প্ৰধানমন্ত্ৰীয়ে প্ৰখ্যাত লেখিকা তথা ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ভগ্নী শ্ৰীমতী গীতা মেহতাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে
September 17th, 09:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত লেখিকা তথা ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কৰ ভগ্নী শ্ৰীমতী গীতা মেহতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।