
চেৰাউইকত প্ৰধানমন্ত্ৰীৰ মুল ভাষণৰ অসমীয়া অনুবাদ
March 05th, 06:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেৰা সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান কৰে। তেখেতক চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান কৰা হয়। তেখেতে কয়, “মই চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটাটো পৰম বিনম্ৰতাৰে গ্ৰহণ কৰিছো। মই এই বঁটাটি আমাৰ মহান মাতৃভূমি ভাৰতৰ জনসাধাৰণলৈ উৎসৰ্গা কৰিছো। মই আমাৰ ভূমিৰ গৌৰৱময় ঐতিহ্যলৈ এই বঁটাটি উৎসৰ্গা কৰিছো যিয়ে পৰিবেশৰ প্ৰতিপালনেৰে বাট দেখুৱাইছে।” তেখেতে লগতে কয় যে কেইবা শতিকা ধৰি পৰিবেশৰ প্ৰতিপালনেৰে ভাৰতীয়ই নেতৃত্বৰ ভাৱমূৰ্তি অৰ্জন কৰিছে। তেখেতে কয়, আমাৰ সংস্কৃতি, প্ৰকৃতি আৰু বৈভৱৰ সম্পৰ্ক হৈছে নিকট।
চেৰা (CERA) সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
March 05th, 06:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেৰা সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান কৰে। তেখেতক চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান কৰা হয়। তেখেতে কয়, “মই চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটাটো পৰম বিনম্ৰতাৰে গ্ৰহণ কৰিছো। মই এই বঁটাটি আমাৰ মহান মাতৃভূমি ভাৰতৰ জনসাধাৰণলৈ উৎসৰ্গা কৰিছো। মই আমাৰ ভূমিৰ গৌৰৱময় ঐতিহ্যলৈ এই বঁটাটি উৎসৰ্গা কৰিছো যিয়ে পৰিবেশৰ প্ৰতিপালনেৰে বাট দেখুৱাইছে।” তেখেতে লগতে কয় যে কেইবা শতিকা ধৰি পৰিবেশৰ প্ৰতিপালনেৰে ভাৰতীয়ই নেতৃত্বৰ ভাৱমূৰ্তি অৰ্জন কৰিছে। তেখেতে কয়, আমাৰ সংস্কৃতি, প্ৰকৃতি আৰু বৈভৱৰ সম্পৰ্ক হৈছে নিকট।
চৰকাৰে সন্ত্ৰাসবাদক যোগ্য প্ৰত্যুত্তৰ দিবঃ শ্ৰীনগৰত প্ৰধানমন্ত্ৰীয়ে কয়
February 03rd, 03:57 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাস বিয়পাবলৈ চেষ্টা চলাই থকা অপশক্তিক দেশে যোগ্য প্ৰত্যুত্তৰ দিব৷ শ্ৰীনগৰত এখন জনসভাত তেওঁ আজি কয়, ‘আমি প্ৰতিগৰাকী সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিম৷ জম্মু আৰু কাশ্মীৰত আমি সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি দিম আৰু পূৰ্ণশক্তিৰে আমি ইয়াৰ বিৰুদ্ধে যুঁজ দি যাম৷’We will break the backbone of terrorism in Jammu and Kashmir and fight it with all our might: PM Modi
February 03rd, 03:57 pm
PM Modi today launched multiple development projects in Srinagar. Speaking to a gathering, PM Modi highlighted how in the last five years India has become a startup and innovation hub. He also spoke about the Centre's focus on healthcare and highlighted how the Ayushman Bharat Yojana is benefiting lakhs of people across the nation.India is changing because Indians have decided to change: PM Modi
January 30th, 06:41 pm
Prime Minister Shri Narendra Modi interacted with the young professionals in a town hall programme at the New India Youth Conclave in Surat. The PM received a rousing welcome at the New India Youth Conclave.ভাৰত পৰিৱৰ্তিত হৈছে কিয়নো ভাৰতীয়সকলে পৰিৱৰ্তন হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
January 30th, 06:40 pm
ছুৰাটত অনুষ্ঠিত নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ পেছাদাৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত প্ৰধানমন্ত্ৰীক চমকপ্ৰদ স্বাগতম জনোৱা হয়৷কোচিত আইআৰইপি মুকলি কেৱল কেৰালাৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ বিষয়ঃ প্ৰধানমন্ত্ৰী
January 27th, 02:55 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচি ভ্ৰমণ কৰে আৰু ৰাজ্যখনৰ কেইবাটাও প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে আৰু আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷কোচিত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
January 27th, 02:55 pm
আৰৱীয় সাগৰৰ ৰাণী কোচিত উপস্থিত হৈ মই অত্যন্ত সুখ অনুভৱ কৰিছো৷ নীলা সাগৰ, ক’লা পানী আৰু সুবিশাল পেৰিয়াৰ নদী, চৌদিশৰ সেউজীয়া আৰু ইয়াৰ উদ্যমী লোকে কোচিক সঁচাকৈয়ে সকলো চহৰৰ ৰাণী কৰি তুলিছে৷Empowered citizens are strongest pillars of our democracy: PM Modi
March 06th, 07:05 pm
Inaugurating the new Central Information Commission building in New Delhi, PM Narendra Modi that transparency and accountability were requisite for democratic and participative governance. He said that empowered citizens were the strongest pillar of our democracy and the Government, in the last 3.5 years, through its initiatives had informed and empowered the citizens.নতুন দিল্লীত কেন্দ্রীয় তথ্য আয়োগৰ নতুন ভৱন উদ্বোধন প্রধানমন্ত্রীৰ
March 06th, 07:00 pm
প্রধানমন্ত্রীয়ে আজি নতুন দিল্লীত কেন্দ্রীয় তথ্য আয়োগ(চিআইচি)ৰ নতুন ভৱন উদ্বোধন কৰে।