মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 09th, 02:51 pm
শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 09th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।ফলাফলৰ তালিকাঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
October 09th, 01:55 pm
ব্ৰিটেইন-ভাৰত গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখল মানৱ নিৰীক্ষণ কেন্দ্ৰৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি আৰু আই আই টি-আই এছ এম ধনবাদত নতুন উপগ্ৰহ চৌহদ স্থাপন।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
October 09th, 11:25 am
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি
September 04th, 08:04 pm
ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতিছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
September 04th, 12:45 pm
কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 06:42 pm
আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar
May 27th, 11:30 am
PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.গুজৰাটৰ নগৰ বিকাশৰ কাহিনীৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 27th, 11:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।নতুন দিল্লীত ছ’ল লিডাৰশ্বিপ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 21st, 11:30 am
ভূটানৰ প্ৰধানমন্ত্ৰী, মোৰ ভাই দাশো শ্বেৰিং টবগে জী, ছ’ল ব’ৰ্ডৰ অধ্যক্ষ সুধিৰ মেহতা, উপাধ্যক্ষ হান্সমুখ আধিয়া, উদ্যোগ জগতৰ পৰা অহা বিশিষ্ট ব্যক্তি, যিসকলে নিজৰ জীৱনত নেতৃত্ব প্ৰদান কৰাত সফল হৈছে, তেওঁলোকৰ নিজৰ নিজৰ ক্ষেত্ৰখনতো মোৰ ডেকা বন্ধুসকলক দেখিছোঁ যিসকলে ভৱিষ্যতৰ বাবে অপেক্ষা কৰি আছে, সকলোকে নমস্কাৰ।ছউল লিডাৰশ্বিপ কনক্লেভৰ প্ৰথম সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত স্কুল অৱ আলটিমেট লিডাৰশ্বিপ (ছউল) সন্মিলন ২০২৫ৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰে। ইয়াত উপস্থিত থকা বিশিষ্ট নেতা আৰু ভৱিষ্যতৰ উদীয়মান যুৱ নেতাসকলক আদৰণি জনাই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কিছুমান অনুষ্ঠান অতি ভাল লগা আৰু আজি এনে এক অনুষ্ঠান আছিল। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সুনাগৰিকৰ বিকাশ প্ৰয়োজনীয়, প্ৰতিখন ক্ষেত্ৰতে উৎকৃষ্ট নেতাৰ বিকাশ প্ৰয়োজনীয়, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ মন্তব্য কৰে যে প্ৰতিটো খণ্ডত উৎকৃষ্ট নেতাক গঢ় দিয়াটো জৰুৰী, যিটো সময়ৰ প্ৰয়োজন। সেয়েহে, তেওঁ এই কথাত আলোকপাত কৰি কয় যে স্কুল অৱ আলটিমেট লিডাৰশ্বিপ বিকশিত ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ছউল কেৱল সংস্থাটোৰ নামত নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ছউল হব ভাৰতৰ সামাজিক জীৱনৰ আত্মা। তেওঁ লগতে কয় যে আন এক অৰ্থত, ছউলে আধ্যাত্মিক অভিজ্ঞতাৰ গুৰুত্বও সুন্দৰভাৱে দাঙি ধৰে। ছউলৰ সকলো অংশীদাৰক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে গুজৰাটৰ জি আই এফ টি চিটিৰ ওচৰত ছউলৰ এক নতুন, বিশাল চৌহদ সাজু হব।১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
October 23rd, 05:22 pm
আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।প্ৰধানমন্ত্ৰীয়ে ১৬ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে
October 23rd, 03:10 pm
ব্ৰিকছৰ নেতাসকলে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা, সন্ত্ৰাসবাদ প্ৰতিহত কৰা, অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰা, বহনক্ষম উন্নয়নক উদ্গনি যোগোৱা আৰু গ্লোবেল ছাউথৰ উদ্বেগসমূহৰ ওপৰত আলোকপাত কৰাকে ধৰি গঠনমূলক আলোচনা কৰে। নেতাসকলে ব্ৰিকছৰ ১৩খন নতুন অংশীদাৰ দেশক আদৰণি জনায়।This is the golden period of India: PM Modi in Ahmedabad, Gujarat
September 16th, 04:30 pm
PM Modi inaugurated and laid the foundation stone for multiple development projects of railways, road, power, housing and finance sectors worth more than Rs 8,000 crore in Ahmedabad, Gujarat. The PM also inaugurated Namo Bharat Rapid Rail between Ahmedabad and Bhuj. PM Modi said that it will prove to be a new milestone in India’s urban connectivity. He said that he dedicated the first 100 days towards formulating policies and taking decisions towards public welfare and national interest.গুজৰাটৰ আহমেদাবাদত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 16th, 04:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ ৰে'ল, পথ, বিদ্যুৎ, গৃহ আৰু বিত্তীয় খণ্ডৰ এলানি উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। দিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে আহমেদাবাদ আৰু ভুজৰ মাজত ভাৰতৰ প্ৰথমখন ‘নমো ভাৰত দ্ৰুত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। তেওঁ লগতে নাগপুৰৰ পৰা চেকেন্দ্ৰাবাদ, কোলহাপুৰৰ পৰা পুনে, আগ্ৰা কেণ্টৰ পৰা বেনাৰস, দূৰ্গৰ পৰা বিশাখাপত্তনম, পুনেৰ পৰা হুবলি, আৰু বাৰাণসীৰ পৰা দিল্লী পথত চলিব লগা কেইবাখনো প্ৰথম ‘২০-কোচ্চ বন্দে ভাৰত ৰে'ল’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ উপৰিও তেওঁ ‘আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ’ৰ ‘ছিংগল উইণ্ডো আইটি প্ৰণালী’ (এছডব্লিউআইটিএছ) মুকলি কৰে।Boeing’s new facility is a clear indication of Karnataka’s rise as a new aviation hub: PM Modi
January 19th, 03:15 pm
Prime Minister Narendra Modi inaugurated the new state-of-the-art Boeing India Engineering & Technology Center (BIETC) campus in Bengaluru, Karnataka. Addressing the gathering, PM said that Bengaluru is a city which links aspirations to innovations and achievements, and India’s tech potential to global demands. “Boeing’s new technology campus is going to strengthen this belief”, the Prime Minister said, informing that the newly inaugurated campus is Boeing’s largest facility located outside the USA.PM inaugurates new state-of-the-art Boeing India Engineering & Technology Center campus in Bengaluru, Karnataka
January 19th, 02:52 pm
Prime Minister Narendra Modi inaugurated the new state-of-the-art Boeing India Engineering & Technology Center (BIETC) campus in Bengaluru, Karnataka. Addressing the gathering, PM said that Bengaluru is a city which links aspirations to innovations and achievements, and India’s tech potential to global demands. “Boeing’s new technology campus is going to strengthen this belief”, the Prime Minister said, informing that the newly inaugurated campus is Boeing’s largest facility located outside the USA.গিফট চিটীত গ্ল’বেল ফিনটেক ফ’ৰামত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
January 10th, 10:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গিফট চিটীত গ্ল’বেল ফিনটেক ফ’ৰামত অংশগ্ৰহণ কৰে।গুজৰাটৰ গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট সন্মিলন ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 10th, 10:30 am
আপোনালোক সকলোলৈ ২০২৪ চনৰ বহুত বহুত শুভেচ্ছা! শেহতীয়াকৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এতিয়া ভাৰতে আগন্তুক ২৫ বছৰৰ লক্ষ্যত কাম কৰি আছে। যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, সেই সময়লৈকে আমি ভাৰতক বিকশিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আৰু সেয়ে, এই ২৫ বছৰৰ কাৰ্যকাল ভাৰতৰ অমৃত কাল। এয়া নতুন সপোন, নতুন সংকল্প আৰু নিত্য নতুন সিদ্ধিৰ কাৰ্যকাল। এই অমৃতকালত এই প্ৰথম ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছে। আৰু সেয়েহে, ইয়াৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। এই সন্মিলনলৈ অহা ১০০ৰো অধিক দেশৰ প্ৰতিনিধি ভাৰতৰ এই উন্নয়ন যাত্ৰাৰ গুৰুত্বপূৰ্ণ মিত্ৰ। মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।