গেংটক অৰ্কিডেৰিয়াম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ ছিকিমৰ অসাধাৰণ জৈৱ বৈচিত্ৰ্যৰ প্ৰশংসা
April 28th, 03:15 pm
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অৰ্কিডেৰিয়াম ভ্ৰমণক এক মন্ত্ৰমুগ্ধ অভিজ্ঞতা বুলি বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয় যে এনে সংৰক্ষণ প্ৰচেষ্টাই প্ৰাকৃতিক জগতৰ সৈতে গভীৰভাৱে জড়িত আমাৰ সম্প্রীতিক নিখুঁতভাৱে প্ৰতিফলিত কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই পদক্ষেপসমূহে নাগৰিকসকলৰ সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ বাবে গুৰুত্বপূৰ্ণ অনুপ্ৰেৰণা হিচাপে কাম কৰে।গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 28th, 10:25 am
ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম মাথুৰ জী, ইয়াৰ জনপ্ৰিয়, উদ্যমী যুৱক-যুৱতী আৰু মোৰ বন্ধু শ্ৰী প্ৰেম সিং তামাং জী, সংসদত মোৰ বন্ধু শ্ৰী দৰ্জী শ্বেৰিং লেপচা জী, ড০ ইন্দ্ৰ হং সুব্বা জী, শ্ৰী দিলী ৰাম থাপা জী আৰু ছিকিমৰ মোৰ মৰমৰ ভাই-ভনীসকল।ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 28th, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সহস্ৰাধিক কোটি টকাৰ ৩০ টাৰো অধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা উদ্বোধন কৰে।ছিকিমৰ গেংটকত যুৱক-যুৱতীসকলৰ সৈতে প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
April 28th, 09:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত পুৱাৰ ভাগত যুৱক-যুৱতীসকলৰ সৈতে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰে।গেংটকত পদ্ম সন্মানেৰে সন্মানিত ব্যক্তি আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
April 28th, 07:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ছিকিমৰ গেংটক ভ্ৰমণৰ সময়ত পদ্ম সন্মানেৰ সন্মানিত ব্যক্তি তথা বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে।২৭–২৮ এপ্ৰিলত ছিকিম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 26th, 03:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৭–২৮ এপ্ৰিলত ছিকিম ভ্ৰমণ কৰিব। ২৭ এপ্ৰিলত প্ৰায় ৩ বজাত তেওঁ গেংটকত উপস্থিত হ’ব। ২৮ এপ্ৰিলত পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে গেংটকৰ অৰ্কিডাৰিয়াম পৰিদৰ্শন কৰিব, ইয়াত ৰাজ্যখনৰ পৰিৱেশ আৰু পুষ্পৰ ঐতিহ্য প্ৰদৰ্শনৰ বাবে স্বৰ্ণজয়ন্তী মৈত্ৰী মঞ্জাৰী উদ্যানক অত্যাধুনিক, বিশ্বমানৰ অৰ্কিড অভিজ্ঞতা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।In Pictures: PM Modi's visit to Sikkim and Assam
January 19th, 09:29 pm
We cannot exploit nature. We have to live in harmony with nature: PM Modi at National Conference on Sustainable Agriculture & Farmers welfare at Gangtok
January 18th, 06:50 pm
PM inaugurates Sikkim Organic Festival 2016; addresses Plenary Session of National Conference on Sustainable Agriculture and Farmers Welfare
January 18th, 06:47 pm