Let us turn the ambition of BRICS into action and our collective strength into global solutions: PM Modi at the BRICS Business Forum
September 11th, 07:19 pm
At the BRICS Business Forum, PM Modi highlighted India’s growing economic strength, innovation ecosystem and the opportunities it offers global businesses. He called for Make in India, Innovate with India and Scale for the World, while urging BRICS nations to turn their collective strength into global solutions and move forward together to take the world forward.মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট (জি এফ এফ) ২০২৬ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
September 08th, 06:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।মুম্বাইত গ্ল'বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 08th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 05th, 07:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 05th, 07:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ উল্লেখ কৰে যে প্ৰজন্মক একত্ৰিত কৰাৰ বাবে মহাবিদ্যালয় আৰু দেশৰ শিক্ষা খণ্ড উভয়ৰে ভূমিকা ঐতিহাসিক তথা অপৰিসীম ।বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ উপলক্ষে ভাৰত-বেলজিয়াম যৌথ বিবৃতি
September 03rd, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বাৰ্ট দে উইভাৰ ২ৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈ ভাৰত ভ্ৰমণলৈ আহিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বেলজিয়ামৰ প্ৰতিৰক্ষা আৰু বৈদেশিয় বাণিজ্য মন্ত্ৰী শ্ৰী থিঅ’ ফ্ৰাংকেন আৰু বিষয়া তথা ব্যৱসায়ী নেতাসকলৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল উপস্থিত আছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী দে উইভাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
September 03rd, 01:00 pm
বেলজিয়ামৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদচলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৭.৮% জিপিডি বিকাশৰ হাৰ অৰ্জন কৰাৰ বাবে দেশবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ; অৰ্থনৈতিক আত্মবিশ্বাস বৃদ্ধিৰ সন্দৰ্ভত আলোকপাত
September 01st, 12:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৭.৮% মুঠ ঘৰুৱা উৎপাদন বিকাশৰ হাৰ অৰ্জন কৰাৰ বাবে দেশবাসীক অভিনন্দন জনায়। এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে শক্তিশালী অৰ্থনৈতিক পৰিসংখ্যাসমূহ দাঙি ধৰাৰ লগতে এই পৰিসংখ্যাই দেশৰ অৰ্থনৈতিক আত্মবিশ্বাস দ্ৰুতগতিত বৃদ্ধি পোৱাটোকে প্ৰতিফলিত কৰিছে বুলি গুৰুত্ব আৰোপ কৰে।ভাৰতৰ ৭.৮ % জিডিপি বৃদ্ধিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
August 31st, 05:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ জিডিপি বৃদ্ধিৰ বিৰল কৃতিত্ব বুলি অভিহিত কৰিছে। শ্ৰী মোদীয়ে কয় যে তেলৰ মূল্যৰ আঘাত, যোগান শৃংখলাত ব্যাঘাত আৰু বিশ্বব্যাপী অনিশ্চয়তা স্বত্বেও এই সাফল্যই ভাৰতৰ জনসাধাৰণৰ সামূহিক শক্তি আৰু স্থিতিস্থাপকতা প্ৰতিফলিত কৰে।সংসদৰ ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ ইংৰাজী অনুবাদ
July 20th, 10:30 am
বাৰিষা ঋতুৱে ইয়াৰ ইতিবাচক প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছে আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনো আৰম্ভ হৈছে। বাৰিষাই হওক বা বৰ্ষাকালীন অধিৱেশনেই হওক, যেতিয়া দুয়োটাই সক্ৰিয় হয়, তেতিয়া সেইবোৰ অত্যন্ত উৎপাদনশীল হৈ পৰে। আৰু যেতিয়া দুয়োটাই উৎপাদনশীল হয়, তেতিয়া উভয়ে ৰাষ্ট্ৰ আৰু সকলো জীৱৰ কল্যাণৰ প্ৰতি অৰিহণা যোগায়। এই আশাৰে আমি প্ৰাৰ্থনা কৰোঁ যে বাৰিষা সক্ৰিয় হৈ থাকক আৰু বৰ্ষাকালীন অধিৱেশনো সমানেই উৎপাদনশীল হওক।২০২৬চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি
July 20th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰে। সংসদৰ নতুন অধিৱেশনৰ আৰম্ভণিত অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক বতৰ আৰু বিধায়িনী উৎপাদনশীলতাৰ মাজত এক চিত্তাকৰ্ষক সমান্তৰাল ধাৰণা উল্লেখ কৰে। দেশৰ সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত সক্ৰিয় আৰু অগ্ৰগামী চিন্তাধাৰাৰ ব্যাপক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অত্যন্ত গঠনমূলক ফলাফলৰ আশা প্ৰকাশ কৰে যি অৱশেষত সকলো জীৱকে উপকৃত কৰে। আমি প্ৰাৰ্থনা কৰোঁ যে বাৰিষা সক্ৰিয় হৈ থাকক আৰু বৰ্ষাকালীন অধিৱেশনো ফলপ্ৰসূ হওক, শ্ৰী মোদীয়ে মন্তব্য কৰে।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।ভাৰত-জাপান ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 02nd, 03:35 pm
আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ সফলতাৰ বহুতো উৎকৃষ্ট উদাহৰণ আছে।পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত "সকলোৰে বাবে এক সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিতকৰণ" শীৰ্ষক অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত সকলোৰে বাবে এক সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিতকৰণ শীৰ্ষক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে।সকলোৰে বাবে সমান, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰাৰ ওপৰত জি7 সন্মিলনৰ প্ৰচাৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 17th, 06:07 pm
মই সুখী যে ফ্ৰান্সৰ জি7 ৰ অধ্যক্ষতাই অংশীদাৰী আৰু বহনক্ষম বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এনে এক সময়ত যেতিয়া বিশ্বই বহু অনিশ্চয়তাৰ মাজেৰে পাৰ হৈছে, এই মঞ্চৰ পৰা ওলোৱা বাৰ্তাই সমগ্ৰ মানৱতাৰ বাবে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।The trust of 140 crore Indians is our greatest strength and responsibility: PM Modi at the NDA Leaders’ Conclave
June 10th, 06:33 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.PM Modi addresses NDA Leaders' Conclave, reaffirms commitment to Viksit Bharat
June 10th, 06:30 pm
PM Modi addressed the NDA Leaders' Conclave in New Delhi, highlighting the government's commitment to fulfilling the aspirations of 140 crore Indians and accelerating India's journey towards a Viksit Bharat. Speaking at the NDA Conclave at Bharat Mandapam after becoming the longest continuously serving elected Prime Minister of India, he said, To have the opportunity to serve Maa Bharti for such a long time is possible only through God's blessings. For me, 'Janta Janardan' is God.