West Bengal must be freed from TMC’s Maha Jungle Raj: PM Modi at Nadia virtual rally

December 20th, 01:55 pm

PM Modi addressed a public rally in Nadia, West Bengal through video conferencing after being unable to attend the programme physically due to adverse weather conditions. He sought forgiveness from the people, stating that dense fog made it impossible for the helicopter to land safely. Earlier today, the PM also laid the foundation stone and inaugurated development works in Ranaghat, a major way forward towards West Bengal’s growth story.

PM Modi addresses a public rally virtually in Nadia, West Bengal

December 20th, 01:53 pm

PM Modi addressed a public rally in Nadia, West Bengal through video conferencing after being unable to attend the programme physically due to adverse weather conditions. He sought forgiveness from the people, stating that dense fog made it impossible for the helicopter to land safely. Earlier today, the PM also laid the foundation stone and inaugurated development works in Ranaghat, a major way forward towards West Bengal’s growth story.

মাস্কটৰ ভাৰত-ওমান ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

December 18th, 04:08 pm

আপোনালোকৰ মৰমৰ উষ্মতাই মোক এই ব্যৱসায়িক শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰিছে। আজিৰ শীৰ্ষ সন্মিলনে নতুন দিশ, নতুন গতি প্ৰদান কৰিব আৰু ভাৰত-ওমান অংশীদাৰিত্বক নতুন উচ্চতাত উপনীত হোৱাত সহায় কৰিব। ইয়াত আপোনালোক সকলোৰে এক বৃহৎ ভূমিকা আছে।

ভাৰত-ওমান ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

December 18th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কটত ভাৰত–ওমান ব্যৱসায়িক মঞ্চত ভাষণ দিয়ে। সন্মিলনত ওমানৰ বাণিজ্য, উদ্যোগ আৰু বিনিয়োগ প্ৰসাৰ দপ্তৰৰ মন্ত্ৰী মহামহিম কাইছ আল ইউছেফ; ওমান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মহামহিম শ্বেইখ ফৈছাল আল ৰাৱাছ; ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱেল; আৰু চি আই আইৰ সভাপতি শ্ৰী ৰাজীৱ মেমানীয়ে অংশগ্ৰহণ কৰে।

জিএছটি ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক পুনৰাই গঢ় দিয়া এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কাৰ্য্য হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী

July 01st, 03:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জিএছটি প্ৰৱৰ্তনৰ আঠ বছৰৰ পাছত ই ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক পুনৰাই গঢ় দিয়া এক গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কাৰ্য্য হিচাপে পৰিগণিত হৈছে। শ্ৰী মোদীয়ে কয়, অনুপালনৰ বোজা হ্ৰাসেৰে ই বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত ইজ অৱ ডুয়িং বিজনেছৰ বহুখিনি অগ্ৰগতি সাধন কৰিছে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউজ9 গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

November 22nd, 10:50 pm

মন্ত্ৰী উইনফ্ৰাইড, মোৰ কেবিনেট সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভদ্ৰ মহিলা আৰু সজ্জনসকল!

Prime Minister Narendra Modi addresses the News9 Global Summit

November 22nd, 09:00 pm

PM Modi addressed the News 9 Global Summit in Stuttgart, Germany, via video conference. Organized by TV9 India in collaboration with F.A.U. Stuttgart, the summit focused on India-Germany: A Roadmap for Sustainable Growth, emphasizing partnerships in economy, sports, and entertainment.

যুটীয়া তথ্য পত্ৰঃ আমেৰিকা আৰু ভাৰতে ব্যাপক আৰু বিশ্বজনীন কৌশলগত অংশীদাৰিত্বৰ সম্প্ৰসাৰণ অব্যাহত ৰাখিছে

September 22nd, 12:00 pm

আজি আমেৰিকাৰ সভাপতি জোচেফ আৰ বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কয় যে ২১ শতিকাৰ সংজ্ঞায়িত আমেৰিকা-ভাৰতৰ ব্যাপক বিশ্ব আৰু কৌশলগত অংশীদাৰিত্বই নিৰ্ণায়কভাৱে বিশ্ব মংগলৰ সেৱা আগবঢ়োৱা এক অভিলাষী বিষয় প্ৰতিনিধিত্ব কৰিছে। নেতাসকলে আমেৰিকা আৰু ভাৰতক আস্থা আৰু সহযোগিতাৰ অভূতপূৰ্ব স্তৰত উপনীত হোৱা ঐতিহাসিক সময়ছোৱাৰ ওপৰত চিন্তা-চৰ্চা কৰিছিল। নেতাসকলে দৃঢ়তাৰে কয় যে ভাৰত-মাৰ্কিন অংশীদাৰিত্ব গণতন্ত্ৰ, স্বাধীনতা, আইনৰ শাসন, মানৱ অধিকাৰ, বহুত্ববাদ আৰু সকলোৰে বাবে সমান সুযোগ ৰক্ষা কৰাত লংঘিত হ’ব লাগিব, কিয়নো আমাৰ দেশসমূহে অধিক নিখুঁত মিলন হ’বলৈ আৰু আমাৰ মিলিত ভাগ্য পূৰণ কৰিবলৈ চেষ্টা কৰে। নেতাসকলে আমেৰিকা-ভাৰতৰ ডাঙৰ প্ৰতিৰক্ষা অংশীদাৰিত্বক বিশ্ব নিৰাপত্তা আৰু শান্তিৰ স্তম্ভ হিচাপে গঢ়ি তোলা অগ্ৰগতিৰ প্ৰশংসা কৰে, যিয়ে বৰ্ধিত কাৰ্য্যকৰী সমন্বয়, তথ্য-বিভাজন আৰু প্ৰতিৰক্ষা ঔদ্যোগিক উদ্ভাৱনৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। ৰাষ্ট্ৰপতি বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে অদম্য আশাবাদ আৰু আমাৰ জনসাধাৰণ, আমাৰ নাগৰিক আৰু ব্যক্তিগত খণ্ড আৰু আমাৰ চৰকাৰে গভীৰ বণ্ড গঢ়ি তোলাৰ অক্লান্ত প্ৰচেষ্টাই ভাৰত-মাৰ্কিন অংশীদাৰিত্বক আৰু অধিক উচ্চতাৰ পথত গঢ়ি তোলাৰ অক্লান্ত প্ৰচেষ্টাক আৰু দশক দশক ধৰি অধিক উচ্চতাৰ পথ নিৰ্ধাৰণ কৰিছে বুলি অতি আস্থা প্ৰকাশ কৰে।

২৩৪খন নতুন চহৰ/নগৰত ব্যক্তিগত এফ এম ৰেডিঅ’ মুকলি কৰিবলৈ কেবিনেটৰ অনুমোদন

August 28th, 05:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ব্যক্তিগত এফএম ৰেডিঅ’ ফেজ-৩ নীতিৰ অধীনত ২৩৪খন নতুন চহৰত ৭৩০টা চেনেলৰ বাবে আনুমানিক সংৰক্ষিত মূল্য ৭৮৪.৮৭ কোটি টকাৰে তৃতীয় গোটৰ ই-নিলামত অনুমোদন জনাইছে৷

Prime Minister Narendra Modi to visit Andhra Pradesh and Kerala

January 14th, 09:36 pm

Prime Minister Narendra Modi will visit Andhra Pradesh and Kerala on 16th-17th January, 2024. The Prime Minister will inaugurate the new campus of National Academy of Customs, Indirect Taxes & Narcotics (NACIN). The Prime Minister will also interact with Officer Trainees of 74th and 75th batch of Indian Revenue Service (Custom & Indirect Taxes) as well as officer trainees of Royal Civil Service of Bhutan.

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ৰ ১২৫ সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচীত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 21st, 11:04 pm

মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগু ভাই পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, সিন্ধিয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু মন্ত্ৰীসভাত মোৰ সহযোগীসকল শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীযুত নৰেন্দ্ৰ সিং টোমৰ, ডাঃ জিতেন্দ্ৰ সিং, বিদ্যালয় পৰিচালনাৰ সহকৰ্মী আৰু সকলো কৰ্মচাৰী, শিক্ষক আৰু অভিভাৱকসকল আৰু মোৰ প্ৰিয় যুৱ বন্ধুসকল!

মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ দ্য সিন্ধিয়া স্কুলৰ ১২৫সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ

October 21st, 05:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত ভাষণ আগবঢ়ায়। কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে বিদ্যালয়খনত ‘বহুমূখী ক্ৰীড়া চৌহদ’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিশিষ্ট প্রাক্তন ছাত্র-ছাত্রী আৰু কৃতিত্বতে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিদ্যালয়খনৰ বার্ষিক বঁটা প্রদান কৰে৷ ১৮৯৭ চনত প্ৰতিষ্ঠা হোৱা সিন্ধিয়া বিদ্যালয়খন ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত অৱস্থিত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰে।

ব্ৰিকছ ব্যৱসায়িক মঞ্চ নেতৃবৰ্গৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

August 22nd, 10:42 pm

প্ৰথমে ৰাষ্ট্ৰপতি ৰামাফোছাক তেওঁৰ আমন্ত্ৰণৰ বাবে আৰু এই বৈঠকৰ আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছো।

ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ নেতাৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

August 22nd, 07:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২২ আগষ্টত জোহান্সবাৰ্গত ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ নেতাৰ বৈঠকত অংশগ্ৰহণ কৰে। নেতাসকলক ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ আলোচনাৰ বিষয়ে অৱগত কৰা হয়।

ভাৰত-ইউএইঃ জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত যুটীয়া বিবৃতি

July 15th, 06:36 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু সংযুক্ত আৰৱ আমিৰাত (ইউএই)ৰ ৰাষ্ট্ৰপতি মহামান্য শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন (ইউএনএফচিচিচি) আৰু পেৰিছ চুক্তিৰ অধীনত আধাৰশিলা নীতি আৰু দায়বদ্ধতাক সন্মান জনাই বিশ্বব্যাপী সামূহিক পদক্ষেপৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ জৰুৰী প্ৰয়োজনীয়তাক স্বীকাৰ কৰে। নেতাসকলে জলবায়ুৰ উচ্চাকাংক্ষা, কাৰ্বনমুক্তকৰণ আৰু পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ আৰু ইউএনএফচি সন্মিলনৰ ২৮সংখ্যক অধিৱেশনৰ পৰা স্থিৰ আৰু অৰ্থপূৰ্ণ ফলাফল লাভ কৰিবলৈ একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

২০২৩ চনৰ এপ্ৰিলত সৰ্বাধিক জিএছটি সংগ্ৰহৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 01st, 07:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২৩ চনৰ এপ্ৰিলমাহৰ বাবে জিএছটি ৰাজহ সংগ্ৰহ হৈছে সৰ্বকালৰ সৰ্বাধিক ১.৮৭ লাখ কোটি টকাৰ ভাৰতীয় অৰ্থনীতিৰ বাবে এক ডাঙৰ খবৰ।

‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ‘ভিডিঅ’ বাৰ্তা’ৰ ইংৰাজী তৰ্জমাৰ অসমীয়া ৰূপান্তৰ

January 11th, 05:00 pm

‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্ট্ৰছ ছামিট’লৈ সকলো বিনিয়োগকাৰী আৰু উদ্যোগীক উষ্ম আদৰণি জনাইছো! উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত মধ্য প্ৰদেশৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। ভক্তি আৰু আধ্যাত্মিকতাৰ পৰা পৰ্যটনলৈ; কৃষিৰ পৰা শিক্ষা আৰু দক্ষতা বিকাশলৈকে, মধ্য প্ৰদেশে এক স্বকীয়তা, মহিমা আৰু সজাগতাৰ স্থান দখল কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত মধ্য প্ৰদেশ বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩-ত ভাষণ প্ৰদান কৰে

January 11th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত ভাষণ দিয়ে। এই সন্মিলনখনে মধ্য প্ৰদেশত বিবিধ বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিব।

Investing in India means investing in inclusion, investing in democracy: PM Modi

November 02nd, 10:31 am

PM Modi addressed the inaugural function of Invest Karnataka 2022, the Global Investors Meet of the state via video conferencing. “Investing in India means investing in inclusion, investing in Democracy, investing for the world, and investing for a better, cleaner and a safer planet”, the Prime Minister remarked.

প্রধানমন্ত্রীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গ্লবেল ইনভেষ্টৰ্ছ মীট 'ইনভেষ্ট কৰ্ণাটক ২০২২'ৰ উদ্বোধনী সমাৰোহত ভাষণ দিয়ে

November 02nd, 10:30 am

কর্ণাটক হ'ল প্রযুক্তি আৰু ঐতিহ্য, প্রকৃতি আৰু সংস্কৃতি, অনুপম স্থাপত্য আৰু প্ৰাণৱন্ত ষ্টাৰ্টআপৰ এক মহামিলন ক্ষেত্র। প্রযুক্তি ক্ষেত্রত যেতিয়াই আমি মেধাৰ কথা উল্লেখ কৰো তেতিয়াই যিটো নাম আমাৰ প্রথমেই মনত পৰে সেইটো হ'ল ‘ব্ৰাণ্ড বেঙ্গালুৰু’। বেঙ্গালুৰু নামটো কেৱল ভাৰততেই নহয়, সমগ্র বিশ্বতেই আজি সুপৰিচিত।