প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰে

March 17th, 10:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে নতুন দিল্লীৰ গুৰদ্বাৰা ৰাকব গঞ্জ চাহিব ভ্ৰমণ কৰে। এই ভ্ৰমণৰ বিষয়ে কিছু আভাস ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে কয় যে শিখ সম্প্ৰদায়ৰ সেৱা আৰু মানৱতাৰ প্ৰতি অটল দায়বদ্ধতা সমগ্ৰ বিশ্বতে সঁচাকৈয়ে প্ৰশংসনীয়।