গুৰু চৰণ যাত্ৰাৰ সৈতে সংযোগ স্থাপন কৰি পবিত্ৰ ‘জোৰ চাহাব’ৰ দৰ্শন কৰিবলৈ ৰাইজক আহ্বান প্ৰধানমন্ত্ৰীৰ
October 22nd, 06:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰু চৰণ যাত্ৰা উপলক্ষে শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ কালজয়ী শিক্ষা আৰু আধ্যাত্মিক উত্তৰাধিকাৰৰ আহ্বান জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।