নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 17th, 11:09 pm

শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!

নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

October 17th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এন ডি টি ভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”—ৰ শলাগ লৈ মন্তব্য কৰে যে ই সঁচাকৈয়ে উপযুক্ত, কিয়নো আজি ভাৰতে ৰুদ্ধ হোৱাৰ ভাবনা ৰখা নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, থমকি ৰ’বও নোৱাৰে, ১৪০ কোটি ভাৰতীয়ই দ্ৰুতগতিত আগবাঢ়িছে, একেলগে”।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 16th, 03:00 pm

অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত ১৩,৪৩০ কোটি টকাৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা উৎসৰ্গা কৰে

October 16th, 02:30 pm

দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিশাখাপট্টনমত গুগল এ আই হাব মুকলিক প্ৰধানমন্ত্ৰীৰ আদৰণি

October 14th, 02:30 pm

অন্ধ্ৰপ্ৰদেশৰ গতিশীল চহৰ বিশাখাপট্টনমত গুগল এ আই হাব মুকলি কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে গিগাৱাট পৰিসৰৰ ডাটা চেণ্টাৰৰ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা এই বহুমুখী বিনিয়োগ, বিকশিত ভাৰত নিৰ্মাণৰ আমাৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। ই প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত এক প্ৰভাৱশালী শক্তি হ'ব। ইয়াৰ উপৰি ই সকলোৰে বাবে এ আই নিশ্চিত কৰিব, আমাৰ নাগৰিকসকললৈ অত্যাধুনিক সঁজুলি আগবঢ়াব, আমাৰ ডিজিটেল অৰ্থনীতি বৃদ্ধি কৰিব আৰু বিশ্ব প্ৰযুক্তিৰ নেতা হিচাপে ভাৰতৰ স্থান সুৰক্ষিত কৰিব।- শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে ১২ ডিচেম্বৰত বাৰ্ষিক গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) সন্মিলন উদ্বোধন কৰিব

December 11th, 04:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১২ ডিচেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত নতুন দিল্লীৰ ভাৰত মাণ্ডপামত গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) শীৰ্ষ সন্মিলন উদ্বোধন কৰিব।

ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ সপ্তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 27th, 10:56 am

ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ এই সপ্তম সংস্কৰণত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিব পৰাটো নিজেই এক আনন্দদায়ক অভিজ্ঞতা। একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত, এই আয়োজনে লাখ লাখ লোকৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে। এটা সময় আছিল যেতিয়া আমি ভৱিষ্যতৰ বিষয়ে কথা পাতিছিলো, ইয়াৰ অৰ্থ আছিল পৰৱৰ্তী দশক, বা ২০-৩০ বছৰ পিছত বা পৰৱৰ্তী শতিকা। কিন্তু আজি, প্ৰতিদিনে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে, আমি কওঁ 'ভৱিষ্যত ইয়াত আৰু এতিয়া', মাত্ৰ কেইমিনিটমান আগতে, মই ইয়াত প্ৰদৰ্শনীত কিছুমান ষ্টল প্ৰত্যক্ষ কৰিছোঁ। এই প্ৰদৰ্শনীত, মই একে ভৱিষ্যতৰ এক আভাস দেখিছোঁ। টেলিকম, প্ৰযুক্তি বা সংযোগ, সেয়া ৬জি, এআই, চাইবাৰ নিৰাপত্তা, ছেমি কণ্ডাক্টৰ, ড্ৰোন বা মহাকাশ খণ্ড, গভীৰ সাগৰ, সেউজ প্ৰযুক্তি বা অন্যান্য খণ্ডই হওঁক, আগন্তুক সময় সম্পূৰ্ণ বেলেগ হ'ব। আৰু ই আমাৰ সকলোৰে বাবে সুখৰ বিষয় যে আমাৰ যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত, আমাৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দি আছে।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ (আইএমচি) সপ্তম সংস্কৰণ

October 27th, 10:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৩ৰ সপ্তম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম'বাইল কংগ্ৰেছ (আইএমচি) হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি মঞ্চ আৰু ই ২৭ ৰ পৰা ২৯ অক্টোবৰ ২০২৩ লৈ 'গ্লোবেল ডিজিটেল ইনোভেশন'ৰ বিষয়বস্তুৰে অনুষ্ঠিত হৈছে। আইএমচি ২০২৩-ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশক, নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহক ১০০ খন '৫জি ইউজ কেছ লেব' প্ৰদান কৰে।

PM interacts with Google CEO Sundar Pichai

October 16th, 10:26 pm

Prime Minister Narendra Modi virtually interacted with CEO of Google and Alphabet Mr. Sundar Pichai earlier today. During the interaction, Prime Minister and Mr. Pichai discussed Google's plan to participate in expanding the electronics manufacturing ecosystem in India. Prime Minister appreciated Google’s partnership with HP to manufacture Chromebooks in India.

আমেৰিকাৰ প্ৰবাসী ভাৰতীয় সম্প্ৰদায়ৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

June 24th, 07:30 am

ভাষণত প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত নিজ নিজ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে আৰু অমৃত কালৰ সময়ত ভাৰতৰ বিকাশত অৰিহণা যোগাবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ ক্ষেত্ৰসমূহত আলোকপাত কৰে।

এলফাবেট আইএনচি. আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 24th, 07:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুন, ২০২৩ত ৱাশ্বিংটন ডিচিত এলফাবেট আইএনচি. আৰু গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ সৈতে বৈঠকত মিলিত হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্ৰিফিঙত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

June 22nd, 11:19 pm

ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ইতিহাসত এই দিনটো বিশেষ তাৎপৰ্য্যপূৰ্ণ। আজি আমাৰ আলোচনা আৰু গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তই এটা নতুন অধ্যায় মুকলি কৰিছে আৰু আমাৰ ব্যাপক বিশ্বব্যাপী কৌশলগত অংশীদাৰিত্বৰ এক নতুন দিশৰ উন্মেষ ঘটাইছে আৰু এক নতুন উদ্যমৰ সঞ্চাৰ কৰিছে।

PM interacts with Google CEO Sundar Pichai

July 13th, 12:22 pm

Prime Minister Narendra Modi interacted with Google CEO Shri Sundar Pichai via video conferencing. The Prime Minister was briefed about Google’s plan to launch a large investment fund and develop strategic partnerships in India.

ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তি

January 23rd, 05:02 pm

“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক।

India: The “It” Destination for IT Giants

April 03rd, 04:37 pm

The world’s largest tech companies are recognizing the great potential offered by Indian economy with its highly skilled workforce, a thriving business climate and a digital push under PM Modi’s visionary leadership. The top tech organizations are looking to expand their base and be part of India’s growth story.

Social Media Corner 23rd December

December 23rd, 07:14 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Social Media Corner 30th July

July 30th, 07:25 pm



PM’s engagements in California – September 27, 2015

September 27th, 07:56 pm



PM Narendra Modi visits Google (Alphabet) Campus

September 27th, 07:51 pm



PM’s engagements in NYC and San Jose,California – September 26th, 2015

September 26th, 07:33 pm