৰা আৰু ব্ৰজধাম ভ্ৰমণৰ সুফল বিশ্বৰ সকলো তীৰ্থযাত্ৰাৰ লাভতকৈ বেছি। আজি পুনৰবাৰ ব্ৰজ ৰাস মহোৎসৱ আৰু সন্ত মীৰা বাঈ জীৰ ৫২৫ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ব্ৰজত আপোনালোকৰ মাজত থকাৰ সুযোগ পাইছো। ব্ৰজৰ ঐশ্বৰিক ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীক সম্পূৰ্ণ সমৰ্পণেৰে প্ৰণাম জনাইছো। লগতে মীৰা বাঈ জীৰ চৰণত আৰু ব্ৰজৰ সকলো সাধুক শ্ৰদ্ধাৰে সোঁৱৰিছো। সাংসদ হেমা মালিনী জীকো শুভেচ্ছা জনাইছো।উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাই জন্মোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 23rd, 06:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাইৰ ৫২৫সংখ্যক জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সন্ত মীৰাবাইৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক ডাকটিকট আৰু মুদ্ৰা উন্মোচন কৰে। তেওঁ এখন প্ৰদৰ্শনীৰ পৰিদৰ্শন কৰাৰ লগতে আৰু সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে। ইয়াৰ জৰিয়তে সন্ত মীৰাবাইৰ স্মৃতিত বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়।PM Narendra Modi addresses public meetings in Pali & Pilibanga, Rajasthan
November 20th, 12:00 pm
Amidst the ongoing election campaigning in Rajasthan, PM Modi’s rally spree continued as he addressed public meetings in Pali and Pilibanga. Addressing a massive gathering, PM Modi emphasized the nation’s commitment to development and the critical role Rajasthan plays in India’s advancement in the 21st century. The Prime Minister underlined the development vision of the BJP government and condemned the misgovernance of the Congress party in the state.India & Greece have a special connection and a relationship spanning centuries: PM Modi
August 25th, 09:30 pm
PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 25th, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱে আমাৰ জাতিটোক শক্তিশালী কৰে: 'মন কি বাত'ত প্ৰধানমন্ত্ৰী মোদী
March 26th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, মন কী বাতত, আমি হাজাৰ হাজাৰ লোকৰ কথা উল্লেখ কৰিছো যিসকলে আনৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে। বহুতো লোক আছে যিয়ে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চন কন্যাৰ শিক্ষাৰ বাবে ব্যয় কৰিছে... কিছুমানে তেওঁলোকৰ গোটেই জীৱনৰ উপাৰ্জন পৰিৱেশ আৰু জীৱৰ বাবে উৎসৰ্গা কৰিছে। আমাৰ দেশত, নিস্বাৰ্থ দান, পৰমাৰ্থক ইমান উচ্চ স্থান দিয়া হৈছে যে মানুহে আনৰ সুখৰ বাবে তেওঁলোকৰ সকলো দান কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেয়েহে সৰুৰে পৰা আমাক শিৱি আৰু দাধিচীৰ কাহিনী বৰ্ণনা কৰা হয়, যিয়ে তেওঁলোকৰ নশ্বৰ দেহ দান কৰিছিল।ভাৰত গণতন্ত্ৰৰ মাতৃঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 29th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। এয়া হৈছে ২০২৩ চনৰ প্ৰথমটো 'মন কী বাত' আৰু ইয়াৰ লগতে এই কাৰ্যসূচীটোৰ সাতানব্বৈটা খণ্ড। আপোনালোক সকলোৰে সৈতে আকৌ এবাৰ বাৰ্তালাপ কৰি মই অত্যাধিক আনন্দিত হৈছো। প্ৰতি বছৰৰ দৰে এইবাৰৰ জানুৱাৰী মাহটোও যথেষ্ট ঘটনাবহুল হৈছে। এই মাহত, জানুৱাৰীৰ প্ৰায় ১৪ তাৰিখৰ পৰা সমগ্ৰ দেশ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ উৎসৱৰ ৰঙত জিলিকি উঠিছে। ইয়াৰ পিছত, দেশখনে গণতন্ত্ৰ দিৱসো উদযাপন কৰিছে। এইবাৰো গণতন্ত্ৰ দিৱস উদযাপনৰ বহুতো দিশৰ যথেষ্ট প্ৰশংসা কৰা হৈছে। জয়সালমেৰৰ পুলকিতে মোলৈ লিখিছে যে ২৬ জানুৱাৰীৰ কুচকাৱাজৰ সময়ত কৰ্তব্য পথৰ নিৰ্মাণ শ্ৰমিকসকলক দেখি বৰ ভাল লাগিছিল। কানপুৰৰ জয়াই লিখিছে যে তেওঁ পেৰেডত অন্তৰ্ভুক্ত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশসমূহ দেখি ভাল পাইছে। প্ৰথমবাৰৰ বাবে এই কুচকাৱাজত অংশগ্ৰহণ কৰা মহিলা উট আৰোহী আৰু চিআৰপিএফৰ মহিলা দলকো যথেষ্ট প্ৰশংসা কৰা হৈছে।PM greets people on Parkash Purab of Sri Guru Nanak Dev Ji
November 08th, 10:17 am
The Prime Minister, Shri Narendra Modi has greeted the people on the occasion of Parkash Purab of Sri Guru Nanak Dev Ji.শ্ৰী গুৰু নানক দেৱ জীৰ ৫৫৩ সংখ্যক ‘প্ৰকাশ পূৰব সমাৰোহ’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 07th, 08:13 pm
আপোনালোক সকলোৱেই চাগৈ জানেই যে কাৰ্যকৰ্তাৰ ৰূপত মই বহু দিন ধৰি পঞ্জাৱৰ পবিত্ৰ ভূমিত কটাইছিলো আৰু সেই সময়ত মই বহু কেইবাৰ ‘গুৰু পৰব’ত অমৃতসৰৰ ‘হৰমন্দিৰ চাহিব’ৰ সন্মুখত মূৰ দোওৱাৰ সৌভাগ্য লাভ কৰিছিলো। এতিয়া মই যিহেতু চৰকাৰত আছো সেয়ে ইয়াকো মই মোৰ লগতে মোৰ চৰকাৰৰ বাবে বহুত ডাঙৰ সৌভাগ্য বুলি গ্ৰহণ কৰিছো যে গুৰুসকলৰ ইমান গুৰুত্বপূৰ্ণ ‘প্ৰকাশ পৰ্ব’সমূহ আমাৰ চৰকাৰৰ কাৰ্যকালতে সমাগত হৈছেহি। আমি গুৰু গোবিন্দ সিং জীৰ ‘৩৫০ সংখ্যক প্ৰকাশ পৰ্ব’ উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছিলো। আমি গুৰু তেগবাহাদুৰ জীৰ ‘৪০০ সংখ্যক প্ৰকাশ পৰ্ব’ উদযাপনৰ সৌভাগ্য লাভ কৰিছিলো আৰু যেনেকৈ এতিয়া কোৱা হৈছে যে লাল কিল্লাত সেয়া বহুতেই ঐতিহাসিক আৰু সমগ্ৰ বিশ্বকে এক বাৰ্তা প্ৰদান কৰিব কাৰ্যক্ৰম অনুষ্ঠিত কৰা হৈছিল। তিনি বছৰৰ আগতে আমি গুৰু নানকদেৱ জীৰ ‘৫৫০ সংখ্যক প্ৰকাশোত্সৱো’ সম্পূৰ্ণ উত্সাহ-উদ্দীপণাৰে দেশৰ লগতে বিদেশতো উদযাপনৰ ব্যৱস্থা কৰিছিলো।