ছৌদি আৰৱৰ গ্ৰেণ্ড মুফতি শ্বেইখ আব্দুলাজিজ বিন আব্দুল্লাহ বিন মহম্মদ আল আলশ্বেইখৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

September 24th, 08:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছৌদি আৰৱৰ গ্ৰেণ্ড মুফতি শ্বেইখ আব্দুলাজিজ বিন আব্দুল্লাহ বিন মহম্মদ আল শ্বেইখৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

ইজিপ্তৰ গ্ৰেণ্ড মুফতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 25th, 05:18 am

গ্ৰেণ্ড মুফতিয়ে শেহতীয়াকৈ ভাৰত ভ্ৰমণৰ কথা আন্তৰিকতাৰে স্মৰণ কৰে, আৰু ভাৰত আৰু ইজিপ্তৰ মাজত থকা শক্তিশালী সাংস্কৃতিক তথা জনসাধাৰণৰ সম্পৰ্কক আলোকপাত কৰে। গ্ৰেণ্ড মুফতিয়ে সৰ্বাংগীনতা আৰু বহুত্ববাদৰ পোষকতাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ শলাগ লয়।