নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়, সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়, সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে

April 03rd, 06:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে যে নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়। লগতে শ্ৰীমতী অনুৰাধা পৌদৱালৰ ভজন শ্বেয়াৰ কৰে।

‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পবিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে প্ৰধানমন্ত্ৰীয়ে

‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পবিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে প্ৰধানমন্ত্ৰীয়ে

April 02nd, 10:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পৱিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে। সকলোকে শুনিবলৈ আহ্বান জনাই তেওঁ দেৱী মাৰ ৰূপৰ প্ৰতি সমৰ্পিত এক প্ৰাৰ্থনা সহভাগ বতৰা কৰে।

নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে: প্ৰধানমন্ত্ৰী

নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে: প্ৰধানমন্ত্ৰী

April 01st, 10:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নৱৰাত্ৰিৰ সময়ত দেৱী মাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে। তেওঁ লগতে পণ্ডিত ভীমসেন যোশীৰ এটা ভজনো শ্বেয়াৰ কৰে।

শান্তি, সুখ আৰু নতুন শক্তিৰ বাৰ্তাৰে নৱৰাত্ৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 31st, 09:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী দুৰ্গাৰ ঐশ্বৰিক কৃপাৰ কথা উল্লেখ কৰি দেশবাসীক সম্ভাষণ জনাইছে। দেৱীৰ কৃপাত ভক্তসকলক কেনেদৰে শান্তি, সুখ আৰু নতুন শক্তি প্ৰদান কৰে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰে। তেওঁ লগতে শ্ৰীমতী ৰাজলক্ষ্মী সঞ্জয়ৰ এটা প্ৰাৰ্থনাও শ্বেয়াৰ কৰে।

লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ

March 16th, 11:47 pm

প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে

March 16th, 05:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।

Prime Minister Shri Narendra Modi shares Garba song 'Aavati Kalaya Madi Vaaya Kalaya' written by him

October 07th, 10:44 am

Prime Minister Narendra Modi released a Garba song titled Aavati Kalaya Madi Vaaya Kalaya, honoring Goddess Durga during Navratri. He expressed gratitude to singer Purva Mantri and highlighted the unifying spirit of devotion in his post on X.

প্ৰধানমন্ত্ৰীয়ে মহালয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনায়

October 02nd, 03:13 pm

“শুভ মহালয়া! দুৰ্গা পূজা ওচৰ চাপি অহাৰ লগে লগে, আমি প্ৰাৰ্থনা কৰোঁ যাতে আশা, মঙ্গল আৰু ইতিবাচকতাই সদায় প্ৰাধান্য লাভ কৰে। মা দুৰ্গাই আমাক সদায় সুখ, শক্তি আৰু সুস্বাস্থ্যৰ বাবে আশীৰ্বাদ কৰক।”

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

July 02nd, 09:58 pm

মই ৰাষ্ট্ৰপতি মহোদয়াই প্ৰদান কৰা ভাষণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ থিয় দিছো।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ

July 02nd, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।

TMC goons threatening women in Sandeshkhali to protect culprits, says PM Modi in Hooghly

May 12th, 11:55 am

During his second rally in Hooghly, Prime Minister Modi emphasized the importance of legacy, stating, Whoever is elder in our families wishes to leave something for the children. Who is Modi's heir? All of you. That's why I want to build a Viksit Bharat for your children. Contrastingly, TMC focuses solely on looting you, building mansions for their heirs. What is Modi doing? Building solid homes for the poor, implementing the Swachh Bharat Mission, providing free rations, and making life easier for his sisters and daughters. Today, millions of women have affordable LPG cylinders through Ujjwala Yojana.

PM Modi electrifies crowds with his speeches in Barrackpore, Hooghly, Arambagh & Howrah, West Bengal

May 12th, 11:30 am

Today, in anticipation of the 2024 Lok Sabha elections, Prime Minister Narendra Modi sparked enthusiasm and excitement among the audience with his speeches in Barrackpore, Hooghly, Arambagh and Howrah, West Bengal. Expressing gratitude to the numerous mothers and sisters in attendance, he remarked, This scene indicates a forthcoming change in Bengal. The victory of 2019 is poised to be even greater for the BJP this time around.

প্ৰধানমন্ত্ৰীয়ে ‘নৱৰাত্ৰি’ৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে

October 15th, 08:44 am

‘নৱৰাত্ৰি’ৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্যৰে পৰিপূৰ্ণ কৰি তোলাৰ কামনাৰে প্ৰধানন্ত্ৰীয়ে আই দুৰ্গাক প্ৰাৰ্থনা জনায়।

PM Modi addresses Nari Shakti Vandan - Abhinandan Karyakram in Varanasi

September 23rd, 03:27 pm

Prime Minister Narendra Modi addressed a programme on the passing of Nari Shakti Vandan Adhiniyam in Varanasi. He said that the passing of the Women's Reservation Bill will strengthen the democracy and fortify women's representation in Indian legislatures.

কলকাতাৰ দুৰ্গাপূজাক ‘ইউনেস্কো’ৱে ‘বিমূৰ্ত ঐতিহ্য’ৰ তালিকাত অন্তৰ্ভূক্ত কৰাত সন্তোষ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

December 15th, 08:43 pm

কলকাতাৰ দুৰ্গাপূজাক ‘ইউনেস্কো’ৱে ‘বিমূৰ্ত ঐতিহ্য’ৰ তালিকাত অন্তৰ্ভূক্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

নৱৰাত্ৰি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

October 07th, 11:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

West Bengal will play a significant role in ‘Purvodaya’: PM Modi

October 22nd, 10:58 am

Prime Minister Narendra Modi joined the Durga Puja celebrations in West Bengal as he inaugurated a puja pandal in Kolkata via video conferencing today. The power of maa Durga and devotion of the people of Bengal is making me feel like I am present in the auspicious land of Bengal. Blessed to be able to celebrate with you, PM Modi said as he addressed the people of Bengal.

PM Modi inaugurates Durga Puja Pandal in West Bengal

October 22nd, 10:57 am

Prime Minister Narendra Modi joined the Durga Puja celebrations in West Bengal as he inaugurated a puja pandal in Kolkata via video conferencing today. The power of maa Durga and devotion of the people of Bengal is making me feel like I am present in the auspicious land of Bengal. Blessed to be able to celebrate with you, PM Modi said as he addressed the people of Bengal.

‘মহালয়া’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়

September 17th, 12:11 pm

“পৃথিৱী জুৰি অব্যাহত থকা মহামাৰীৰ সংকটৰ পৰা মুক্ত হোৱাৰ বাবে আমাক শক্তি প্ৰদান কৰিবলৈ এইবেলিৰ মহালয়াত আমি আই দূৰ্গাক প্ৰণতি জনাইছো। আশা কৰো, আই দূৰ্গাৰ আশীৰ্বাদে আমাৰ সকলোকে সু-স্বাস্থ্য আৰু সুখী জীৱন-যাপনৰ সুযোগ প্ৰদান কৰিব। লগতে আমাৰ গ্ৰহটোৰো সমৃদ্ধি কামনা কৰিলো!

Respect for India on world stage has increased significantly: PM Modi

September 28th, 09:11 pm

As soon as the Prime Minister arrived in Delhi after concluding the United States visit, sea of supporters were waiting outside the airport to receive and greet him. Overwhelmed by the affection of people, PM Modi thanked them. In a short address, the PM said that India's respect globally had increased significantly due to the 130 crore Indians.