প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰা হ'ল অৰ্ডাৰ অৱ ওমান সন্মান
December 18th, 05:22 pm
ভাৰত-ওমান সম্পৰ্ক আৰু এইক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ দূৰদৰ্শী নেতৃত্বৰে আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ওমানৰ মহামহিম চুলতান হাইথাম বিন তাৰিকে প্ৰধানমন্ত্ৰী শ্ৰী মোদীক ‘অৰ্ডাৰ অৱ ওমান’ সন্মান প্ৰদান কৰে।List of Highest National Honours and Global Awards Conferred on PM Narendra Modi
December 18th, 04:30 pm
Prime Minister Narendra Modi has been conferred highest civilian honours by several nations. These recognitions are a reflection of PM Modi’s leadership and vision which has strengthened India’s emergence on the global stage. It also reflects India’s growing ties with countries around the world.