Prime Minister meets President of the United States of America on the sidelines of the G7 Summit in Evian
June 18th, 05:04 am
On the margins of the G7 Summit in Evian, France, PM Modi held a meeting with US President Donald Trump. The PM commended President Trump for his efforts to end the ongoing conflict in West Asia, underlined the importance of maintaining freedom of navigation in the Strait of Hormuz and the need to ensure the safety of seafarers. Both leaders expressed their satisfaction with the significant progress made in negotiations towards an interim Bilateral Trade Agreement.ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০
June 15th, 05:42 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে দ্বিপাক্ষিক সম্পৰ্কক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰে আৰু কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন, গৱেষণা, প্ৰযুক্তি, ডিজিটেল প্ৰযুক্তি আৰু চাইবাৰ ক্ষেত্ৰ, স্বাস্থ্য, সংস্কৃতি, অৰ্থনীতি, শৈক্ষিক সংযোগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে খণ্ডসমূহত সম্প্ৰসাৰিত আৰু বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাই যুটীয়াভাৱে ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ উদ্বোধন কৰে।ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা মিলিত প্ৰধানমন্ত্ৰী
June 14th, 08:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুন, ২০২৬ত নাইচৰ ভিলা কেৰিলছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ইমানুৱেল মেক্ৰনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক 'বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব'ৰ পৰ্যায়লৈ উন্নীত কৰাৰ পিছত দুয়োগৰাকী নেতাৰ মাজত এয়া আছিল প্ৰথমখন বৈঠক।ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
June 13th, 10:03 am
ভাৰতৰ কৌশলগত দৃষ্টিভংগীৰ ক্ষেত্ৰত ফ্ৰান্সে এক বিশেষ স্থান দখল কৰিছে। এই বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি মেক্ৰ’ই ভাৰত ভ্ৰমণ কৰিছিল আৰু আমি আমাৰ সম্পৰ্কক এক বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলো। যেতিয়া মই নিচত ৰাষ্ট্ৰপতি মেক্ৰ’ক সাক্ষাৎ কৰিম, তেতিয়া ফেব্ৰুৱাৰীৰ পৰা হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিম আৰু আমাৰ সহযোগিতাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ তালিকা প্ৰস্তুত কৰিম। পাৰস্পৰিক স্বাৰ্থৰ গোলকীয় বিষয়সমূহৰ ওপৰতো আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী।Visit of Prime Minister to France and Slovakia (June 13-18, 2026)
June 09th, 07:20 pm
PM Modi will visit France from 13-14 June 2026 and again from 16-19 June 2026. During his initial visit to France, he will hold discussions with President Emmanuel Macron and jointly inaugurate the 'Bharat Innovates' event. He will then visit Slovakia from 14-16 June 2026 to hold discussions with PM Robert Fico and meet President Peter Pellegrini. The PM will once again visit France to participate in the G7 Summit and the VivaTech Summit.উদ্যোগৰ বাবে ইউৰোপীয় ৰাউণ্ড টেবুলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
May 17th, 11:43 pm
আজিৰ কাৰ্যসূচীত যোগদান কৰাৰ বাবে মই উৰছুলা জীৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিয়ে ছুইডেন আৰু ইউৰোপৰ ঔদ্যোগিক কেন্দ্ৰস্থল গোথেনবাৰ্গ ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে।প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা ফোন কল লাভ কৰে, বাৰ্তালাপৰ সময়ত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু পশ্চিম এছিয়া তথা হৰমুজ জলদ্বীপৰ বিষয়ে আলোচনা কৰে
April 14th, 10:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা এটা ফোন কল লাভ কৰে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ইথিওপিয়া ভ্ৰমণ
December 16th, 10:41 pm
দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰা।মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
October 14th, 01:15 pm
ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতি ট্ৰাম্পে জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে
September 16th, 10:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ড’নাল্ড জে. ট্ৰাম্পৰপৰা এটা ফোন কল লাভ কৰে।ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগক মই আন্তৰিকতাৰে শলাগ লৈছো আৰু সম্পূৰ্ণ সমৰ্থন জনাইছো: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
September 06th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগ আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নক আন্তৰিকতাৰে শলাগ লৈছে আৰু সম্পূৰ্ণ সমৰ্থন জনাইছে। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিভংগীৰ ব্যাপক আৰু বৈশ্বিক কৌশলগত অংশীদাৰিত্ব আছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্য
September 01st, 01:24 pm
আপোনাক লগ পাই বৰ ভাল লাগিছে আৰু মই সদায় অনুভৱ কৰোঁ যে আপোনাক লগ পোৱা মুহূৰ্তসমূহ স্মৰণীয় হৈ উঠে। আমি বহু কথা পতাৰ সুযোগ পাওঁ।ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
September 01st, 01:08 pm
চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে মিলিত হয়।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ জাপান ভ্ৰমণ
August 29th, 06:23 pm
অৰ্থনৈতিক অংশীদাৰিত্ব, অৰ্থনৈতিক সুৰক্ষা, গতিশীলতা, পাৰিপাৰ্শ্বিক বহনক্ষমতা, প্ৰযুক্তি আৰু উদ্ভাৱন, স্বাস্থ্য, জনতাৰ পৰা জনতালৈ আৰু ৰাজ্য-প্ৰিফেকচাৰৰ সংযোগৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু কাৰ্য্যকৰী সহযোগিতাৰ বাবে ১০-বছৰীয়া কৌশলগত অগ্ৰাধিকাৰজাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ অসমীয়া অনুবাদ
August 29th, 03:59 pm
আজি আমি আমাৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ বাবে এটি শক্তিশালী ভেটি স্থাপন কৰিছোঁ। আমি আগন্তুক দশকৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ দৃষ্টিভংগীয়ে বিনিয়োগ, উদ্ভাৱন, অৰ্থনৈতিক সুৰক্ষা, পৰিবেশ, প্ৰযুক্তি, স্বাস্থ্য, গতিশীলতা, জনসাধাৰণৰ মাজৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। আমি আগন্তুক দহ বছৰত ভাৰতত জাপানৰ ১০ ট্ৰিলিয়ন য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। দুয়োখন দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্ট-আপক সংযোগ কৰাৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিম।ক্ৰয়েচিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
June 18th, 09:56 pm
ঐতিহাসিক আৰু সুন্দৰ চহৰ জাগ্ৰেবত মোক যি উষ্ম, উৎসাহ আৰু মৰমেৰে আদৰণি জনাইছে, তাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ক্ৰ’ৱেচিয়া চৰকাৰক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।চাইপ্ৰাছ গণৰাজ্য আৰু ভাৰত গণৰাজ্যৰ মাজত ব্যাপক অংশীদাৰিত্ব ৰূপায়ণ সন্দৰ্ভত যৌথ ঘোষণাপত্ৰ
June 16th, 03:20 pm
চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে ২০২৫ চনৰ ১৫ জুনৰ পৰা ১৬ জুনলৈ চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰো অধিক সময়ৰ পিছত প্ৰথমবাৰৰ বাবে কৰা চাইপ্ৰাছলৈ ভ্ৰমণ। সেয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত গভীৰ আৰু চিৰস্থায়ী বন্ধুত্বক পুনৰ সুদৃঢ় কৰি তুলিছে । এই ভ্ৰমণে কেৱল ঐতিহাসিকভাবেই গুৰুত্বপূ্ৰ্ণ নহয়, ই দুয়োখন দেশৰ মাজত ভৱিষ্যতৰ যৌথ কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক বিশ্বাস তথা সন্মানৰ মাজত শিপাই থকা অংশীদাৰিত্বৰৰ কথাও প্ৰতিফলিত কৰিছে।চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্রিফিঙত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ
June 16th, 01:45 pm
আৰম্ভণিতেই মাননীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কালি চাইপ্ৰাছত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু এই দেশৰ জনসাধাৰণে প্ৰদৰ্শন কৰা মৰমে মোৰ হৃদয় স্পৰ্শ কৰিছে।কৌশলগত পুনৰ নিৰ্ধাৰণ: পশ্চিম এছিয়াত ভাৰতৰ ভূমিকা আৰু অধিক শক্তিশালী কৰাৰ বাবে চৌদি আৰৱ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
April 21st, 04:51 pm
২০২৫ চনৰ ২২-২৩ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৌদি আৰব ভ্ৰমণ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আহিছে - যিটো বিশ্ব শক্তিৰ গতিশীলতা আৰু দ্ৰুতগতিত পৰিৱৰ্তিত পশ্চিম এছিয়াৰ দ্বাৰা গঢ় লৈ উঠিছে।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য
April 05th, 11:30 am
আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।