তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
May 19th, 04:25 pm
গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)
May 11th, 09:00 pm
২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।ভাৰত এ আই ইমপেক্ট ছামিটৰ সময়তে মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
February 20th, 10:13 pm
নতুন দিল্লীত অনুষ্ঠিত ভাৰত এ আই ইমপেক্ট সন্মিলনৰ সময়তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কৰা ভ্ৰমণৰ পিছত বৰ্তমানৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী ৰামগুলামৰ এয়া হৈছে দ্বিতীয়বাৰৰ বাবে কৰা ভাৰত ভ্ৰমণ।এই বৈঠক ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত দুয়োগৰাকী নেতাৰ শেহতীয়া টেলিফোনিক বাৰ্তালাপৰ পিছতো অনুষ্ঠিত হয়।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
February 02nd, 11:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় সামগ্ৰীৰ ওপৰত ১৮% পৰ্যন্ত শুল্ক হ্ৰাস কৰাৰ ঘোষণাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ হৈ ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে।ফলাফলৰ তালিকা: ইউৰোপীয় পৰিষদৰ অধ্যক্ষ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ
January 27th, 02:53 pm
২০৩০ৰ দিশেঃ ভাৰত-ইউৰোপীয় সংঘৰ এক যুটীয়া ব্যাপক কৌশলগত এজেণ্ডাচিলিৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অনুবাদ
April 01st, 12:31 pm
ৰাষ্ট্ৰপতি বৰিকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় বন্ধুত্ববোধ আৰু আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সঁচাকৈয়ে আচৰিত। ইয়াৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো, আৰু তেওঁক আৰু তেওঁৰ বিশিষ্ট প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ মৰিচাছ ভ্ৰমণ
March 12th, 01:56 pm
ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বেংক অৱ মৰিচাছৰ মাজত সীমান্ত-অতিক্ৰমি লেনদেনৰ বাবে স্থানীয় মুদ্ৰাৰ (INR বা MUR) ব্যৱহাৰক প্ৰসাৰিতকৰণৰ বাবে ব্যৱস্থা স্থাপনৰ অৰ্থে চুক্তি।নেতাসকলৰ বিবৃতিঃ ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েন আৰু ইইউ কলেজ অৱ কমিছনাৰ্ছৰ ভাৰত ভ্ৰমণ (২৭-২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 06:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েনে দৃঢ়তাৰে কয় যে ইউৰোপিয়ান ইউনিয়ন (EU)-ভাৰত কৌশলগত অংশীদাৰিত্বই তেওঁলোকৰ জনতা আৰু বৃহত্তৰ বিশ্বৰ মংগলৰ বাবে ব্যাপক সুবিধা প্ৰদান কৰিছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ২০ বছৰীয়া কৌশলগত অংশীদাৰিত্ব আৰু ৩০ বছৰীয়া ভাৰত-ইচি সহযোগিতা চুক্তিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই অংশীদাৰিত্বক উচ্চ পৰ্য্যায়লৈ উন্নীতকৰণৰ অংগীকাৰ কৰে।ইউৰোপীয় আয়োগৰ সভাপতিৰ সৈতে হোৱা পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি ভাষণৰ লিখিত ৰূপ (২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 01:50 pm
আপোনালোক সকলোকে ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ইউৰোপীয় ইউনিয়নৰ কলেজ অৱ কমিচনাৰৰ ইমান বহল পৰিসৰত একক দেশৰ সৈতে জড়িত হোৱাটো অভূতপূৰ্ব। মোৰ ইমানবোৰ মন্ত্ৰীয়ে কোনো দ্বিপাক্ষিক আলোচনাৰ বাবে একত্ৰিত হোৱাটো প্ৰথম পৰিঘটনা। মোৰ মনত আছে যে ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া ৰাইচিনা আলোচনাত আপুনি কেনেকৈ কৈছিল যে ভাৰত আৰু ইউৰোপীয় ইউনিয়নক স্বাভাৱিক অংশীদাৰ।আৰু ভাৰতৰ সৈতে সম্পৰ্ক সৱল আৰু শক্তিশালী কৰাটো, অনাগত দশকত ইউৰোপীয় ইউনিয়নৰ বাবে অগ্ৰাধিকাৰ হ’ব। আৰু এতিয়া, আপুনি আপোনাৰ নতুন কাৰ্যকালৰ একেবাৰে আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিছে। এয়া ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ বাবে এক মাইলৰ খুঁটিৰ মুহূৰ্ত।দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ
November 21st, 02:15 am
মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।PM Modi attends Second India CARICOM Summit
November 21st, 02:00 am
PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
June 14th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ ঋষি সুনাকৰ সৈতে বৈঠকত মিলিত হয়। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী মোদীক প্ৰধানমন্ত্ৰী সুনাকে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ মিলিত দায়বদ্ধতাক পুনৰ দোঁহাৰে।প্ৰধানমন্ত্ৰীক ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰা হয়
March 22nd, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ভূটানৰ মহামান্য ৰজাই থিম্ফুৰ টেন্দ্ৰেলথাঙত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰী মোদী হৈছে এই সন্মানীয় বঁটা লাভ কৰা প্ৰথমগৰাকী বিদেশী নেতা।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা তৰ্জমা
May 24th, 06:41 am
মোৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোক আৰু মোৰ প্ৰতিনিধিদলক প্ৰদান কৰা আতিথ্য আৰু সন্মানৰ বাবে মই অষ্ট্ৰেলিয়াৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰী এলবানিজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী এলবানিজৰ ভাৰত ভ্ৰমণৰ দুমাহৰ ভিতৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছোঁ। যোৱা এটা বছৰত এয়া হৈছে আমাৰ ষষ্ঠ বৈঠক।প্রধানমন্ত্রীয়ে ২৩ জুনত বাণিজ্য ভৱনৰ উদ্বোধন আৰু ‘নির্যাত’ পর্টেলৰ সূচনা কৰিব
June 22nd, 03:55 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ জুনত পুৱা ১০: ৩০ বজাত শিল্প আৰু বাণিজ্য মন্ত্রালয়ৰ নতুন ভৱন – ‘বাণিজ্য ভৱন’ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে জাতীয় আমদানী-ৰপ্তানী সংক্রান্তীয় তথ্যৰ বাবে ব্যৱসায়-বাণিজ্যৰ বার্ষিক মূল্যায়ন সংক্রান্তীয় নতুন পর্টেল ‘নির্যাত’ (National Import-Export Record for Yearly Analysis of Trade)ৰ সূচনা কৰিব। পর্টেলটোৰ পৰা ভাৰতৰ বৈদেশিক ব্যৱসায়-বাণিজ্যৰ সৈতে যুক্ত ব্যক্তিসকলে এই সংক্রান্তীয় সকলো তথ্য সংগ্রহ কৰিব পাৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোককো সম্বোধন কৰিব।Finalisation of the BRICS Counter Terrorism Strategy an important achievement: PM
November 17th, 05:03 pm
In his intervention during the BRICS virtual summit, PM Narendra Modi expressed his contentment about the finalisation of the BRICS Counter Terrorism Strategy. He said it is an important achievement and suggested that NSAs of BRICS member countries discuss a Counter Terrorism Action Plan.ভাৰ্চুৱেল ব্ৰিকছ সন্মিলন-২০২০ত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবা
November 17th, 05:02 pm
এইবছৰৰ এই সন্মিলনৰ বিষয়বস্তু বিশ্বজনীৰ সুস্থিৰতা, সামূহিক নিৰাপত্তা আৰু অভিনৱ বিকাশৰ বাবে ব্ৰিকছৰ সহযোগিতাৰ প্ৰাসংগিকতাটো আছেই, তাতোকৈ ই দূৰদৰ্শী। বিশ্বত গুৰুত্বপূৰ্ণ জিঅ’–ষ্ট্ৰেটেজিক পৰিৱৰ্তন আহি আছে, যাৰ প্ৰভাৱ সুস্থিৰতা, নিৰাপত্তা আৰু বিকাশত পৰিব আৰু এই তিনিটা ক্ষেত্ৰত ব্ৰিকছে মুখ্য ভূমিকা পালন কৰিব।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 03rd, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংককত ৩ নৱেম্বৰত আছিয়ান-ইষ্ট এছিয়া সন্মিলন সম্পৰ্কীয় বৈঠকৰ আজৰি সময়ত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় জোকো ৱাইড’ডোক সাক্ষাৎ কৰে৷থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
November 03rd, 06:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত ৩৫সংখ্যক আছিয়ান সন্মিলন, ১৪সংখ্যক পূব এছিয়া সন্মিলন আৰু ১৬সংখ্যক ভাৰত-আছিয়ান সন্মিলনৰ আজৰি সময়ত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত) প্ৰায়ুৎ চান-অ’-চাক সাক্ষাৎ কৰে৷ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশনৰ আজৰি সময়ত বেলজিয়ামৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত প্ৰেছ বিবৃতি
September 26th, 09:35 am
Prime Minister Narendra Modi met Prime Minister of Belgium Mr. Charles Michel on the sidelines of the High Level Segment of the 74th Session of the UNGA in New York on 25th September 2019.