জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ মূল পাঠ
January 12th, 12:49 pm
স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে আজি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক স্বাগতম জনাই মই অতি আনন্দিত হৈছো। এইটো এটা আনন্দদায়ক কাকতালীয় ঘটনা যে স্বামী বিবেকানন্দই ভাৰত আৰু জাৰ্মানীৰ মাজত দৰ্শন, জ্ঞান আৰু আত্মাৰ এক সেতুৰ সৃষ্টি কৰিছিল। আজি, চেঞ্চেলৰ মাৰ্জৰ এই ভ্ৰমণে একেখন সাঁকোকে নতুন শক্তি, নতুন আত্মবিশ্বাস আৰু নতুন সম্প্ৰসাৰণ প্ৰদান কৰিছে। এয়া চেঞ্চেলৰ হিচাপে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ নহয়, এছিয়া ভ্ৰমণ। এয়া ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা গুৰুত্বৰ দৃঢ় প্ৰমাণ। তেওঁৰ ব্যক্তিগত মনোযোগ আৰু দায়বদ্ধতাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। ভাৰত জাৰ্মানীৰ সৈতে ইয়াৰ বন্ধুত্ব আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। গুজৰাটত আমি কওঁ-'আৱকৰো মিঠা আপজে ৰে’, অৰ্থাৎ মৰম আৰু মৰমৰ সৈতে স্বাগতম জনাবলৈ। এই মনোভাৱেৰে আমি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক উষ্ম আদৰণি জনাইছো।Prime Minister pays tribute at Nkrumah Memorial Park in Accra
July 03rd, 03:50 pm
PM Modi visited the Nkrumah Memorial Park in Accra, Ghana, and paid tribute to the Former President of Ghana, Dr. Kwame Nkrumah. The PM laid a floral wreath and observed a moment of silence in honour of Dr. Nkrumah’s lasting contributions to freedom, unity, and social justice.India remains a committed partner in Africa’s development journey: PM Modi in Parliament of Ghana
July 03rd, 03:45 pm
PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.Prime Minister, Shri Narendra Modi addresses the Parliament of Ghana
July 03rd, 03:40 pm
PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.List of Outcomes: State Visit of Prime Minister to Ghana
July 03rd, 04:01 am
PM Modi met with the Ghana President Mahama and the two leaders decided to elevate bilateral ties to a Comprehensive Partnership. 4 Memoranda of Understanding (MoUs) were signed including MoU on Cultural Exchange Programme, MoU between BIS & GSA, MoU between ITAM, Ghana and ITRA, India and MoU on Joint Commission Meeting.“দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা” গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 03rd, 02:15 am
ৰাষ্ট্ৰপতিগৰাকীয়ে ঘানাৰ ৰাষ্ট্ৰীয় বঁটা দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা প্ৰদানত মই গভীৰ সন্মানবোধ কৰিছোঁ।প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰে
July 03rd, 02:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাই ঘানাৰ ৰাষ্ট্ৰীয় সন্মান - অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা প্ৰদান কৰে। ইয়াৰ জৰিয়তে তেখেতৰ বিশিষ্ট ৰাজ-কাৰ্য্য পদ্ধতি আৰু প্ৰভাৱশালী বিশ্ব নেতৃত্বৰ স্বীকৃতি জনোৱা হয়। ১৪০ কোটি ভাৰতীয়ৰ হৈ বঁটাটি গ্ৰহণেৰে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, ইয়াৰ সাংস্কৃতিক পৰম্পৰা আৰু বৈচিত্ৰ্য তথা ঘানা আৰু ভাৰতৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ প্ৰতি এই সন্মান উৎসৰ্গা কৰে।ঘানাৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 03rd, 01:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ জন ড্ৰামানী মহামাৰ সৈতে বৈঠকত মিলিত হয়। জুবিলী হাউচত উপস্থিত হোৱাৰ লগে-লগে তেখেতক ৰাষ্ট্ৰপতি মহামাই আদৰণি জনায়। প্ৰধানমন্ত্ৰীৰ ঘানালৈ এই চৰকাৰী ভ্ৰমণ হৈছে তিনিটা দশকৰ পিছত প্ৰথমটো এনে ভ্ৰমণ।ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয় সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 03rd, 12:32 am
তিনি দশকৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।বিদেশ ভ্ৰমণৰ কাৰ্যসূচীলৈ ঘানাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
July 02nd, 09:20 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিদেশ ভ্ৰমণৰ অংশ হিচাবে ঘানাৰ আক্ৰাত উপস্থিত হয়। বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়। মোদীৰ এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ লগতে দেশ দুখনৰ মাজত থকা ঐতিহাসিক বান্ধোনক পুনৰবাৰ উজলাই তুলিছে।ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
July 02nd, 07:34 am
মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।প্ৰধানমন্ত্ৰীৰ ঘানা, ট্ৰিনিদাদ আৰু ট'বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল তথা নামিবিয়া ভ্ৰমণ (২ৰ পৰা ৯জুলাইলৈ)
June 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০২-০৩ জুলাইত ঘানা ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়ো খন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে পৰ্যালোচনা কৰিব । বৈঠকত অৰ্থনৈতিক, শক্তি, আৰু প্ৰতিৰক্ষা সহযোগিতা, আৰু উন্নয়ন সহযোগিতা অংশীদাৰিত্বৰ জৰিয়তে দুয়ো খন দেশৰ সম্পৰ্কক অধিক উল্লত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ইকোৱাছ [পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়] আৰু আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিব।PM Modi holds bilateral talks with leaders of African countries
March 10th, 04:59 pm
PM Narendra Modi held bilateral talks with leaders of African countries and discussed ways to strengthen cooperation with them. The PM met leaders from Ghana, Côte d'Ivoire, Equatorial Guinea, Niger, Chad and Nauru.India-Africa Summit: PM meets African leaders
October 28th, 11:24 am