Eminent Malayali Litterateurs Meet PM to Express Gratitude for Renaming State to Keralam

February 27th, 07:34 pm

A group of eminent Malayali litterateurs called upon the Prime Minister today to express their gratitude regarding the renaming of Kerala to Keralam.

পবিত্ৰ দেৱনিমোৰিৰ অৱশিষ্টসমূহৰ প্ৰদৰ্শনী উদ্বোধন কৰাৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা প্ৰধানমন্ত্ৰীৰ

February 05th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বোৰ গংগাৰামায়া মন্দিৰত পবিত্ৰ দেৱনিমোৰিৰ অৱশিষ্টসমূহৰ প্ৰদৰ্শনী উদ্বোধন কৰাৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

Prime Minister meets priests from Sowmyanarayana Perumal Temple

January 23rd, 11:42 pm

The Prime Minister, Shri Narendra Modi met respected priests from the Sowmyanarayana Perumal Temple earlier today.

সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষ্যে সশস্ত্ৰ বাহিনীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

December 07th, 10:58 am

প্ৰধানমন্ত্ৰীয়ে আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীৰ বীৰ পুৰুষ-মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

দিল্লীৰ ঘটনাৰ পাছত ভূটানৰ সহমৰ্মিতাৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

November 11th, 03:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত ভাৰতৰ সৈতে সংহতি প্ৰকাশ কৰাৰ বাবে ভূটানৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। দিল্লীত সংঘটিত শোকাৱহ ঘটনাটোৰ পাছত ভূটানৰ জনসাধাৰণে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা জনাইছিল। প্ৰধানমন্ত্ৰীয়ে সহানুভূতি আৰু ঐক্যৰ এই গভীৰ দৃষ্টিভংগীক স্বীকাৰ কৰি কয়, মই এই ভাব-প্ৰকাশক কেতিয়াও পাহৰিব নোৱাৰিম।

চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ২৫ বছৰত ভৰি দিয়াৰ লগে লগে ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 07th, 10:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এখন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ২৫ সংখ্যক বছৰত ভৰি দিয়াৰ লগে লগে ভাৰতবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা কৰা যাত্ৰাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহৰ জীৱন উন্নত কৰাৰ লগতে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাটো তেওঁৰ অহৰহ প্ৰচেষ্টা হৈ আহিছে।

বৰষুণ আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত দাৰ্জিলিং অঞ্চললৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ

October 05th, 04:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাৰ্জিলিং আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

জন্মদিনৰ অগণন শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 17th, 08:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭৫ সংখ্যক জন্মদিনত সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰা জনোৱা অগণন শুভেচ্ছা, আশীৰ্বাদ আৰু মৰমৰ বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই স্নেহে তেওঁক শক্তিশালী আৰু অনুপ্ৰাণিত কৰিছে।

PM Modi expresses gratitude to world leaders for birthday wishes

September 17th, 03:03 pm

The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী ওম বিৰলালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

September 17th, 09:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনাৰ প্ৰীতি-শুভেচ্ছাই মোক দেশ সেৱাত নিয়োজিত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে কয়।

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

September 17th, 09:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনাৰ শুভেচ্ছাই সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰ সেৱাৰ সংকল্পক অধিক সুদৃঢ় কৰিছে, শ্ৰী মোদীয়ে কয়।

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

September 17th, 09:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ১৪০ কোটি নাগৰিকৰ স্নেহ আৰু সহযোগিতাৰে আমি সদায় এখনি শক্তিশালী, সামৰ্থ্যবান আৰু আত্ম-নিৰ্ভৰ ভাৰত গঢ়াৰ বাবে সমৰ্পিত হৈ থাকিম। এই দিশত আপোনাৰ দৃষ্টিভংগী আৰু চিন্তা আমাৰ বাবে অতিশয় প্ৰেৰণাদায়ক, শ্ৰী মোদীয়ে কয়।

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

September 16th, 11:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত ফোন কৰা আৰু উষ্ম শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আপোনাৰ দৰে ময়ো ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন আৰু বৈশ্বিক অংশীদাৰিত্বক নতুন শিখৰত উপনীত কৰাবলৈ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আমি আপোনাৰ পদক্ষেপক সমৰ্থন কৰিছোঁ, শ্ৰী মোদীয়ে কয়।