উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
March 28th, 12:15 pm
উদ্বোধন হৈ গ'ল নেকি? উদ্বোধন হৈ গ'ল নেকি? নাই, এতিয়ালৈকে আধা কামহে কৰা হৈছে। মই কেৱল পৰ্দাখন উন্মোচন কৰিছো; কিন্তু মই বিচাৰিছো যে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰক। গতিকে প্ৰত্যেকই মোবাইল ফোন উলিয়াই, টৰ্চ অন কৰক আৰু আপোনালোকেই উদ্বোধন কৰক। আপোনালোকৰ মোবাইল ফোনৰ লাইট জ্বলাৰ লগে লগেই —আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰিলে। এয়া আপোনালোকৰ সম্পদ; এয়া আপোনালোকৰ ভৱিষ্যত; এয়া আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ ফল। ঠিক সেইবাবেই ইয়াৰ উদ্বোধনী আপোনালোকৰ হাতেৰেই কৰা হৈছে। হাত দুখন ওপৰলৈ তুলি কওক, ভাৰত মাতা কী জয় । আপোনালোকৰ টৰ্চবোৰ সকলোকে দেখাকৈ উজ্জ্বলভাৱে জিলিকিবলৈ দিয়ক! ভাৰত মাতা কী জয় !ভাৰত মাতা কী জয় ! ভাৰত মাতা কী জয় ! আপোনালোকক অশেষ ধন্যবাদ। এতিয়া—উদ্বোধন সম্পূর্ণ হ'ল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে
March 28th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে, এই সুন্দৰ বিমানবন্দৰটিৰ নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
November 09th, 09:59 am
দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক সাক্ষাৎ কৰিব। ভূটানৰ চতুৰ্থ ৰজা মহামহিম জিগমে চিংগ্যে ৱাংচুকৰ ৭০ সংখ্যক জয়ন্তী উদযাপন আৰু ‘বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱ’তো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।ভাৰত-জাপান মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ বাবে কাৰ্য্য পৰিকল্পনা
August 29th, 06:54 pm
ভাৰত-জাপান বাৰ্ষিক সন্মিলন ২০২৫ৰ সময়ত ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আৰু বিনিময়ৰ জৰিয়তে তেওঁলোকৰ নাগৰিকসকলৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মানৱ সম্পদৰ বাবে সহযোগিতামূলক পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত প্ৰকাশ কৰে আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কাম কৰে।ভাৰতীয় অৰ্থনীতিয়ে অভিলেখ ভংগ কৰিছে– প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ কৰিছে আচৰিত ধৰণৰ বিকাশৰ মাইলৰ খুঁটি
August 21st, 09:25 pm
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ দ্রুত অর্থনৈতিক প্রগতিয়ে বিশ্বজুৰি স্বীকৃতি অর্জন কৰি আছে আৰু ইয়াৰ প্রতিফলন হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক শক্তি৷ তেওঁ দৃঢ়তাৰে কয় যে দেশৰ বিকাশৰ যাত্ৰা আত্মবিশ্বাস, সুস্থিৰতা আৰু নতুন সুযোগৰ দ্বাৰা চিহ্নিত।যৌথ বিবৃতিঃ ভাৰত আৰু ব্ৰাজিল-মহান উদ্দেশ্যৰে সমৃদ্ধ দুখন আদৰ্শৱান ৰাষ্ট্ৰ
July 09th, 05:55 am
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণঃ ফলাফলৰ সবিশেষ
July 09th, 03:14 am
আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ চুক্তিIndia is driving not only its own growth but also the world's growth: PM Modi at India Energy Week
February 11th, 11:37 am
At India Energy Week, PM Modi highlighted India's energy ambitions based on resources, innovation, economic strength, strategic geography and sustainability. He emphasised India's rapid progress in renewables, biofuels and green energy, policy reforms and investment opportunities, reaffirming the country's commitment to driving global growth and energy transformation.‘ভাৰত শক্তি সপ্তাহ ২০২৫’ ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 11th, 09:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘ভাৰত শক্তি সপ্তাহ ‘ নিজৰ মন্তব্য আগবঢ়ায়। ‘যশোভূমী’ত অনুষ্ঠান সম্বোধন কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে কেৱল অনুষ্ঠানত উপস্থিত থকাসকলেই শক্তি সপ্তাহৰ অংশ নহয়, বৰং ভাৰতৰ শক্তি উচ্চাকাংক্ষাও হৈছে ইয়াৰ অবিচ্ছেদ্য অংশ। তেওঁ এই অনুষ্ঠানত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি বিদেশৰ বিশিষ্ট অতিথিসকলকে ধৰি সকলো অংশগ্ৰহণকাৰীকে উষ্ম আদৰণি জনায়।উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 19th, 11:00 am
মই সকলো সাধুক তেওঁলোকৰ স্থান গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উত্তৰ প্ৰদেশৰ উদ্যমী মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথজী, পূজনীয় শ্ৰী অৱধেশানন্দ গিৰিজী, কল্কি ধামৰ মুৰব্বী আচাৰ্য প্ৰমোদ কৃষ্ণমজী, পূজনীয় স্বামী কৈলাশানন্দ ব্ৰহ্মচাৰীজী, পূজনীয় সদগুৰু শ্ৰী ৰিতেশ্বৰজী, ভাৰতৰ বিভিন্ন কোণৰ পৰা অহা বৃহৎ সংখ্যক সাধু আৰু মোৰ মৰমৰ ভক্ত ভাই-ভনীসকল!প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ সম্ভলত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে
February 19th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ সম্ভল জিলাত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী কল্কি ধাম মন্দিৰৰ আৰ্হিও মুকলি কৰে। শ্ৰী কল্কি ধাম নিৰ্মাণ ট্ৰাষ্টেএই শ্ৰী কল্কি ধাম নিৰ্মাণ কৰিব,ইয়াৰ অধ্যক্ষ হৈছে আচাৰ্য্য প্ৰমোদ কৃষ্ণম। এই কাৰ্য্যসূচীত বহু সাধু, ধৰ্মগুৰু আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।For us, MSME means- Maximum Support to Micro Small and Medium Enterprises: PM Modi
June 30th, 10:31 am
PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.PM participates in ‘Udyami Bharat’ programme
June 30th, 10:30 am
PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.প্রধানমন্ত্রীয়ে ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব
February 12th, 06:10 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব। তেওঁ পুৱা ১১টা ১৫ মিনিটত চেন্নাইত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব আৰু সেনাবাহিনীৰ হাতত অর্জুন মেইন বেটেল টেঙ্ক (এমকে -১এ)তুলি দিব। শ্রী মোদীয়ে, বিয়লি ৩টা ৩০ মিনিটত কোচিত জাতিৰ উদ্দেশ্যে এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব। এই প্রকল্পবিলাকে সংশ্লিষ্ট ৰাজ্যৰ উন্নয়নক ত্বৰান্বিত কৰিব আৰু উন্নয়নৰ সম্ভাৱনাক বাস্তবায়িত কৰিব।Biofuels can power India’s growth in 21st century: PM Modi
August 10th, 11:10 am
The Prime Minister, Shri Narendra Modi, today addressed an event to mark World Biofuel Day in New Delhi. He addressed a perse gathering, consisting of farmers, scientists, entrepreneurs, students, government officials, and legislators.বিশ্ব জৈৱ ইন্ধন দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ
August 10th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিশ্ব জৈৱ ইন্ধন দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ সমবেত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি, বিশেষকৈ কৃষক, বিজ্ঞান, উদ্যোগী, শিক্ষাৰ্থী, চৰকাৰী বিষয়াবৰ্গৰ লগতে বিধানপালিকাৰ একাংশ লোকক সম্বোধন কৰে।AIIB ৰ তৃতীয় বাৰ্ষিক সভাৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 26th, 10:50 am
এছীয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ তৃতীয় সাধাৰণ সভা উপলক্ষে আজি মুম্বাইত এনেদৰে উপস্থিত থকাৰ সুযোগ লাভ কৰি আমি আনন্দিত। এই বেংক আৰু ইয়াৰ সদস্যসকলৰ সৈতে আমাৰ সম্পর্কক অধিক গাঢ় কৰি তোলাৰ এই ধৰণৰ এক সুযোগ লাভৰ বাবেও আমি আনন্দিত।PM Modi addresses business and community event in Singapore
May 31st, 06:00 pm
Addressing a business and community event in Singapore, PM Modi said, “In India, the present is changing rapidly. At a speed and a scale not known so far. A New India is taking shape.” He added that economic reforms were taking place at unprecedented speed and India was among the most open economies in the world today.Ensuring a corruption-free, citizen-centric and development-friendly ecosystem is our priority: PM Modi
May 30th, 02:25 pm
Addressing a community programme in Indonesia, PM Modi termed India-Indonesia ties to be special. Stating that in the last four years, India had witnessed unparalleled transformation, PM Modi cited several initiatives and steps being undertaken by the Government to India to make India a better place to do business. He said, “Ensuring a corruption-free, citizen-centric and development-friendly ecosystem is our priority.”জাকাৰ্টাত ভাৰতীয় সমূদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
May 30th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাকাৰ্টাত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্কৰ লগতে চলিত বৰ্ষৰ প্ৰথমভাগত ভাৰতত উদযাপিত গণৰাজ্য দিৱসত ইণ্ডোনেছিয়াকে ধৰি আন ১০খন এছিয়ান দেশৰ নেতৃবৰ্গৰ উপস্থিত থকাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ১৯৫০ চনৰ পৰা উদযাপিত ভাৰতৰ গণৰাজ্য দিৱসত ইয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকা উদাহৰণ নাছিল।