জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া প্ৰেছ বিবৃতি
July 02nd, 01:30 pm
মাত্ৰ কেইদিনমান পূৰ্বে জি৭ সন্মিলনত মই কৈছিলো যে আজিৰ গোলকীয় অস্থিৰতাৰ পৰিৱেশত পাৰস্পৰিক বিশ্বাস হৈছে আমাৰ আটাইতকৈ ডাঙৰ কৌশলগত সম্পদ। মই গৌৰৱান্বিত যে ভাৰত-জাপানৰ অংশীদাৰিত্বই এই চৰ্তটো সম্পূৰ্ণৰূপে পূৰণ কৰিছে।নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰিপাব্লিক ছামিট ২০২৬ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী তৰ্জমা
June 22nd, 10:24 pm
স্বৰ সাধনা, মনোকামনা, আৰাধনা - ইমান মাংগলিক আৰম্ভণিৰ পিছত আপোনালোকৰ অনুষ্ঠান অব্যাহত থাকিলে বৰ ভাল লাগিলহেঁতেন। আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।ৰিপাব্লিক চামিট ২০২৬ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 22nd, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিপাব্লিক ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি দ্ৰুত তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটি থকাৰ এই সময়ছোৱাত মহান শক্তি ভাৰত: ৰাষ্ট্ৰ প্ৰথম বিষয়বস্তুৰ ওপৰত আলোচনাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক অভিনন্দন জনায়।নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
June 19th, 05:15 pm
মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে
June 19th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:04 am
পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত "কৃত্ৰিম বুদ্ধিমত্তাৰ এক নিৰাপদ, দ্ৰুত আৰু দক্ষ সূচনা নিশ্চিতকৰণ" শীৰ্ষক অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তাৰ এক নিৰাপদ, দ্ৰুত আৰু দক্ষ সূচনা নিশ্চিতকৰণ শীৰ্ষক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে।ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত "সকলোৰে বাবে এক সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিতকৰণ" শীৰ্ষক অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত সকলোৰে বাবে এক সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিতকৰণ শীৰ্ষক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে।প্ৰধানমন্ত্ৰীৰ ভাৰত-ব্ৰিটেইনৰ ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তিক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে প্ৰশংসা
June 17th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে যে ভাৰত-ব্ৰিটেইন ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি ১৫ জুলাই ২০২৬ ত বলৱৎ হ’ব।নিৰাপদ, দ্ৰুত আৰু দক্ষ এ আই ৰোলআউট নিশ্চিত কৰাৰ ওপৰত জি 7 সন্মিলনৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
June 17th, 09:20 pm
এই গুৰুত্বপূৰ্ণ বিষয়টো আমাৰ আলোচনাৰ অংশ কৰি তোলাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনাইছো। ইয়াত কোনো সন্দেহ নাই যে কৃত্ৰিম বুদ্ধিমত্তা হৈছে মানুহে সৃষ্টি কৰা আটাইতকৈ পৰিৱৰ্তনশীল প্ৰযুক্তিৰ ভিতৰত এটা।জি 7 সন্মিলনৰ সমান্তৰালভাৱে ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 17th, 06:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইভিয়ানত জি7 সন্মিলনৰ সমান্তৰালভাৱে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ শ্ৰীযুত এন্টোনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ সভাপতি উৰছুলা ভন ডেৰ লিয়েনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।সকলোৰে বাবে সমান, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰাৰ ওপৰত জি7 সন্মিলনৰ প্ৰচাৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 17th, 06:07 pm
মই সুখী যে ফ্ৰান্সৰ জি7 ৰ অধ্যক্ষতাই অংশীদাৰী আৰু বহনক্ষম বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এনে এক সময়ত যেতিয়া বিশ্বই বহু অনিশ্চয়তাৰ মাজেৰে পাৰ হৈছে, এই মঞ্চৰ পৰা ওলোৱা বাৰ্তাই সমগ্ৰ মানৱতাৰ বাবে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।জি 7 সন্মিলনৰ সমান্তৰালভাৱে জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চেঞ্চেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 17th, 05:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-7 সন্মিলনৰ সমান্তৰালভাৱে জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰে। চলিত বৰ্ষত দুয়োগৰাকী নেতাৰ মাজত এয়া হৈছে দ্বিতীয়খন বৈঠক।জি-৭ সন্মিলনৰ সময়ত সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 17th, 12:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে। ২০২৬ চনত দুয়োজন নেতাৰ মাজত এয়া তৃতীয়খন বৈঠক আছিল, যি শক্তিশালী আৰু প্ৰাণৱন্ত ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।জি-৭ সন্মিলনৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 17th, 12:36 am
দুয়োগৰাকী নেতাই যোৱা বছৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ পাৰস্পৰিক ভ্ৰমণৰ পিছৰে পৰা ভাৰত-ব্ৰিটেইনৰ শক্তিশালী হোৱা সম্পৰ্কৰ পৰ্যালোচনা কৰে তথা বাণিজ্য আৰু অৰ্থনৈতিক বিকাশ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু সম্পৰ্কীয় কাৰ্য্যব্যৱস্থা আৰু সেউজ শক্তি, প্ৰযুক্তি আৰু উদ্ভাৱন, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি ভিজন ২০৩৫ৰ সকলো দিশৰ অগ্ৰগতিক আদৰণি জনায়। নেতাদ্বয়ে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি অচিৰেই কাৰ্যকৰী হোৱা সন্দৰ্ভত আগ্ৰহ প্ৰকাশ কৰে। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন তথা মুম্বাইত য়ৰ্ক বিশ্ববিদ্যালয় আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন সম্পৰ্কীয় শেহতীয়া অগ্ৰগতিৰ কথা উল্লেখ কৰি উভয়ে শক্তিশালী শিক্ষা অংশীদাৰিত্বত সন্তুষ্টি প্ৰকাশ কৰে।জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 16th, 10:36 pm
২০২৬ চনৰ ১৬ জুনত ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত মিলিত হয়।ফ্ৰান্সৰ ইভিয়ানত জি-৭ত ''নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ'' বিষয়ক অধিবেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
June 16th, 10:12 pm
প্ৰযুক্তি আৰু যোগান শৃংখলক অস্ত্ৰ হিচাপে নহয়, বিশ্বৰ মংগলৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি মোৰ বিশ্বাস আছে। উন্নয়নৰ সুযোগ কেইখনমান দেশতে সীমাবদ্ধ নাথাকিব বুলি মই ভাবো। বিশ্বৰ প্ৰতিষ্ঠানসমূহে সকলো দেশৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলিও মোৰ বিশ্বাস আছে।ফ্ৰান্সত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত “নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” বিষয়ক অধিৱেশনত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 16th, 10:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত ‘“নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” শীৰ্ষক অধিৱেশনত ভাষণ দিয়ে।