PM chairs 11th Governing Council Meeting of NITI Aayog

June 11th, 08:09 pm

While addressing the 11th Governing Council Meeting of NITI Aayog, PM Modi called for collective efforts by States and the Centre to achieve Viksit Bharat@2047. He also highlighted the importance of youth empowerment, women-led development, AI-driven growth, MSMEs, defence manufacturing and inclusive human development across the country.

প্ৰধানমন্ত্ৰীক সাক্ষাৎ হাৰিয়ানাৰ ৰাজ্যপালৰ

May 02nd, 12:46 pm

হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

তেলেংগানাৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

April 10th, 01:40 pm

তেলেংগানাৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

উত্তৰাখণ্ডৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

April 08th, 06:41 pm

উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল গুৰমিত সিঙে (অৱসৰপ্ৰাপ্ত) আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

পশ্চিম বংগৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

April 02nd, 01:16 pm

পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

বিহাৰৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

March 25th, 06:15 pm

বিহাৰৰ ৰাজ্যপাল শ্ৰী চৈয়দ আতা হাছনাইনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

March 25th, 12:40 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

নাগালেণ্ডৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

March 24th, 02:09 pm

নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী নন্দ কিশোৰ যাদৱে নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

মধ্যপ্ৰদেশৰ ৰাজ্যপালে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

March 18th, 07:12 pm

মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেলে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

উৰিষ্যাৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

March 16th, 12:46 pm

উৰিষ্যাৰ ৰাজ্যপাল ড০ হৰি বাবু কম্ভমপতিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

হিমাচল প্ৰদেশৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

December 13th, 11:11 am

হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

শ্ৰী স্বৰাজ কৌশল জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

December 04th, 06:00 pm

শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী স্বৰাজ কৌশল জীয়ে এজন অধিবক্তা হিচাবে আইনী বৃত্তিৰে অভাৱগ্ৰস্ত লোকৰ জীৱন উন্নত কৰা বিশ্বাসী ব্যক্তি হিচাপে নিজকে বিশিষ্ট কৰি তুলিছিল।

ছিকিমৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

November 04th, 01:33 pm

ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ ৰাজ্যপালৰ

October 10th, 06:08 pm

আজি নতুন দিল্লীত ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডী নলুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ৰাজস্থানৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

September 08th, 02:11 pm

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগড়েই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য

August 30th, 08:00 am

আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।

জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

August 30th, 07:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ বিভিন্ন প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলক সাক্ষাৎ কৰে। মোদীৰ সৈতে মত-বিনিময় অনুষ্ঠানত ষোল্লগৰাকী গৱৰ্ণৰে অংশগ্ৰহণ কৰে।

নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

August 15th, 08:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে তেওঁক এজন নিষ্ঠাবান জাতীয়তাবাদী বুলি প্ৰশংসা কৰে, যিয়ে নিজৰ জীৱন সেৱা আৰু দেশ -নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল।

গোৱাৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

August 04th, 05:04 pm

গোৱাৰ ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

হাৰিয়ানাৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

July 30th, 06:04 pm

হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।