গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

March 10th, 07:56 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে গৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ গাৰুৰ হৃদয়স্পৰ্শী পৰিবেশনে আমাৰ চহকী আধ্যাত্মিক আৰু সংগীত ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতে গভীৰ সন্মান প্ৰদৰ্শনেৰে অগণন হৃদয়ক স্পৰ্শ কৰিছে।