জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 08:02 am
আলবাৰ্টাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নীৰে এখনি দ্বিপাক্ষিক বৈঠকত মিলিত হয়।ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কেইৰ ষ্টাৰমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 05th, 07:14 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ছাৰ কেইৰ ষ্টাৰমাৰক অভিনন্দন জনায়।