কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়
March 25th, 05:35 pm
ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।শক্তি সুৰক্ষা সম্পৰ্কীয় জি-৭ আউটৰিচ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ (১৭ জুন, ২০২৫)
June 18th, 11:15 am
জি-৭ শীৰ্ষ সন্মিলনলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমাক জনোৱা অনন্য আদৰণিৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্নীক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। জি-৭ গোটৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণত মই আমাৰ সকলো বন্ধু-বান্ধৱী অভিনন্দন জনাইছো।Prime Minister Narendra Modi addresses the G7 Outreach Session
June 18th, 11:13 am
PM Modi participated in the Outreach Session of the G7 Summit in Kananaskis and addressed a Session on 'Energy Security.' The PM highlighted that energy security was among the leading challenges facing future generations. While elaborating on India's commitment to inclusive growth, he noted that availability, accessibility, affordability and acceptability were the principles that underpinned India's approach to energy security.Social Media Corner - 17th October
October 17th, 11:42 am
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Address by the President of India, Shri Pranab Mukherjee to the Joint Session of both houses of Parliament
February 23rd, 12:47 pm
PM’s speech at the Demonstration of Retrofit Electric Bus at Parliament House
December 21st, 02:43 pm
PM attends function for the Demonstration of Retrofit Electric Bus at Parliament House
December 21st, 02:42 pm
Symbolize the tree as a form of a social asset: CM
March 30th, 07:38 pm
Symbolize the tree as a form of a social asset: CMShowcasing Gandhinagar growth story on its 48th Birthday
August 02nd, 07:40 am
Showcasing Gandhinagar growth story on its 48th BirthdayHon'ble CM inaugrates 'Green Ahmedabad' Campaign
July 31st, 11:19 am
Hon'ble CM inaugrates 'Green Ahmedabad' Campaign