The greatest pride of my life is that I am a karyakarta of the Bharatiya Janata Party: PM Modi at BJP HQ

January 20th, 11:16 am

Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”

PM Modi addresses BJP karyakartas at felicitation of New Party President

January 20th, 11:15 am

Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”

সমৃদ্ধিশালী ভাৰতৰ বাবে সৰ্বাংগীন সংস্কাৰৰ বিষয়ত আলোকপাত প্ৰধানমন্ত্ৰীৰ

January 07th, 10:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ দৃঢ়তাৰে কয় যে চৰকাৰৰ ব্যাপক বিনিয়োগৰ পদক্ষেপ আৰু চাহিদা নেতৃত্বাধীন নীতিৰ দ্বাৰা চালিত ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছৰ গতি অব্যাহত আছে।

India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala

May 02nd, 02:06 pm

Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.

কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 02nd, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।

সংসদৰ উভয় সদনত ৱাকফ বিধেয়ক গৃহীত হোৱাটো এক যুগান্তকাৰী মুহূৰ্ত বুলি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

April 04th, 08:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ উভয় সদনত ৱাকফ (সংশোধনী) বিধেয়ক আৰু মুছালমান ৱাকফ (প্ৰত্যাহাৰ) বিধেয়ক গৃহীত হোৱাটো আৰ্থ-সামাজিক ন্যায়, স্বচ্ছতা আৰু সামগ্ৰিক বিকাশৰ বাবে আমাৰ সামূহিক অন্বেষণৰ এক যুগান্তকাৰী মুহূৰ্ত বুলি প্ৰশংসা কৰিছে।

Cabinet approves additional Dearness Allowance for Central Govt employees & Dearness Relief for pensioners from 01.01.2025

March 28th, 04:15 pm

The Union Cabinet chaired by PM Modi approved additional instalment of Dearness Allowance to Central Government employees and Dearness Relief to pensioners w.e.f. 01.01.2025. This will benefit about 48.66 lakh Central Government employees and 66.55 lakhs pensioners.

ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ, ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰত কেবিনেটৰ অনুমোদন

March 28th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ বতৰ ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ) ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত যাৱতীয় অনুমোদন জনাইছে।

Union Budget 2024-25: How It Will Transform the Lives of India’s Middle Class

February 04th, 06:24 pm

Finance Minister Nirmala Sitharaman’s Union Budget 2024-25 is a game-changer for India’s middle class, offering a mix of tax relief, job creation, affordable housing, and better access to healthcare and education. This budget is not just about numbers; it’s about empowering millions of middle-class families to achieve financial stability, improve their quality of life, and secure a brighter future.

দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

December 15th, 10:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পূৰ্বে দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ২০২৪ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউজ9 গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

November 22nd, 10:50 pm

মন্ত্ৰী উইনফ্ৰাইড, মোৰ কেবিনেট সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভদ্ৰ মহিলা আৰু সজ্জনসকল!

Prime Minister Narendra Modi addresses the News9 Global Summit

November 22nd, 09:00 pm

PM Modi addressed the News 9 Global Summit in Stuttgart, Germany, via video conference. Organized by TV9 India in collaboration with F.A.U. Stuttgart, the summit focused on India-Germany: A Roadmap for Sustainable Growth, emphasizing partnerships in economy, sports, and entertainment.

Success of Humanity lies in our collective strength, not in the battlefield: PM Modi at UN Summit

September 23rd, 09:32 pm

Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.

Prime Minister’s Address at the ‘Summit of the Future’

September 23rd, 09:12 pm

Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.

কেন্দ্ৰীয় কেবিনেটে দুবছৰৰ ভিতৰত ১০,৯০০ কোটি টকা ব্যয়ৰে পিএম ইলেক্ট্ৰিক ড্ৰাইভ ৰিভল্যুচন ইন ইনোভেটিভ ভেহিকেল এনহান্সমেণ্ট (পিএম ই-ড্ৰাইভ) আঁচনিৰ অনুমোদন দিয়ে

September 11th, 08:59 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে দেশত বৈদ্যুতিক যান-বাহনক উদ্গনি দিয়াৰ উদ্দেশ্যে ‘পিএম ইলেক্ট্ৰিক ড্ৰাইভ ৰিভল্যুচন ইন ইনোভেটিভ ভেহিকেল এনহান্সমেণ্ট (পিএম ই-ড্ৰাইভ) আঁচনি’ ৰূপায়ণৰ বাবে গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ (এমএইচআই)ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

৪৪ তম প্ৰগতি (PRAGATI) সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

August 28th, 06:58 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সংযোগ কৰা সক্ৰিয় শাসন আৰু সময়োপযোগী ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক বহুমুখী মঞ্চ PRAGATI ৰ ৪৪ সংখ্যক সন্মিলনৰ অধ্যক্ষতা কৰে। এয়া আছিল তেওঁৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন প্ৰগতি বৈঠক।

Cabinet approves Pradhan Mantri Awas Yojana-Urban 2.0 Scheme

August 09th, 10:22 pm

The Union Cabinet, chaired by Hon’ble Prime Minister Shri Narendra Modi, today approved Pradhan Mantri Awas Yojana-Urban (PMAY-U) 2.0under which financial assistance will be provided to 1 crore urban poor and middle-class families through States/Union Territories (UTs)/PLIs to construct, purchase or rent a house at an affordable cost in urban areas in 5 years. The Government Assistance of ₹ 2.30 lakh crore will be provided under the Scheme.

Cabinet approves Amendment in Pradhan Mantri JI-VAN Yojana

August 09th, 10:21 pm

To keep pace with the latest developments in the field of biofuels and to attract more investment, the Union Cabinet, chaired by the Prime Minister Shri Narendra Modi, today approved the modified Pradhan Mantri JI-VAN Yojana.

Cabinet approves the Clean Plant Programme under Mission for Integrated Development of Horticulture

August 09th, 10:17 pm

The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi, today approved the Clean Plant Programme (CPP) proposed by the Ministry of Agriculture and Farmers Welfare.

Cabinet approves 8 new line projects across Indian Railways

August 09th, 09:58 pm

The Cabinet Committee on Economic Affairs chaired by the Prime Minister Shri Narendra Modi has approved Eight (8) projects of Ministry of Railways with total estimated cost of Rs. 24,657 crore (approx.).