২০২৫ চনৰ জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে ইটালীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 09:44 pm
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে ইটালী গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেল’নিৰ সৈতে বৈঠকত মিলিত হয় । চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিতে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত দুয়োগৰাকী নেতাই মত বিনিময় কৰে।PM Modi expresses gratitude to world leaders for birthday wishes
September 17th, 03:03 pm
The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে
September 10th, 06:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেলোনিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপ কৰে।জি-৭ সন্মিলনৰ আঁৰত ইটালীৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 02:59 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইটালীৰ প্ৰধানমন্ত্ৰী মহামহিম জিঅৰ্জিয়া মেলোনিৰে মিলিত হয়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ইটালীৰ সৈতে ভাৰতৰ বন্ধুত্ব অধিক গভীৰ হৈ থাকিব, ইয়াৰ ফলশ্ৰুতিত আমাৰ জনসাধাৰণ বহুখিনি লাভান্বিত হ’ব।জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ
April 24th, 03:29 pm
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”Italy-India Joint Strategic Action Plan 2025-2029
November 19th, 09:25 am
Aware of the unparalleled potential of the India Italy Strategic partnership, Prime Minister of India Shri Narendra Modi and Prime Minister of Italy Ms. Giorgia Meloni during their meeting at the G20 Summit in Rio de Janeiroইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 08:34 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষ মহামহিম জৰ্জিয়া মেল’নীক সাক্ষাৎ কৰে।বিগত দুবছৰৰ ভিতৰত এইখন আছিল পঞ্চমখন বৈঠক। ২০২৪ চনৰ জুনত ইটালীৰ পুগ্লিয়াত প্ৰধানমন্ত্ৰী মেল’নীৰ অধ্যক্ষতাত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলন উপলক্ষে দুয়োগৰাকী নেতাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত জি-৭ শীৰ্ষ সন্মিলনৰ নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মেলনীক অভিনন্দন জনায়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্মদিনৰ শুভেচ্ছাৰ বাবে বিশ্বৰ নেতাসকলক তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰে
September 17th, 10:53 pm
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক দিয়া উত্তৰত শ্ৰী মোদীয়ে কয়:৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলে প্ৰদান কৰা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷জি৭ সন্মিলনৰ সমান্তৰালভাৱে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 11:40 pm
দুয়োগৰাকী নেতাই নিয়মীয়া উচ্চ ৰাজনৈতিক আলোচনাক সন্তুষ্টিৰে লক্ষ্য কৰি ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বৃদ্ধিত সুখ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে স্বচ্ছ শক্তি, উৎপাদন, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, টেলিকম, এআই আৰু জটিল খনিজ পদাৰ্থৰ বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ কৰি সুস্থিৰ যোগান শৃংখল গঢ়ি তোলাৰ আহ্বান জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে শেহতীয়াকৈ ঔদ্যোগিক সম্পত্তিৰ অধিকাৰ (আইপিআৰ) সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায় যিয়ে পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক কাঠামো প্ৰদান কৰে।জি-৭ আপুলিয়া শীৰ্ষ সন্মিলনৰ বাবে ইটালীলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বক্তব্য
June 13th, 05:51 pm
প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ আমন্ত্ৰণত, মই ২০২৪ চনৰ ১৪ জুনত অনুষ্ঠিত হ’বলগীয়া জি-৭ আউটৰিচ ছামিটত অংশগ্ৰহণ কৰিবলৈ ইটালীৰ আপুলিয়া অঞ্চল ভ্ৰমণ কৰিবলৈ গৈ আছোঁ।Prime Minister Narendra Modi speaks with the Italian Prime Minister Georgia Meloni
April 25th, 08:58 pm
Prime Minister Shri Narendra Modi had a telephone conversation today with Georgia Meloni, Prime Minister of Italy. PM extended his greetings to PM Meloni and the people of Italy on the occasion of 79th anniversary of Liberation Day.ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক তেওঁলোকৰ জন্মদিনৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
September 17th, 10:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 09th, 07:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত ‘জি-২০ সন্মিলন’ৰ সময়ত ইটালী গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী জিঅ’ৰ্জিয়া মেলোনিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ২০২৩ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মেলোনিৰ চৰকাৰী ভ্ৰমণৰ পিছত এয়া হৈছে তেওঁৰ দ্বিতীয় ভাৰত ভ্ৰমণ, য'ত দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰা হৈছিল।Prime Minister's meeting with the Prime Minister of Italy on the sidelines of G-20 Summit in Bali
November 16th, 02:50 pm
Prime Minister Narendra Modi met PM Giorgia Meloni of Italy on the sidelines of the G-20 Summit in Bali. The two leaders discussed the deepening of bilateral cooperation in various sectors including trade and investment, counter-terrorism, and people to people ties.PM congratulates Giorgia Meloni for leading her party Fratelli d'Itaia in Italian General Elections
September 28th, 08:51 am
The Prime Minister, Shri Narendra Modi has congratulated Giorgia Meloni for leading her party Fratelli d'Itaia in Italian General Elections.