Prime Minister Shri Narendra Modi receives a delegation of Arab Foreign Ministers
January 31st, 02:39 pm
Prime Minister Shri Narendra Modi received a delegation of Foreign Ministers of Arab countries, Secretary General of the League of Arab States and Heads of Arab delegations, who are in India for the second India-Arab Foreign Ministers’ Meeting.জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ মূল পাঠ
January 12th, 12:49 pm
স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে আজি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক স্বাগতম জনাই মই অতি আনন্দিত হৈছো। এইটো এটা আনন্দদায়ক কাকতালীয় ঘটনা যে স্বামী বিবেকানন্দই ভাৰত আৰু জাৰ্মানীৰ মাজত দৰ্শন, জ্ঞান আৰু আত্মাৰ এক সেতুৰ সৃষ্টি কৰিছিল। আজি, চেঞ্চেলৰ মাৰ্জৰ এই ভ্ৰমণে একেখন সাঁকোকে নতুন শক্তি, নতুন আত্মবিশ্বাস আৰু নতুন সম্প্ৰসাৰণ প্ৰদান কৰিছে। এয়া চেঞ্চেলৰ হিচাপে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ নহয়, এছিয়া ভ্ৰমণ। এয়া ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা গুৰুত্বৰ দৃঢ় প্ৰমাণ। তেওঁৰ ব্যক্তিগত মনোযোগ আৰু দায়বদ্ধতাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। ভাৰত জাৰ্মানীৰ সৈতে ইয়াৰ বন্ধুত্ব আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। গুজৰাটত আমি কওঁ-'আৱকৰো মিঠা আপজে ৰে’, অৰ্থাৎ মৰম আৰু মৰমৰ সৈতে স্বাগতম জনাবলৈ। এই মনোভাৱেৰে আমি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক উষ্ম আদৰণি জনাইছো।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনযোগে বাৰ্তালাপ
January 07th, 03:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মাননীয় বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ইজিপ্তৰ বৈদেশিক মন্ত্ৰীৰ
October 17th, 04:22 pm
ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ বদ্ৰ আব্দেলাট্টীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰীয়ে পণবন্দীসকলক মুকলি কৰি দিয়া কাৰ্য্যক আদৰণি; অঞ্চলটোত শান্তি স্থাপনাৰ্থে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আন্তৰিক প্ৰচেষ্টাক সমৰ্থন জনায়
October 13th, 07:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰৰো অধিক বন্দীত্বৰ অন্তত সকলো পণবন্দীকে মুকলি কৰি দিয়া কাৰ্য্যক আদৰণি জনাইছে। তেখেতে কয় যে তেওঁলোকৰ স্বাধীনতা হৈছে তেওঁলোকৰ পৰিয়ালৰ সাহস, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তি প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সংকল্পৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি।গাজাৰ শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 09th, 09:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি ঐতিহাসিক গাজাৰ শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে অভিনন্দন জনায়।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
October 09th, 11:25 am
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।প্ৰধানমন্ত্ৰীয়ে গাজাত শান্তি স্থাপনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনাইছে
October 04th, 07:58 am
গাজাত শান্তি স্থাপনৰ প্ৰচেষ্টাই নিৰ্ণায়ক অগ্ৰগতি লাভৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনায়। শ্ৰী মোদীয়ে কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰয়াসে অব্যাহত মানৱীয় আৰু কূটনৈতিক প্ৰচেষ্টাৰাজিত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কাৰ্য্যক সূচিত কৰে।প্ৰধানমন্ত্ৰীয়ে গাজা সংঘাতক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শান্তি পদক্ষেপক আদৰণি জনাইছে
September 30th, 09:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পে গাজা সংঘাতৰ অৱসান ঘটাবলৈ ঘোষণা কৰা বিস্তৃত পৰিকল্পনাক আদৰণি জনাইছে।ৰিঅ' ডি জেনেৰিঅ' ঘোষণা- অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ
July 07th, 06:00 am
আমি ব্ৰিকছ দেশসমূহৰ নেতাসকল ৬-৭ জুলাই, ২০২৫-ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'-ত XVII ব্ৰিকছ সন্মিলনৰ বাবে সমবেত হওঁ। এই সন্মিলনৰ বিষয়বস্তু হৈছে অধিক অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসন ব্যৱস্থাৰ বাবে গ্ল’বেল ছাউথৰ সহযোগিতাক সুদৃঢ়কৰণ।‘ব্ৰিকছৰ শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় অধিৱেশন’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যৰ ইংৰাজী অনুবাদৰ তৰ্জমা
July 06th, 11:07 pm
বিশ্ব শান্তি আৰু নিৰাপত্তা কেৱল আদৰ্শই নহয়, বৰঞ্চ ই আমাৰ অংশীদাৰিত্বপূৰ্ণ স্বাৰ্থ আৰু ভৱিষ্যতৰো বুনিয়াদ। শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশতহে মানৱতাৰ প্ৰগতি সম্ভৱ। এই উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত ‘ব্ৰিকছ’-ৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি একত্ৰিত হৈ আমাৰ প্ৰচেষ্টাক সমবেত কৰি আমি সকলোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে সামূহীয়াভাৱে মোকাবিলা কৰাৰ সময় সমাগত হৈছে। আমি একেলগে আগবাঢ়িব লাগিব।The Voice of Global South Summit is a platform where we amplify the needs and aspirations of those often unheard: PM Modi
August 17th, 10:00 am
Prime Minister Narendra Modi, during his opening remarks at the 2024 Voice of Global South Summit, emphasized India's commitment to inclusive development, global cooperation, and addressing challenges like climate change, health security, and technological pides. He highlighted India's role in amplifying the voices of Global South nations within the G20 and shared initiatives to enhance digital infrastructure and healthcare partnerships across the Global South.পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
October 19th, 08:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মহম্মদ আব্বাছৰ সৈতে কথা পাতে।গাজাৰ অল অহলি চিকিৎসালয়ত শোকাবহ ঘটনাৰ মৃতকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
October 18th, 01:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গাজাৰ অল অহলি চিকিৎসালয়ত শোকাবহ ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷