
ভূপালত অনুষ্ঠিত ‘দেৱী অহিল্যাবাঈ মহিলা সাৱলীকৰণ মহাসন্মিলন’ত এলানি প্ৰকল্পৰ শুভাৰম্ভণি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 31st, 11:00 am
মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান মোহন যাদৱ জী, প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত কেন্দ্ৰীয় মন্ত্ৰীসকল, ইন্দোৰৰ পৰা তোখন সাহু জী, দতিয়াৰ পৰা ৰাম মোহন নাইডু জী, সতনাৰ পৰা মুৰালীধৰ মোহল জী, ইয়াত মঞ্চত উপস্থিত ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱড়া জী, ৰাজেন্দ্ৰ শুক্লাজী, লোকসভাৰ মোৰ সহকৰ্মী ভি ডি শৰ্মা জী, অন্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ইয়াত বৃহৎ সংখ্যাত উপস্থিত থকা মোৰ প্ৰিয় ভাই-ভনীসকল।
মধ্য প্ৰদেশৰ ভূপালত লোকমাতা দেৱী অহিল্যা বাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মহিলা সশক্তিকৰণ মহাসমিলনত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 31st, 10:27 am
আজি মধ্যপ্ৰদেশৰ ভূপালত লোকমাতা দেৱী অহিল্য বাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমাতা দেৱী অহিল্যবাই মহিলা শক্তিকৰণ মহাসভাত ভাষণ প্ৰদান কৰে। ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ‘মা ভাৰতী’ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভাৰতৰ মহিলাসকলৰ শক্তিক স্বীকাৰ কৰি আৰম্ভ কৰে। অনুষ্ঠানটোক আশীৰ্বাদ দিবলৈ অহা ভগ্নী-কন্যাসকলৰ বৃহৎ সমাৱেশৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ উপস্থিতিৰ বাবে তেওঁ সন্মানিত অনুভৱ কৰা বুলি উল্লেখ কৰে।Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar
May 27th, 11:30 am
PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.গুজৰাটৰ নগৰ বিকাশৰ কাহিনীৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 27th, 11:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”'স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ
December 11th, 05:00 pm
মই সদায় লালকিল্লাৰ পৰা উল্লেখ কৰি অহা এটা কথা চাগৈ আপোনালোক সকলোৱে মনত ৰাখিছে। মই কৈ অহা কথাষাৰ হৈছে 'সব কা প্ৰয়াস' (সকলোৰে প্ৰচেষ্টা) হৈছে মূল চাবিকাঠি- আজিৰ ভাৰতে কেৱল সকলোৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে দ্ৰুত গতিত আগবাঢ়িব পাৰিব। এই নীতিৰ এক উদাহৰণ হৈছে আজি। মই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ৰ এই বৰ্ণাঢ্য সামৰণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। যেতিয়াই মই আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ মাজত থকাৰ সুযোগ পাওঁ মই নতুন অন্তৰ্দৃষ্টি শিকিবলৈ, বুজিবলৈ আৰু প্ৰাপ্ত কৰাৰ সুযোগ পাওঁ। আপোনালোক সকলোৰে পৰা মোৰ অপাৰ প্ৰত্যাশা আছে। একবিংশ শতিকাৰ ভাৰতখনক চোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ এক অনন্য দৃষ্টিভংগী আছে, আৰু সেয়েহে আপোনালোকৰ সমাধানবোৰো অনন্য হয়। যেতিয়া আপোনালোকে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আপোনালোকে নতুন আৰু সৃজনশীল সমাধানৰে সঁহাৰি দিয়ে। মই আগতে কেবাটাও হেকাথনত অংশগ্ৰহণ কৰিছিলোঁ, আৰু আপোনালোকে মোক কেতিয়াও হতাশ কৰা নাই। আপোনালোকে সদায় আপোনালোকৰ ওপৰত থকা মোৰ বিশ্বাসক শক্তিশালী কৰি আহিছে। আগতে অংশগ্ৰহণ কৰা দলবোৰে সমাধান প্ৰদান কৰিছে, যিবোৰ এতিয়া বিভিন্ন মন্ত্ৰালয়ত কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হৈছে। এতিয়া, এই হেকাথনত মই জানিবলৈ আগ্ৰহী যে দেশৰ বিভিন্ন প্ৰান্তৰ দলবোৰে কি কি প্ৰসংগত কাম কৰি আছে। মই আপোনালোকৰ উদ্ভাৱনৰ বিষয়ে শিকিবলৈ বাৰুকৈয়ে আগ্ৰহী। গতিকে, আৰম্ভ কৰোঁ আহক! কোনে প্ৰথমে আমাৰ সৈতে কথা পাতিব বিচাৰিব?আমাৰ যুৱ শক্তিৰ প্ৰতিভা আৰু কৌশল উল্লেখযোগ্য: প্ৰধানমন্ত্ৰী
December 11th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণৰ পৰা ‘সবকা প্ৰয়াস’ পুনৰাবৃত্তি কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে আজিৰ ভাৰতবৰ্ষই ‘সবকা প্ৰয়াস’ বা সকলোৰে প্ৰচেষ্টাৰে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু আজিৰ এই অনুষ্ঠানটো ইয়াৰে এক আদৰ্শ। “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালেৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আহিছো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ উদ্ভাৱকসকলৰ মাজত থাকিলে নতুন কিবা এটা শিকিবলৈ আৰু বুজিবলৈ সুযোগ পায়। যুৱ উদ্ভাৱকসকলৰ প্ৰতি তেওঁৰ উচ্চ আশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একবিংশ শতিকাৰ ভাৰতক বেলেগ ধৰণে চোৱাৰ দৃষ্টিভংগী আছে। সেয়ে শ্ৰী মোদীয়ে কয় যে আপোনালোকৰ সমাধানো বেলেগ আৰু নতুন প্ৰত্যাহ্বান আহিলে নতুন আৰু অনন্য সমাধানৰ কথা উলিয়ায়। পূৰ্বতে হেকাথনৰ অংশ হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলাফলত তেওঁ কেতিয়াও হতাশ হোৱা নাই। “আপোনালোকে মোৰ বিশ্বাসক মাত্ৰ সাহস দিছে”, পূৰ্বতে প্ৰদান কৰা সমাধানসমূহ বিভিন্ন মন্ত্ৰালয়ত ব্যৱহাৰ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ কয়। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আদান-প্ৰদান আৰম্ভ কৰে।BJP is the only pan-India party from east to west and from north to south: PM Modi
March 28th, 06:37 pm
Prime Minister Narendra Modi addressed party karyakartas at the BJP headquarters during the inauguration of residential complex and auditorium of BJP. Addressing the gathering, he said, “I remember, in February 2018, when I had come to inaugurate this headquarters, I had said that the soul of this office is our karyakartas. Today when we are expanding this office, it is also not just an expansion of a building. Rather, it is an extension of the dreams of every BJP worker, it is an extension of BJP's resolve to serve.”PM Modi addresses Party Karyakartas at BJP HQ in Delhi
March 28th, 06:36 pm
Prime Minister Narendra Modi addressed party karyakartas at the BJP headquarters during the inauguration of residential complex and auditorium of BJP. Addressing the gathering, he said, “I remember, in February 2018, when I had come to inaugurate this headquarters, I had said that the soul of this office is our karyakartas. Today when we are expanding this office, it is also not just an expansion of a building. Rather, it is an extension of the dreams of every BJP worker, it is an extension of BJP's resolve to serve.”PM chairs 39th PRAGATI Interaction
November 24th, 07:39 pm
Prime Minister Narendra Modi chaired the meeting of 39th edition of PRAGATI. The PM reviewed eight projects spread across the ministries of Railways, Roads, Power and Petroleum worth over Rs. 20,000 crore. He also reviewed aspects relating to the Poshan Abhiyan.India's digital revolution is rooted in our democracy, our demography, and the scale of our economy: PM
November 18th, 09:19 am
PM Narendra Modi delivered keynote address at inaugural session of The Sydney Dialogue on India's technology revolution via video conferencing. The PM said, As a democracy and a digital leader, India is ready to work with partners for shared prosperity and security.”PM delivers keynote address at The Sydney Dialogue, speaks on India’s technology evolution and revolution
November 18th, 09:18 am
PM Narendra Modi delivered keynote address at inaugural session of The Sydney Dialogue on India's technology revolution via video conferencing. The PM said, As a democracy and a digital leader, India is ready to work with partners for shared prosperity and security.”নেছকম প্ৰযুক্তি আৰু নেতৃত্ব মঞ্চত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 17th, 12:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 17th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।বিত্ত আয়োগে প্ৰধানমন্ত্ৰীক নিজৰ ৰিপ’ৰ্টৰ কপি প্ৰদান কৰ
November 16th, 07:28 pm
১৫তম বিত্ত আয়োগৰ অধ্যক্ষ আৰু সদস্য সকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ২০২১-২২ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাৰ বাবে আয়োগৰ ৰিপ'ৰ্টৰ এটা কপি প্ৰদান কৰে। আয়োগে নিজৰ ৰিপ'ৰ্ট ৪ নবেম্বৰ, ২০২০ত ভাৰতৰ ৰাষ্ট্ৰপতিক সমৰ্পিত কৰিছিল।২০২০-২০২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ মন্তব্য
February 01st, 04:58 pm
দূৰদৃষ্টিৰ লগতে কৰ্ম তত্পৰতাক সাৰথি কৰি যুগুতোৱা এইটো দশকৰ প্ৰথমখন বাজেটৰ বাবেমই নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সতীৰ্থসকলক অভিনন্দন জ্ঞপন কৰিছো। বাজেটতত যিসমূহ নতুন সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইসমূহ সংস্কাৰে বাস্তৱিকতেই আমাৰ অৰ্থ-ব্যৱস্থাক গতি প্ৰদান কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিককো আৰ্থিক ভাবে স্বস্তি দান কৰিব। এইসমূহ সংস্কাৰে এইটো দশকৰ অৰ্থ-ব্যৱস্থাৰ বুনিয়াদো শক্তিশালী কৰি তুলিব। কৰ্ম সংস্থানৰ আটাইতকৈ প্ৰধান ক্ষেত্ৰ হৈছে কৃষি,, আন্তঃগাঁথনি নিৰ্মাণ, বস্ত্ৰ শিল্প আৰু প্ৰযক্তি। নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে এইবাৰৰ বাজেটত এইকেইটা খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।২০২০ৰ কেন্দ্ৰীয় বাজেটত প্ৰতিগৰাকী নাগৰিকৰ অৰ্থনৈতিক সবলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে : প্ৰধানমন্ত্ৰীৰ মন্তব্
February 01st, 04:57 pm
২০২০ৰ কেন্দ্ৰীয় বাজেটখনক প্ৰধানমন্ত্ৰীয়ে এখন দূৰদৃষ্টিসম্পন্ন আৰু কৰ্ম তত্পৰতাৰভিত্তিত যুগুতোৱাবাজেট বুলি অভিহত কৰিছে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়,‘বাজেটতত যিসমূহ নতুন সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইসমূহ সংস্কাৰে বাস্তৱিকতেই আমাৰ অৰ্থ-ব্যৱস্থাক গতি প্ৰদান কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিকক আৰ্থিক ভাবে স্বস্তি দান কৰিব’। তেওঁ এইসমূহ সংস্কাৰসমূহে দশকটোৰ অৰ্থ-ব্যৱস্থাৰ বুনিয়াদো শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে।১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ মুকলি সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 03rd, 10:51 am
বন্ধুসকল, পোন প্ৰথমে আপোনালোকক ২০২০ বৰ্ষৰ শুভেচ্ছা জনালো৷ এই বৰ্ষটো যেন আপোনালোকৰ বাবে উন্নতি তথা গৱেষণাগাৰৰ বাবে উদ্ভাৱনৰ বৰ্ষ হওক, তাৰেই কামনা কৰিছো৷ নতুন বৰ্ষ তথা নতুন দশকৰ আৰম্ভণিতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে জড়িত মোৰ প্ৰথমটো কাৰ্যসূচীয়ে মোক আনন্দিত কৰি তুলিছে৷ যোৱাবাৰ মই যেতিয়া বেংগালুৰুলৈ আহিছিলো তেতিয়া দেশবাসীৰ চকু চন্দ্ৰযান-২ত নিৱদ্ধ আছিল৷ সেই সময়, যিধৰণে আমাৰ দেশে বিজ্ঞানক উদযাপন কৰিছিল, আমাৰ মহাকাশ কাৰ্যসূচী আৰু আমাৰ বিজ্ঞানীসকলৰ শক্তি সদায়েই মোৰ স্মৃতিৰ মণিকোঠাত জীয়াই থাকিব৷প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ
January 03rd, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুৰ ইউনিভাৰ্ছিটী অব্ এগ্ৰিকালচাৰেল ছায়েন্সেত ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ (আইএছচি) মুকলি কৰে৷