ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ইণ্ডিয়া চিপ লিমিটেডৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 21st, 05:30 pm
আজি ভাৰতে বিকাশৰ লক্ষ্যৰে দ্ৰুতগতিত কাম কৰি আছে। আৰু মই লালকিল্লাৰ পৰাও কৈছো যে ভাৰতৰ এতিয়া থমকি ৰ'বলৈ সময় নাই। ২০২৬ চনৰ আৰম্ভণিৰ পৰা ভাৰতে ইয়াৰ গতি আৰু অধিক বৃদ্ধি কৰিছে। ১২ জানুৱাৰীত দেশৰ লাখ লাখ যুৱক-যুৱতীয়ে বিকশিত ভাৰত যুৱ নেতা সন্মিলনত অংশগ্ৰহণ কৰিছিল। ১৬ জানুৱাৰীত আমি ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱক নতুন শক্তি প্ৰদান কৰি ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস পালন কৰিছিলো। তাৰপাছত আহিল বাজেট, যিয়ে বিকশিত ভাৰতক নতুন গতি প্ৰদান কৰিলে আৰু এতিয়া এই সপ্তাহটো ভাৰতৰ বাবে ঐতিহাসিক হিচাপে প্ৰমাণিত হৈছে। বিশ্ব এআই ইম্পেক্ট ছামিটত বিশ্বৰ বহু দেশৰ ৰাষ্ট্ৰপ্ৰধান, প্ৰযুক্তি জগতৰ অগ্ৰণী ব্যক্তি দিল্লীত সমবেত হৈছে। এই সন্মিলনত বিশ্বই ভাৰতৰ এআইৰ সম্ভাৱনীয়তা দেখিছে, আমাৰ দৃষ্টিভংগী বুজি পাইছে আৰু প্ৰশংসা কৰিছে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 21st, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব এআই ইম্পেক্ট ছামিটৰ পিছত এই অনুষ্ঠানটো ভাৰতৰ অৰ্ধপৰিবাহী ক্ষেত্ৰৰ এক বিশ্ব কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ যাত্ৰাত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।২১ ফেব্ৰুৱাৰীত এইচচিএল–ফক্সকন যৌথ উদ্যোগ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 20th, 06:50 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ ফেব্ৰুৱাৰী, ২০২৬ৰ বিয়লি ৫ বজাত উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষ (YEIDA)ত এইচ চি এল-ফক্সকন যৌথ উদ্যোগ প্ৰকল্প - ইণ্ডিয়া চিপ প্ৰাইভেট লিমিটেডৰ ভূমি পূজন অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত সভাতো ভাষণ আগবঢ়াব। এইচ চি এল-ফক্সকন অৰ্ধপৰিবাহী সুবিধা ভাৰতৰ প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতাৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ই ভাৰতক উচ্চমানৰ ইলেক্ট্ৰনিকছ আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে এক বিশ্বাসযোগ্য বিশ্বজোৰা গন্তব্যস্থান হিচাপে পৰিগণিত হোৱাৰ লগতে প্ৰকল্পটোৱে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীকো প্ৰতিফলিত কৰিছে।Cabinet approves semiconductor unit in Uttar Pradesh
May 14th, 03:06 pm
The Union Cabinet, led by PM Modi, approved the establishment of a sixth semiconductor unit under the India Semiconductor Mission. A joint venture between HCL and Foxconn, the plant near Jewar airport will manufacture display driver chips for mobile phones, laptops, and more.ফক্সকনৰ অধ্যক্ষ ইয়ং লিউক সাক্ষাৎ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 14th, 05:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হন হাই টেকন'লজি গ্ৰুপ (ফক্সকন)ৰ অধ্যক্ষ ইয়ং লিউক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে ভৱিষ্যতৰ খণ্ডসমূহত ভাৰতে উপস্থাপন কৰা সুযোগসমূহৰ ওপৰত আলোকপাত কৰে আৰু দেশত ফক্সকনৰ বিনিয়োগ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে।Prime Minister meets with Mr. Young Liu, Chairman of Foxconn
July 28th, 05:55 pm
The Prime Minister, Shri Narendra Modi met with Mr. Young Liu, Chairman of Foxconn in Gandhinagar, Gujarat.ফক্সকনৰ অধ্যক্ষৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
March 01st, 01:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত মাননীয় হাই প্ৰযুক্তি গোটৰ (ফক্সকন) অধ্যক্ষ শ্ৰী ইয়ং লিউৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকে ভাৰতৰ প্ৰযুক্তি আৰু উদ্ভাৱন পৰিৱেশ-ব্যৱস্থা বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।প্রধানমন্ত্রীয়ে ফক্সকনৰ চেয়াৰমেন মিঃ ইয়ং লিউৰ সৈতে সাক্ষাৎ কৰে
June 23rd, 04:19 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ফক্সকনৰ চেয়াৰমেন মিঃ ইয়ং লিউৰ সৈতে সাক্ষাৎ কৰিছে।