TMC government is run either by goons or only after High Court and Supreme Court orders: PM Modi in Arambagh, West Bengal
April 26th, 01:50 pm
Addressing a Vijay Sankalp rally in Arambagh, West Bengal, PM Modi remarked that after 15 years of intimidation, the people of Bengal are now determined to defeat injustice. He noted that the TMC government acts only after the court intervention. He concluded by urging people to vote decisively for BJP, stating that only a government free from fear, corruption and syndicate control can unlock Bengal’s true potential.The expiry date of this 15-year syndicate TMC raj is 4 May: PM Modi in Bangaon, West Bengal
April 26th, 01:30 pm
Addressing a massive public rally in Bangaon, West Bengal, PM Modi delivered a sharp message against TMC’s corruption, syndicate raj and fear politics. Stating that “Nari Shakti” has been the worst affected under TMC rule, he called upon women to lead the change. He also outlined BJP’s roadmap for development, security and prosperity in West Bengal and recalled the legacy of Syama Prasad Mookerjee.PM Modi’s impactful rallies in Bangaon and Arambagh, West Bengal
April 26th, 01:24 pm
PM Modi addressed massive public gatherings in Bangaon and Arambagh, delivering a sharp message against TMC’s corruption, syndicate raj and fear politics, while presenting BJP’s roadmap for development, security and prosperity in West Bengal.দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
April 14th, 01:25 pm
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী; এই ৰাজ্যৰ জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰী জী আৰু শ্ৰী অজয় তামতা জী; প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; ৰাজ্যপাল আনন্দিবেন; দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাজী; মঞ্চত উপবিষ্ট—ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী মহেন্দ্ৰ ভট্ট জী; প্ৰাক্তন ৰাজ্যপাল শ্ৰী ভগত সিং কেশৰী জী; প্ৰাক্তন মুখ্যমন্ত্ৰী—ভাই ৰমেশ পোখৰিয়াল, শ্ৰী বিজয় বহুগুণা, শ্ৰী তিৰথ সিং ৰাৱট, আৰু শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট; উত্তৰাখণ্ড চৰকাৰৰ সকলো মন্ত্ৰী; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; আৰু ইমান বিপুল সংখ্যাত ইয়াত গোট খোৱা মোৰ মৰমৰ ভাই-ভনীসকল।দিল্লী–ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
April 14th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড আৰু বিস্তৃত ৱঅঞ্চলৰ উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰে। ডেৰাডুনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, ব’হাগ বিহু আৰু পুথাণ্ডু উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি এই উদ্বোধনী অনুষ্ঠানটোৰ সৈতে সমগ্ৰ ভাৰতবৰ্ষত চলি থকা উৎসৱমুখৰ উদযাপনৰ মিল থকা বুলি উল্লেখ কৰে।উত্তৰাখণ্ডৰ হাৰ্চিলত শীতকালীন পৰ্যটন কাৰ্যসূচীক সম্বোধন কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 02:07 pm
কৰ্মঠ মুখ্যমন্ত্ৰী, মোৰ কনিষ্ঠ ভাই পুষ্কৰ সিং ধামী জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় তামতা জী, ৰাজ্যিক মন্ত্ৰী সতপাল মহাৰাজ জী, মোৰ সতীৰ্থ সংসদ সদস্য তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভাট জী, সংসদত মোৰ সহযোগী মালাৰাজ্য লক্ষ্মী জী, বিধায়ক সুৰেশ চৌহান জী, লগতে উপস্থিত সকলো বিশিষ্ট ব্যক্তি, অতিথি আৰু মোৰ ভাই-ভনীসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।।উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 06th, 11:17 am
উত্তৰাখণ্ডৰ হৰচিলত শীতকালীন পৰ্যটন কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰেক আৰু বাইক ৰেলীৰ ফ্লেগ অফ কৰে। লগতে মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত পূজা অৰ্চনা কৰাৰ লগতে দৰ্শন কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ মানা গাঁৱৰ এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে এই সংকটৰ সময়ত দেশৰ জনসাধাৰণে সংহতিৰে থিয় দিছে, যিয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক অপৰিসীম শক্তি প্ৰদান কৰিছে।৬ মাৰ্চত উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 05th, 11:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চত উত্তৰাখণ্ড ভ্ৰমণ কৰিব। পুৱা প্ৰায় ৯:৩০ বজাত তেওঁ মুখোৱা মা গংগাৰ শীতকালীন প্ৰবাসস্থলত পূজা আৰু দৰ্শন কৰিব। পুৱা প্ৰায় ১০:৪০ বজাত তেওঁ ট্ৰেক আৰু বাইক ৰেলীৰ ফ্লেগ অফ কৰিব আৰু লগতে হৰচিলত ৰাজহুৱা অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰিব।'Double-engine' government will help Uttarakhand reach new heights of development: PM
February 08th, 02:01 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Udham Singh Nagar and Nainital. “First, I bow at the feet of the immortal martyr, Sardar Udham Singh Ji. Even after independence, from every village of Uttarakhand, our brave mothers have handed over their children to the nation's service, said PM Modi while addressing the virtual rally in the state.PM Modi addresses a virtual Vijay Sankalp Sabha in Uttarakhand's Udham Singh Nagar and Nainital
February 08th, 02:00 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Udham Singh Nagar and Nainital. “First, I bow at the feet of the immortal martyr, Sardar Udham Singh Ji. Even after independence, from every village of Uttarakhand, our brave mothers have handed over their children to the nation's service, said PM Modi while addressing the virtual rally in the state.We believe in the mantra of "Nation First, Always First”: PM Modi
December 04th, 12:35 pm
PM Modi inaugurated and laid foundation stone of various projects worth around Rs 18,000 crore in Dehradun. “Our mountains are not only strongholds of faith and our culture, they are also the fortresses of our country's security. One of the top priorities of the country is to make life easier for the people living in the mountains, he remarked at a public meeting.দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 04th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পত ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’(ইষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছ জাংকশ্যনৰ পৰা দেৰাদুনলৈ), ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’ৰ পৰা গ্ৰীণফিল্ড সংযোগী প্ৰকল্প’, ‘হালগোৱা, ছাহাৰানপুৰৰ পৰা ভদ্ৰবাদলৈ, হৰিদ্বাৰ, হৰিদ্বাৰ ৰিংৰোড প্ৰকল্প, দেৰাদুন-পাওণ্টা ছাহিব(হিমাচল প্ৰদেশ) পথ প্ৰকল্প’, ‘নাজিবাবাদ-কোটদৱাৰ পথ বহলীকৰণ প্ৰকল্প’ আৰু লক্ষ্ণণ ঝুলাৰ কাষত গংগাৰ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ প্ৰকল্প সামৰি লোৱা হৈছে। তেওঁ দেৰাদুনত ‘শিশু-অনুকূল মহানগৰ প্ৰকল্প’, পানী যোগান উন্নয়ণ প্ৰকল্প, দেৰাদুনৰ পথ আৰু পয়-প্ৰণালী উন্নয়ণ প্ৰকল্প, শ্ৰী বদ্ৰীনাথ ধাম আৰু গংগোত্ৰী-যমুনাত্ৰী ধামৰ আন্তঃগাঁথনি উন্নয়ণ প্ৰকল্প আৰু হৰিদ্বাৰ চিকিত্সা মহাবিদ্যালয় নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।Corruption Must Be Eliminated At All Levels: PM Modi
December 27th, 09:55 pm
PM Modi addresses Parivartan Rally in Dehradun, Uttarakhand
December 27th, 09:54 pm
While addressing a Parivartan rally at Dehradun in Uttarakhand, Prime Minister Narendra Modi said that Uttarakhand can no longer wait for development. Shri Modi launched the Chardham highway development project and said that it is a fitting tribute to those who lost their lives in Kedarnath tragedy. The Prime Minister said the new project will improve connectivity to the Chardham pilgrimage centres. Shri Modi mentioned that facilities for pilgrims at Chardham Yatra centres were not adequate and due to that several devotees were unable to travel.