গান্ধী জয়ন্তীৰ দিনা মহাত্মা গান্ধীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

October 02nd, 07:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধী জয়ন্তী উপলক্ষ্যে মহাত্মা গান্ধীক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জাতিৰ পিতাৰ জন্ম জয়ন্তী উপলক্ষ্যে তেওঁ শ্ৰদ্ধাঞ্জলি জনায় ।

স্বদেশী সামগ্ৰী, ‘ভ’কেল ফৰ লোকেল’: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীৰ উৎসৱকালীন আহ্বান

September 28th, 11:00 am

চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভগত সিং আৰু লতা মংগেশকাৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় সংস্কৃতি, মহিলা সৱলীকৰণ, সমগ্ৰ দেশতে উদযাপিত বিভিন্ন উৎসৱ, ‘আৰ এছ এছট-ৰ ১০০ বছৰীয়া যাত্ৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খাদী বিক্ৰীৰ উত্থান আদি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো তেওঁ অভিমত ব্যক্ত কৰে। দেশক স্বাৱলম্বী কৰাৰ পথ ‘স্বদেশী’ক আঁকোৱালি লোৱাতেই নিহিত হৈ আছে বুলি পুনৰ কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

গুজৰাটৰ ভাৱনগৰত সমুদ্ৰ ছে সমৃদ্ধি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 20th, 11:00 am

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, চি আৰ পাটিল, মনসুখভাই মাণ্ডবিয়া, শান্তনু ঠাকুৰ, নিমুবেন বম্বানীয়া, দেশৰ বিভিন্ন প্ৰান্তৰ ৪০ টাতকৈও অধিক স্থানৰ পৰা এই কাৰ্যসূচীত যোগদান কৰা লোকসকল, প্ৰধান বন্দৰৰ সৈতে জড়িত লোকসকল, বিভিন্ন ৰাজ্যৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, অন্যান্য বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, আপোনালোক সকলোকে অভিনন্দন।

‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

September 20th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। ১৭ ছেপ্টেম্বৰত তেওঁলৈ প্ৰেৰণ কৰা জন্মদিনৰ শুভেচ্ছা স্বীকাৰ কৰি জনসাধাৰণৰ পৰা পোৱা মৰম শক্তিৰ এক বৃহৎ উৎস বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বকৰ্মা জয়ন্তীৰ পৰা গান্ধী জয়ন্তীলৈকে অৰ্থাৎ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সেৱা পখৱাড়া পালন কৰা বুলি আলোকপাত কৰে। তেওঁ কয় কৰে যে বিগত ২–৩ দিনত গুজৰাটত কেইবাটাও সেৱামুখী কাৰ্যসূচী পালন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ শ স্থানত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে, এতিয়ালৈকে এক লাখ ব্যক্তিয়ে ৰক্তদান কৰিছে। তেওঁ লগতে কয় যে অসংখ্য চহৰত স্বচ্ছতা অভিযান চলোৱা হৈছে, য’ত লাখ লাখ নাগৰিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে জনায় যে ৰাজ্যজুৰি ৩০ হাজাৰৰো অধিক স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে, য’ত জনসাধাৰণ আৰু বিশেষকৈ মহিলাসকলক চিকিৎসা পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশতে সেৱাৰ কাম-কাজৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ তেওঁ কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

দিল্লীত পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীত যুৱক-যুৱতীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠ

October 02nd, 04:45 pm

ইয়াৰ ফলত আমাৰ কোনো ৰোগ হ'ব নোৱাৰে, আমি সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিম ছাৰ, আৰু যদি আমাৰ দেশ পৰিষ্কাৰ হৈ থাকে তেন্তে সকলোৱে জানিব যে এই ঠাইবোৰ পৰিষ্কাৰ ৰাখিব লাগে।

JMM & Congress are running a marathon of scams in Jharkhand: PM Modi in Hazaribagh

October 02nd, 04:15 pm

Prime Minister Narendra Modi today addressed an enthusiastic crowd in Hazaribagh, Jharkhand. Kickstarting his address, PM Modi said, On this Gandhi Jayanti, I feel fortunate to be here. In 1925, Mahatma Gandhi visited Hazaribagh during the freedom struggle. Bapu's teachings are integral to our commitments. I pay tribute to Bapu. PM Modi highlighted the launch of the Dharti Aaba Janjatiya Gram Utkarsh Abhiyan, aimed at ensuring that every tribal family benefits from government schemes.

PM Modi addresses the Parivartan Mahasabha in Hazaribagh, Jharkhand

October 02nd, 04:00 pm

Prime Minister Narendra Modi today addressed an enthusiastic crowd in Hazaribagh, Jharkhand. Kickstarting his address, PM Modi said, On this Gandhi Jayanti, I feel fortunate to be here. In 1925, Mahatma Gandhi visited Hazaribagh during the freedom struggle. Bapu's teachings are integral to our commitments. I pay tribute to Bapu. PM Modi highlighted the launch of the Dharti Aaba Janjatiya Gram Utkarsh Abhiyan, aimed at ensuring that every tribal family benefits from government schemes.

গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছতা অভিযানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 02nd, 09:38 am

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা অভিযানত দেশৰ যুৱক-যুৱতীসকলৰ সৈতে অশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে নাগৰিকসকলক আজি স্বচ্ছতা সম্পৰ্কীয় কাম-কাজত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়, যাৰ ফলত স্বচ্ছ ভাৰত অভিযান শক্তিশালী হ’ব।

গান্ধী জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

October 02nd, 09:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধী জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উপলক্ষে অহা ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস ২০২৪ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 30th, 08:59 pm

স্বচ্ছ ভাৰত অভিযানৰ অন্যতম প্ৰভাৱশালী স্বচ্ছ আন্দোলন স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫৫ সংখ্যক গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত দিৱস ২০২৪ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অহা ২ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী

October 29th, 11:00 am

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷

গোৱাত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 26th, 10:59 pm

গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইজী, জনপ্ৰিয় আৰু যুৱ, উদ্যমী মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তজী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, মঞ্চত উপৱিষ্ট জনপ্ৰতিনিধিসকল, ‘ভাৰতীয় অলিম্পিক সংস্থা’ৰ সভাপতি, ভগ্নী পিটি উষাজী, দেশৰ প্ৰতিটো কোণৰ পৰা সমবেত হোৱা মোৰ ক্ৰীড়া সহকৰ্মীসকল, সহায়ক কৰ্মচাৰী, অন্যান্য বিষয়া আৰু যুৱপ্ৰজন্মৰ বন্ধুসকল, ভাৰতীয় ক্ৰীড়া সমাৰোহৰ বিশাল যাত্ৰা আজি গোৱাত উপস্থিত হৈছেহি। সকলো ফালেই ৰঙেই ৰং... সকলো ফালেই তৰংগ... ৰোমাঞ্চ... এয়া এক উল্লসিত কৰিব পৰা বাতাবৰণ। গোৱাৰ পৰিৱেশৰ যেন কথাই এনেকুৱা। ‘৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত বহুত অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে গোৱাত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে

October 26th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গোৱাৰ মাৰগাওস্থিত পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভণি কৰে। এই ক্ৰীড়া ২৬ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব আৰু সমগ্ৰ দেশৰ পৰা ১০,০০০ তকৈও অধিক খেলুৱৈয়ে ২৮ টা স্থানত ৪৩ টাতকৈও অধিক ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব।

Congress loves its vote bank more than interest of people: PM Modi in Jodhpur

October 05th, 12:21 pm

Prime Minister Narendra Modi addressed a public meeting at Jodhpur in Rajasthan today. The PM began his address by saying that he had already prepared a special gift from Delhi. He said, “Only yesterday the BJP government has decided that now the beneficiary sisters of Ujjwala will get gas cylinders from the central government for only Rs 600. Before Dussehra and Diwali, Ujjwala cylinder has been made cheaper by Rs 100 more.”

PM Modi addresses public meeting at Jodhpur in Rajasthan

October 05th, 12:20 pm

Prime Minister Narendra Modi addressed a public meeting at Jodhpur in Rajasthan today. The PM began his address by saying that he had already prepared a special gift from Delhi. He said, “Only yesterday the BJP government has decided that now the beneficiary sisters of Ujjwala will get gas cylinders from the central government for only Rs 600. Before Dussehra and Diwali, Ujjwala cylinder has been made cheaper by Rs 100 more.”

জন্ম বাৰ্ষিকীত মহাত্মা গান্ধীক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

October 02nd, 08:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তীৰ বিশেষ উপলক্ষত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Congress party is being run by Urban Naxals: PM Modi at Karyakarta Mahakumbh in Bhopal

September 25th, 11:33 am

Addressing the large gathering in Madhya Pradesh’s Bhopal, Prime Minister Narendra Modi said, “Madhya Pradesh is an important centre not only of BJP's ideas but also of its vision of development. Therefore, today when the country has set out on a new development journey in the Amrit Kaal, the role of Madhya Pradesh has become even more important. Today investments are coming to India from all over the world and going to different states. This is the time to develop India and Madhya Pradesh.”

PM Modi addresses the Karyakarta Mahakumbh in Bhopal

September 25th, 11:32 am

Addressing the large gathering in Madhya Pradesh’s Bhopal, Prime Minister Narendra Modi said, “Madhya Pradesh is an important centre not only of BJP's ideas but also of its vision of development. Therefore, today when the country has set out on a new development journey in the Amrit Kaal, the role of Madhya Pradesh has become even more important. Today investments are coming to India from all over the world and going to different states. This is the time to develop India and Madhya Pradesh.”

‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে ৯খন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ ‘ফ্লেগ অফ’ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 24th, 03:53 pm

অনুষ্ঠানটোত উপস্থিত থকা বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকল, বিভিন্ন ৰাজ্যত উপস্থিত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থসকল, ৰাজ্যসমূহৰ মন্ত্ৰীমণ্ডলী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ পৰিয়ালৰ সদস্যসকল।

নখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ

September 24th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নখন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰে। এই নতুন বন্দে ভাৰত ৰে’লসমূহ হৈছে সমগ্ৰ দেশতে সংযোগ উন্নত কৰা আৰু ৰে’ল যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ দিশত এক পদক্ষেপ। ফ্লেগ অফ কৰা নতুন ৰে’লবোৰ হৈছে: