Let us turn the ambition of BRICS into action and our collective strength into global solutions: PM Modi at the BRICS Business Forum
September 11th, 07:19 pm
At the BRICS Business Forum, PM Modi highlighted India’s growing economic strength, innovation ecosystem and the opportunities it offers global businesses. He called for Make in India, Innovate with India and Scale for the World, while urging BRICS nations to turn their collective strength into global solutions and move forward together to take the world forward.মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট (জি এফ এফ) ২০২৬ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
September 08th, 06:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।মুম্বাইত গ্ল'বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 08th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।ভাৰতৰ ৭.৮ % জিডিপি বৃদ্ধিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
August 31st, 05:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ জিডিপি বৃদ্ধিৰ বিৰল কৃতিত্ব বুলি অভিহিত কৰিছে। শ্ৰী মোদীয়ে কয় যে তেলৰ মূল্যৰ আঘাত, যোগান শৃংখলাত ব্যাঘাত আৰু বিশ্বব্যাপী অনিশ্চয়তা স্বত্বেও এই সাফল্যই ভাৰতৰ জনসাধাৰণৰ সামূহিক শক্তি আৰু স্থিতিস্থাপকতা প্ৰতিফলিত কৰে।জন ধন যোজনাৰ পৰিবৰ্তনমূলক প্ৰভাৱৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
August 28th, 12:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১২ বছৰত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অভূতপূৰ্ব পৰিসৰ আৰু পৰিবৰ্তনমূলক ফলাফলৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে কয় যে জন ধন যোজনাৰ এক অতুলনীয় প্ৰভাৱ পৰিছে, যিয়ে সমগ্ৰ দেশতে বিত্তীয় অন্তৰ্ভুক্তিৰ অগ্ৰগতি আৰু জনসাধাৰণক সবলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া প্ৰেছ বিবৃতি
July 02nd, 01:30 pm
মাত্ৰ কেইদিনমান পূৰ্বে জি৭ সন্মিলনত মই কৈছিলো যে আজিৰ গোলকীয় অস্থিৰতাৰ পৰিৱেশত পাৰস্পৰিক বিশ্বাস হৈছে আমাৰ আটাইতকৈ ডাঙৰ কৌশলগত সম্পদ। মই গৌৰৱান্বিত যে ভাৰত-জাপানৰ অংশীদাৰিত্বই এই চৰ্তটো সম্পূৰ্ণৰূপে পূৰণ কৰিছে।নেদাৰলেণ্ডৰ ৰাণী মেক্সিমাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 25th, 10:40 pm
নেদাৰলেণ্ডৰ মহামান্য ৰাণী মেক্সিমা, যি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিত্তীয় সংক্ৰান্তৰ বিশেষ অধিবক্তাও , তেওঁ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ‘ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নেতৃত্বাধীন বিপ্লৱে কেনেদৰে বিত্তীয় সেৱাসমূহ অধিক সহজলভ্য আৰু সুলভ কৰি তুলিছে সেই বিষয়ে আমি আলোচনা কৰো’, শ্ৰী মোদীয়ে মন্তব্য কৰে। শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ অংশীদাৰ দেশসমূহৰ সৈতে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক দোহাৰে।পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 06:15 pm
২০২১ চনত যেতিয়া মই ভিভাটেকত ভাষণ দিছিলো তেতিয়া বিশ্বই কভিড-১৯ৰ ব্যাঘাতৰ সন্মুখীন হৈছিল। আজি পৃথিৱীত আন ধৰণৰ বিঘিনি ঘটিছে। আৰু মই তেতিয়া ভিভাটেক ২০২১ ত শ্বেয়াৰ কৰা বাৰ্তাটো পুনৰ কওঁ। য'ত প্ৰচলিত পদ্ধতি বিফল হয়, তাত উদ্ভাৱনে সহায় কৰিব পাৰে।ভিভাটেক ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী
June 18th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান ইমানুৱেল মেক্ৰনে আজি ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ ইভেণ্ট পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ত অংশগ্ৰহণ কৰে।১১ বছৰ সম্পূৰ্ণ হোৱা জন সুৰক্ষা আঁচনিৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 09th, 06:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১১ বছৰ পূৰ্বে এন ডি এ চৰকাৰে আৰম্ভ কৰা গুৰুত্বপূৰ্ণ সামাজিক সুৰক্ষা আৰু পেঞ্চন আঁচনিসমূহৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি কয় যে এই পদক্ষেপসমূহে ভাৰতৰ জনসাধাৰণৰ মৰ্যাদা, আশ্বাস আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।TMC is Anti-North Bengal, Anti-tribal, Anti-tea garden, Anti-women & Anti-youth: PM Modi in Siliguri
April 12th, 01:15 pm
Ahead of the West Bengal Assembly elections, Prime Minister Narendra Modi today turbocharged the BJP’s campaign with a high-energy address in Siliguri, drawing massive public support. Addressing a packed rally in North Bengal, the PM launched a scathing attack on the ruling All India Trinamool Congress (TMC), accusing it of corruption, neglect and fostering a climate of fear.PM Modi’s high-energy speech electrifies the Siliguri crowd
April 12th, 01:00 pm
Ahead of the West Bengal Assembly elections, Prime Minister Narendra Modi today turbocharged the BJP’s campaign with a high-energy address in Siliguri, drawing massive public support. Addressing a packed rally in North Bengal, the PM launched a scathing attack on the ruling All India Trinamool Congress (TMC), accusing it of corruption, neglect and fostering a climate of fear."বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ" বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 03rd, 11:30 am
যোৱা সপ্তাহত বাজেট ৱেবিনাৰ ছিৰিজৰ প্ৰথমখন ৱেবিনাৰ অনুষ্ঠিত হয়। মোক কোৱা হৈছিল যে ই এক বৃহৎ সফলতা, বাজেটৰ বিধানসমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলোৱে উৎকৃষ্ট পৰামৰ্শ আগবঢ়াইছিল। সকলোৰে সক্ৰিয় অংশগ্ৰহণক আদৰণি জনাইছোঁ। আজি এই ছিৰিজৰ দ্বিতীয়খন ৱেবিনাৰ অনুষ্ঠিত হৈছে। মোক কোৱা হৈছে যে বিস্তৃত বিষয়ত হাজাৰ হাজাৰ লোকে নিজৰ পৰামৰ্শ আগবঢ়াব। বিষয় বিশেষজ্ঞসকলেও আমাৰ সৈতে অংশগ্ৰহণ কৰিব। ইমান বৃহৎসংখ্যক বাজেটৰ বিষয়ে আলোচনা কৰাটো নিজৰ বাবেই এক অতি সফল পৰীক্ষা। এই ৱেবিনাৰত যোগদান কৰিবলৈ সময় দিয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু আদৰণি জনাইছোঁ। এই ৱেবিনাৰৰ বিষয়বস্তু হৈছে দেশৰ অৰ্থনৈতিক বিকাশক অবিৰতভাৱে শক্তিশালী কৰা। আজি যেতিয়া ভাৰতৰ শক্তিশালী অৰ্থনীতি সমগ্ৰ বিশ্বৰ বাবে আশাৰ উৎস হৈ পৰিছে, আৰু যেতিয়া বিশ্বৰ যোগান শৃংখলে নতুন ৰূপ লৈছে, তেতিয়াই দ্ৰুত অৰ্থনৈতিক অগ্ৰগতি হৈছে। এখন বিকশিত ভাৰতৰ বাবে ই এক প্ৰধান ভেটি। আমাৰ দিশ স্পষ্ট, আমাৰ সংকল্প স্পষ্ট : অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ কৰক আৰু এতিয়া প্ৰয়োজন হৈছে অধিক ৰপ্তানিৰ। আৰু নিশ্চিতভাৱে, আজি আপোনালোকৰ মাজত যি মানসিক চিন্তাৰ উদয় হৈছে, এই চিন্তাৰ পৰা ওলোৱা পৰামৰ্শবোৰে ইয়াত মুখ্য ভূমিকা পালন কৰিব।'বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ ' শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 03rd, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশশীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰ শৃংখলাৰ দ্বিতীয় সত্ৰত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত সপ্তাহৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰথমখন ৱেবিনাৰ অত্যন্ত সফল হয় আৰু বাজেটৰ প্ৰস্তাৱসমূহ ৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট পৰামৰ্শ লাভ কৰা হৈছিল।২৭ ফেব্ৰুৱাৰীত “বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত” বিষয়ক বাজেটৰ পোষ্ট ৱেবিনাৰত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
February 26th, 08:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত” শীৰ্ষক বাজেটৰ প’ষ্ট ৱেবিনাৰত ভাষণ দিব। ৱেবিনাৰত ৰাজহুৱা কেপেক্স, আন্তঃগাঁথনি, বেংকিং খণ্ডৰ সংস্কাৰ, বিত্তীয় খণ্ডৰ স্থাপত্য, মূলধনী বজাৰ গভীৰ কৰা আৰু কৰ সংস্কাৰৰ জৰিয়তে জীৱন-যাপনৰ সহজতাৰ বিষয়ত আলোচনা কৰা হ’ব। এয়া হৈছে কেন্দ্ৰীয় বাজেট ২০২৬–২৭ৰ মূল বিষয়বস্তুৰ আধাৰত আয়োজিত বাজেটৰ পিছৰ ৱেবিনাৰৰ শৃংখলাৰ প্ৰথমখন ৱেবিনাৰ। এই ৱেবিনাৰসমূহৰ লক্ষ্য হৈছে অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু অংশগ্ৰহণকাৰীসকলৰ পৰা গাঁথনিগত মতামত লাভ কৰি বিভিন্ন অংশীদাৰৰ ব্যৱহাৰিক অভিজ্ঞতা তথা অন্তৰ্দৃষ্টিৰ আধাৰত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাসমূহৰ ফলাফলমুখী ৰূপায়ণ শক্তিশালী আৰু নিশ্চিত কৰা।২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 22nd, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।Cabinet approves equity support to Small Industries Development Bank of India
January 21st, 12:17 pm
The Union Cabinet, chaired by PM Modi, has approved equity support of Rs. 5,000 crore to the Small Industries Development Bank of India (SIDBI). This will be infused into SIDBI by the Department of Financial Services (DFS) in three tranches, with the number of MSMEs to be provided financial assistance expected to reach 102 lakh by the end of FY 2028. This will result in an estimated employment generation of 1.12 crore.কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
January 11th, 02:45 pm
গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।