বিশিষ্ট লেখক অধ্যাপক জি ভেংকটসুবাইয়াৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

April 19th, 11:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট লেখক অধ্যাপক জি ভেংকটসুবাইয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷