ভাৰতৰ কমনৱেলথ গেমছ চেম্পিয়নসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ মূল পাঠ
August 10th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কমনৱেলথ গেমছৰ চেম্পিয়নসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দশকত ভাৰতীয় ক্ৰীড়াৰ পৰিৱৰ্তনশীল দৃশ্যপট পৰ্যবেক্ষণ কৰি উল্লেখ কৰে যে ১২ৰ পৰা ১৩বছৰৰ তেওঁৰ কাৰ্যকালত প্ৰধানমন্ত্ৰীৰ বাসভৱনত ৰাষ্ট্ৰীয় ক্ৰীড়াবিদসকলক আদৰণি জনোৱাটো এক নিয়মীয়া আৰু প্ৰশংসনীয় পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ বাবে অবিৰত বিজয় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ সমৰ্পিত প্ৰচেষ্টা আৰু ধাৰাবাহিক সফলতাই যুৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া প্ৰচাৰমূলক পৰামৰ্শতকৈ অধিক ফলপ্ৰসূভাৱে অনুপ্ৰাণিত কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে, আপোনালোকৰ পদকে তেওঁলোকক আমি বিদ্যালয়লৈ গৈ ক’ব পৰা যিকোনো কথাতকৈ অধিক অনুপ্ৰাণিত কৰে।কমনৱেলথ গেমছৰ চেম্পিয়নসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়
August 10th, 09:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কমনৱেলথ গেমছৰ চেম্পিয়নসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দশকত ভাৰতীয় ক্ৰীড়াৰ পৰিৱৰ্তনশীল দৃশ্যপট পৰ্যবেক্ষণ কৰি উল্লেখ কৰে যে ১২ৰ পৰা ১৩বছৰৰ তেওঁৰ কাৰ্যকালত প্ৰধানমন্ত্ৰীৰ বাসভৱনত ৰাষ্ট্ৰীয় ক্ৰীড়াবিদসকলক আদৰণি জনোৱাটো এক নিয়মীয়া আৰু প্ৰশংসনীয় পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ বাবে অবিৰত বিজয় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ সমৰ্পিত প্ৰচেষ্টা আৰু ধাৰাবাহিক সফলতাই যুৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া প্ৰচাৰমূলক পৰামৰ্শতকৈ অধিক ফলপ্ৰসূভাৱে অনুপ্ৰাণিত কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে, আপোনালোকৰ পদকে তেওঁলোকক আমি বিদ্যালয়লৈ গৈ ক’ব পৰা যিকোনো কথাতকৈ অধিক অনুপ্ৰাণিত কৰে।পুৰুষৰ ৮০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে অংকুশ পাংঘালক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 11:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছৰ পুৰুষৰ ৮০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অংকুশ পাংঘালক অভিনন্দন জনায়।পুৰুষৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে শচীন শিৱাচক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 01:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে শচীন শিৱাচক অভিনন্দন জনায়।মহিলাৰ ৭০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে অৰুন্ধতী চৌধুৰীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৭০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অৰুন্ধতী চৌধুৰীক অভিনন্দন জনায়।মহিলাৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে প্ৰিয়া ঘাংগাছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে প্ৰিয়া ঘাংগাছক অভিনন্দন জনায়।মহিলাৰ ৫১ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে সাক্ষীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 02nd, 12:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৫১ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সাক্ষীক অভিনন্দন জনায়।পুৰুষৰ শ্বট পুট (F57) প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে সোমন ৰাণাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ শ্বট পুট F57 প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সোমন ৰাণাক অভিনন্দন জনায়।মহিলাৰ ৫৭ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে জেছমিন লম্বোৰীয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৫৭ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে জেছমিন লম্বোৰীয়াক অভিনন্দন জনায়।কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৫৪ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে প্ৰীতিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৫৪ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে প্ৰীতিক অভিনন্দন জনায়।Prime Minister congratulates Harsh Singh on winning Gold in Judo at Commonwealth Games 2026
July 31st, 11:47 pm
The Prime Minister, Shri Narendra Modi, has congratulated Harsh Singh on winning the Gold medal in Judo at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Asmita Dey on winning Gold in Women’s 48 kg Judo at Commonwealth Games 2026
July 31st, 11:44 pm
The Prime Minister, Shri Narendra Modi, has congratulated Asmita Dey on winning the Gold medal in the Women’s 48 kg Judo Final at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Dilip Mahadu Gavit on winning Gold in Men’s 100m T47 at Commonwealth Games 2026
July 30th, 05:35 pm
The Prime Minister, Shri Narendra Modi, has congratulated Dilip Mahadu Gavit on winning the Gold medal in the Men’s 100m T47 event at the Commonwealth Games 2026.Prime Minister congratulates Sharmila on winning Gold in Women’s Shot Put F57 at Commonwealth Games 2026
July 28th, 02:05 pm
The Prime Minister, Shri Narendra Modi, has congratulated Sharmila on winning the Gold medal in the Women’s Shot Put F57 event at the Glasgow Commonwealth Games 2026.কমনৱেলথ গেমছ ২০২৬ত স্বৰ্ণজয়ী ভাৰোত্তোলক মিৰাবাই চানুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 26th, 09:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২৬ত ৪৮ কেজি শাখাত স্বৰ্ণপদক লাভ কৰাৰ বাবে ভাৰোত্তোলক মিৰাবাই চানুক অভিনন্দন জ্ঞাপন কৰিছে।২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত ঐতিহাসিক কৃতিত্বৰ বাবে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
July 26th, 03:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত প্ৰদৰ্শন কৰা ঐতিহাসিক কৃতিত্ব বাবে প্ৰশংসা কৰে। সোণৰ পদক লাভ কৰাৰ লগতে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় স্কোৱাছ খেলুৱৈ হিচাপে পৰিগণিত অনাহত সিঙক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে।৩৭সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডত অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় দলটোক অভিনন্দন জনায়
July 19th, 07:11 pm
আজি লিথুৱেনিয়াৰ ভিলনিয়াছত অনুষ্ঠিত ৩৭সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডত ভাৰতীয় দলটোক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়। দলটোৰ চাৰিওজন সদস্যই এটা স্বৰ্ণ পদককে ধৰি অন্যান্য পদক লাভ কৰে। শ্ৰী মোদীয়ে কয় যে ভব্য গুণৱাল, সৌমিল মাইটি, নিশিত কালানী আৰু অনমোল কুমাৰে আণৱিক জীৱবিজ্ঞান, জৈৱ ৰসায়ন, ব্যৱস্থা বিজ্ঞান আৰু উদ্ভিদ গণনা জীৱবিজ্ঞান আদি বিষয়ত উৎকৃষ্ট জ্ঞান প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকৰ সফলতাই আন বহু যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব।৫৮সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান অলিম্পিয়াডত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
July 19th, 07:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৫৮সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান অলিম্পিয়াডত চাৰিটা স্বৰ্ণ পদক লাভ কৰাৰ বাবে ভাৰতীয় দেৱদত্ত প্ৰিয়দৰ্শী, হৰ্ষিত সিংঘল, কবীৰ চিল্লাৰ আৰু সন্দীপ কুচিৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। এই সন্মানীয় বিশ্বজোৰা প্ৰতিযোগিতাত ভাৰতৰ এইটোৱেই হৈছে সৰ্বোত্তম প্ৰদৰ্শন। শ্ৰী মোদীয়ে কয় যে দলটোৰ সামৰ্থ্য, নিষ্ঠা আৰু বিজ্ঞানৰ প্ৰতি আকৰ্ষণে সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তুলিছে আৰু লগতে ই অগণন যুৱ প্ৰজন্মক ৰসায়ন বিজ্ঞানত অধ্যয়ন তথা পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰিব।২০২৬ চনৰ ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত (আই পি এইচ অ') স্বৰ্ণ বিজয়ী ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
July 13th, 01:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলম্বিয়াৰ বুকাৰামঙ্গাত অনুষ্ঠিত ২০২৬ চনৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত সোণৰ পদক লাভ কৰাৰ বাবে কনিষ্ক জৈন, ৰিদ্ধেশ অনন্ত বেণ্ডালে, ঋষিত গাৰ্গ, শ্ৰেষ্ঠ সুৰাইয়া আৰু স্বৰিত যোশীৰ ভাৰতীয় দলটোক অভিনন্দন জনাইছে।২০২৬ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতীয় মল্লযোদ্ধাসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 28th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত হোৱা ২০২৬ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় মল্লযোদ্ধাসকলক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।