ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
February 19th, 10:00 am
বিশ্বৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। এই সন্মিলন অনুষ্ঠিত হোৱা ভাৰতে মানৱতাৰ এক ষষ্ঠাংশক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ বাসস্থান ভাৰতত সৰ্ববৃহৎ প্ৰযুক্তিগত প্ৰতিভাৰ স্থান, যি সৰ্ববৃহৎ প্ৰযুক্তি-সক্ষম পৰিৱেশ-প্ৰণালীৰ উদাহৰণ। ভাৰতে নতুন প্ৰযুক্তিও সৃষ্টি কৰে আৰু অভূতপূৰ্ব দ্ৰুততাৰে ইয়াক গ্ৰহণ কৰে। নতুন প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ১.৪০ কোটি ভাৰতীয়ৰ ফালৰ পৰা, মই চৰকাৰৰ মুৰব্বীসকল, বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ-প্ৰণালীৰ নেতাসকল আৰু উদ্ভাৱকসকলক এই সন্মিলনলৈ স্বাগতম জনাইছো।PM Modi inaugurates India AI Impact Summit 2026
February 19th, 09:40 am
PM Modi inaugurated the AI Impact Summit 2026 and remarked that the world’s largest AI Impact Summit is being held in India, a nation representing one-sixth of humanity. He highlighted that the core purpose of the summit is to deliberate on how AI can be made human-centric. He also presented India’s M.A.N.A.V. Vision for AI and extended an invitation to the world with the call: ‘Design and Develop in India. Deliver to the World. Deliver to Humanity’.নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপ’ ২০২৫ ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 17th, 11:00 am
যোৱাবাৰ আপোনালোকৰ মাজলৈ অহাৰ সময়ত লোকসভা নিৰ্বাচন তেনেই সামগত আছিল। সেই সময়ত আপোনালোক সকলোৰে আস্থাৰ বাবেই মই কৈছিলোঁ যে অহাবাৰো ইণ্ডিয়া মবিলিটি এক্সপ’লৈ নিশ্চয় আহিম। দেশে তৃতীয়বাৰৰ বাবে আমাক আশীৰ্বাদ দিলে। আপোনালোক সকলোৱে মোক আকৌ এবাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছে, আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে
January 17th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ সৰ্ববৃহৎ গতিশীলতা প্ৰদৰ্শনী-ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁৰ চৰকাৰক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে যোৱা বছৰৰ ৮০০ গৰাকী প্ৰদৰ্শক, ২.৫ লাখ দৰ্শনাৰ্থীৰ তুলনাত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ আন দুটা স্থানত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীৰ সৈতে এই বছৰৰ প্ৰদৰ্শনীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অহা ৫ দিনৰ ভিতৰত বহুতো নতুন বাহন মুকলি কৰা হ'ব য'ত সংখ্যক প্ৰতিনিধি উপস্থিত থাকিব। ই দেখুৱায় যে ভাৰতত গতিশীলতাৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত যথেষ্ট ইতিবাচকতা আছে, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে ভাৰতৰ স্বয়ংচালিত উদ্যোগ চমৎকাৰ ভৱিষ্যতৰ বাবে সাজু বুলি উল্লেখ কৰি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ১২ ডিচেম্বৰত বাৰ্ষিক গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) সন্মিলন উদ্বোধন কৰিব
December 11th, 04:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১২ ডিচেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত নতুন দিল্লীৰ ভাৰত মাণ্ডপামত গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) শীৰ্ষ সন্মিলন উদ্বোধন কৰিব।