কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

December 19th, 09:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি খ্ৰীষ্টান সম্প্ৰদায়ৰ বিশিষ্ট সদস্যসকলৰ সৈতে মত বিনিময় কৰে।