গোৱিন্দভাই পাৰমেৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

March 07th, 09:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভাৰ সদস্য গোৱিন্দভাই পাৰমেৰৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।