পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

September 10th, 02:50 pm

পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Prime Minister Shri Narendra Modi addresses the International Space Summit in Paris, France

September 10th, 02:45 pm

Addressing the International Space Summit in Paris via VC, PM Modi highlighted India’s space journey and its vision for the future, from Chandrayaan-3 and Aditya-L1 to an Indian space station by 2035 and an Indian on the Moon by 2040. Rooted in “Vasudhaiva Kutumbakam”, he called for nations to explore, innovate and protect space together for all humanity.

পেৰিছত স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে দিয়া মন্তব্যৰ ইংৰাজী অনুবাদ

September 06th, 10:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক সমাৱেশত ভাষণ দিয়ে। ফ্ৰান্সৰ ৰাজধানীত অনুষ্ঠিত হোৱা স্মৃতিসৌধ উদ্বোধনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক ঘটনাক দ্বিপাক্ষিক সম্পৰ্কৰ এক মৌলিক স্তম্ভ আখ্যা দিয়ে। এই বিশাল স্বামীনাৰায়ণ মন্দিৰটো ভাৰত আৰু ফ্ৰান্সৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ এক নতুন মাইলৰ খুঁটি, শ্ৰী মোদীয়ে উল্লেখ কৰে।

পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 06th, 10:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত বিএপিএছ স্বামীনাৰায়ণ হিন্দু মন্দিৰ উদ্বোধনৰ সময়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক সমাৱেশত ভাষণ দিয়ে। ফ্ৰান্সৰ ৰাজধানীত অনুষ্ঠিত হোৱা স্মৃতিসৌধ উদ্বোধনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক ঘটনাক দ্বিপাক্ষিক সম্পৰ্কৰ এক মৌলিক স্তম্ভ আখ্যা দিয়ে। এই বিশাল স্বামীনাৰায়ণ মন্দিৰটো ভাৰত আৰু ফ্ৰান্সৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ এক নতুন মাইলৰ খুঁটি, শ্ৰী মোদীয়ে উল্লেখ কৰে।

ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত উষ্ম শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

August 15th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত বিশ্বৰ নেতাসকলৰ পৰা লাভ কৰা উষ্ম শুভেচ্ছা তথা অভিনন্দন বাৰ্তাৰ গভীৰ শলাগ লৈ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

June 19th, 05:15 pm

মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে

June 19th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।

পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

June 18th, 11:41 pm

১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।

পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 18th, 09:30 pm

প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশ্বাসযোগ্য এআই, উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়ত মিষ্ট্ৰেল এআইৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ্থাৰ মেনছৰ সৈতে মত বিনিময় কৰে

June 18th, 06:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিষ্ট্ৰল এআইৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ্থাৰ মেনছৰ সৈতে বিৱৰ্তনশীল বিশ্ব এআইৰ পৰিৱেশৰ বিষয়ত এক অন্তৰ্দৃষ্টিসম্পন্ন আলোচনাত মিলিত হয়।

এলষ্ট’মৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্টিন চিয়নৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়, ভাৰতৰ যুৱক-যুৱতীসকলৰ সৈতে গোলকীয় সহযোগিতাৰ সুযোগসমূহৰ ওপৰত আলোকপাত

June 18th, 06:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এলষ্ট’মৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্টিন চিয়নৰ সৈতে এক ফলপ্ৰসূ মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছেইণ্ট গোবেইনৰ উপস্থিতি সম্প্ৰসাৰণৰ বিষয়ে মুখ্য কাৰ্যবাহী বিষয়া বেন’ইট বাজিনৰ সৈতে আলোচনা কৰে

June 18th, 06:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেণ্ট গোবেইনৰ বেন’ইট বাজিনৰ সৈতে মত বিনিময় কৰাৰ বিষয়কলৈ আনন্দ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে চিএমএ চিজিএমৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৰডলফ ছাডেৰ সৈতে সামুদ্ৰিক সংযোগ বৃদ্ধি তথা সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে

June 18th, 06:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএমএ চিজিএমৰ ৰডলফ ছাডেৰ সৈতে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা সামুদ্ৰিক খণ্ডত সামুদ্ৰিক সংযোগ বৃদ্ধি, বিশ্বৰ জাহাজ চলোৱাৰ ধাৰা আৰু উদীয়মান সুযোগসমূহৰ বিষয়ত আলোচনা কৰে।

পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

June 18th, 06:15 pm

২০২১ চনত যেতিয়া মই ভিভাটেকত ভাষণ দিছিলো তেতিয়া বিশ্বই কভিড-১৯ৰ ব্যাঘাতৰ সন্মুখীন হৈছিল। আজি পৃথিৱীত আন ধৰণৰ বিঘিনি ঘটিছে। আৰু মই তেতিয়া ভিভাটেক ২০২১ ত শ্বেয়াৰ কৰা বাৰ্তাটো পুনৰ কওঁ। য'ত প্ৰচলিত পদ্ধতি বিফল হয়, তাত উদ্ভাৱনে সহায় কৰিব পাৰে।

ভিভাটেক ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী

June 18th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান ইমানুৱেল মেক্ৰনে আজি ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ ইভেণ্ট পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ত অংশগ্ৰহণ কৰে।

ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

June 18th, 05:04 am

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত "কৃত্ৰিম বুদ্ধিমত্তাৰ এক নিৰাপদ, দ্ৰুত আৰু দক্ষ সূচনা নিশ্চিতকৰণ" শীৰ্ষক অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ

June 18th, 05:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তাৰ এক নিৰাপদ, দ্ৰুত আৰু দক্ষ সূচনা নিশ্চিতকৰণ শীৰ্ষক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে।

ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত "সকলোৰে বাবে এক সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিতকৰণ" শীৰ্ষক অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ

June 18th, 05:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনত সকলোৰে বাবে এক সন্তুলিত, অংশীদাৰী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিতকৰণ শীৰ্ষক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীৰ ভাৰত-ব্ৰিটেইনৰ ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তিক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে প্ৰশংসা

June 17th, 10:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে যে ভাৰত-ব্ৰিটেইন ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি ১৫ জুলাই ২০২৬ ত বলৱৎ হ’ব।

নিৰাপদ, দ্ৰুত আৰু দক্ষ এ আই ৰোলআউট নিশ্চিত কৰাৰ ওপৰত জি 7 সন্মিলনৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

June 17th, 09:20 pm

এই গুৰুত্বপূৰ্ণ বিষয়টো আমাৰ আলোচনাৰ অংশ কৰি তোলাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনাইছো। ইয়াত কোনো সন্দেহ নাই যে কৃত্ৰিম বুদ্ধিমত্তা হৈছে মানুহে সৃষ্টি কৰা আটাইতকৈ পৰিৱৰ্তনশীল প্ৰযুক্তিৰ ভিতৰত এটা।